শোক বাৰ্তা

0 70

ঢকুৱাখনা, ২১ আগষ্টঃ আজি দিনৰ ১.১৫ বজাত ঢকুৱাখনাৰ জ্যেষ্ঠ  নাগৰিক, বিশিষ্ট সমাজকৰ্মী ,প্ৰবীণ ৰাজনীতিবিদ,অসম বিজেপি ৰাজ্যিক পৰিষদৰ সদস্য তথা ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেৰ পিতৃ পৰমানন্দ দলেৰ গুৱাহাটীত পৰলোক প্ৰাপ্তি ঘটে। তেখেতৰ অন্তিম সৎকাৰ ঢকুৱাখনা কোঁৱৰ গাওঁস্থিত বাসভৱনত কালিলৈ সম্পন্ন কৰা হ’ব। ঢকুৱাখনাৰ সমাজ জীৱনৰ অতি পৰিচিত ব্যক্তি পৰমানন্দ দলেৰ মৃত্যুত চেম্বাৰ অৱ কমাৰ্চ ঢকুৱাখনাৰ সকলোৱে শোক প্ৰকাশ কৰিছো আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো আৰু তেখেতৰ বিদেহ আত্মাৰ সদগতিৰ কামনা কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.