সংক্ষিপ্ত সংবাদ

0 57
  • বিশিষ্ট সাহিত্যিক ইমৰান শ্বাহক ডিব্ৰুগড় বিশ্ববিদ্যালয়ে প্ৰদান কৰিব ডি. লিট –
  • ক্ষীৰধৰ বৰুৱাক প্ৰদান কৰিব ডি এচ চি সন্মান। ৯ মাৰ্চত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহ
  • বাজেটত বটদ্ৰৱা থানলৈ ৫৪ কোটিৰ বিশেষ পেকেজ।
  • কলাইগাঁৱত প্ৰাক্তন ছাত্ৰ নেতা দিগন্ত বড়োৰ অকাল বিয়োগ।
  • তিনিচুকীয়াৰ মাগুৰি-মতাপুং বিলৰ আশে-পাশে ভূ-কম্পন জৰীপৰ বিৰোধিতা পৰিৱেশ সুৰক্ষা সমিতিৰ।

 

মন্তব্য দিয়ক

Your email address will not be published.