স্পষ্টীকৰণ

0 25

 

যোৱা 10 এপ্ৰিল, 2022 দেওবাৰৰ শতাব্দত আমাৰ নাম সম্বলিত এটা বাতৰি আমাৰ দৃষ্টিগোচৰ হৈছে। উক্ত বাতৰিটো প্ৰকাশ পোৱাৰ দৰে আমাৰ তৰফৰ পৰা OPEA নেতাজনক আনুষ্ঠানিকভাৱে কোনো অভিনন্দন জনোৱা হোৱা নাছিল।
আমাৰ সংগঠনৰ নীতি আদৰ্শৰ পৰিপন্থী এটা সংগঠনৰ কোনো ব্যক্তিয়ে আমাৰ সংগঠন ভাৰতীয় মজদুৰ সংঘৰ নাম লিপিবদ্ধ কৰাত আমি অতি দুখিত। ভবিষ্যতেও কোনো আনুষ্ঠানিক প্ৰমাণ নোপোৱালৈকে এনে ভুৱা প্ৰচাৰ নকৰিবলৈ সেই ব্যক্তিসকলক অনুৰোধ জনালোঁ।

নৱ কুমাৰ গগৈ
সাধাৰণ সম্পাদক
ভাৰতীয় মজদুৰ সংঘ, অসম প্ৰদেশ

মন্তব্য দিয়ক

Your email address will not be published.