৯ মে’ টাৰ্নিং পইণ্টঃ ”বিজয় দিৱস”ত ৰাছিয়াই প্ৰকাশ্যে যুদ্ধ ঘোষণা কৰিব নেকি ?

ৰাণু বৰুৱা অহা ৯ মে' তাৰিখে 'বিজয় দিৱস' উদযাপনৰ বাবে সাজু হৈছে ৰাছিয়া। প্ৰতি বছৰে অতি উলহমালহেৰে ৰাছিয়াৰ জনগণই ৯ মে'ৰ দিনা 'বিজয় দিৱস' পালন কৰি আহিছে। আৰু এই বছৰো ইয়াৰ ব্যতিক্ৰম নহ'ব। ইতিমধ্যেই ৰেড স্কোৱাৰত ইয়াৰ পূৰ্ণ প্ৰস্তুতি…