১৮ জানুৱাৰীৰ পৰা ৰঙানদী সাংস্কৃতিক উৎসৱ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,১৪ ডিচেম্বৰঃ লখিমপুৰৰ বুকুৰে বোৱা ৰঙানদীৰ ঐতিহ্য আৰু সাংস্কৃতিক চেতনাক ধৰি ৰখাৰ উদেশ্য়ৰে প্ৰস্তুতি চলিছে 'ৰঙানদী সাংস্কৃতিক উৎসৱ- ২০২৬'ৰ। ২০২৬ চনৰ ১৮ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈকে ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে…
