সুখবৰঃ বিহুত মুকলি হ’ব এইমছ গুৱাহাটী

0 0

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২ মাৰ্চঃ অসমবাসীলৈ আগন্তুক ৰঙালি বিহুৱে এক সুখবৰ কঢ়িয়াই আনিব।  চাংচাৰিত নৱনিৰ্মিত এইমছ গুৱাহাটী অহা ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰিব। ৰাজ্যৰ স্বাস্থ্য আৰু চিকিৎসা শিক্ষা-গৱেষণা দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্ত আৰু মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে আজি এইমছ গুৱাহাটী চৌহদ পৰিদৰ্শন কৰি উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতিক লৈ এইমছ কৰ্তৃপক্ষ, কামৰূপ জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ সৈতে এখন উচ্চস্তৰীয় বৈঠকত মিলিত হয়।

মন্তব্য দিয়ক

Your email address will not be published.