তেজপুৰৰ দৰংমহাবিদ্যালয়ত ৰেগিঙৰ বিৰুদ্ধে শিক্ষাৰ্থীৰ দৃষ্টান্তমূলক পদক্ষেপ

শতাব্দ ষ্টাফ ৰিপটাৰ, তেজপুৰ, ২৪ আগষ্ট :ৰেগিং এনে এক সামাজিক ব্যাধি যিয়ে নতুনকৈ পোখা মেলা একোটা সপোনক নিমিষতে মোহাৰি পেলায়। ৰাষ্ট্রীয়, আন্ত:ৰাষ্ট্ৰীয় বিভিন্ন পৰ্যায়ত ৰেগিং ৰূপী এই মাৰাত্মক ব্যধিক প্ৰতিহত কৰাৰ উদ্দেশ্যে বিভিন্ন পদক্ষেপ লোৱা…

লখিমপুৰত মেধাৱী ছাত্ৰক শৈক্ষিক বঁটা প্ৰদান

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৫ আগষ্টঃ লখিমপুৰৰ বাধাকৰা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণী সভাত আজি এজন মেধাবী ছাত্ৰক শৈক্ষিক বঁটা প্ৰদান কৰা হয়৷ আজি বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰফুল্ল দত্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি…

লখিমপুৰৰ বঙালমৰাত ৬ ড্ৰাগছ-গাঞ্জা সৰবৰাহকাৰীক ৰাইজে ধৰি গতালে আৰক্ষীক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৫ আগষ্টঃ লখিমপুৰত ড্ৰাগছ, মদ, ভাঙকে ধৰি বিভিন্ন অসমাজিক কাৰ্যকলাপ পুনৰ বৃদ্ধি পাব ধৰিছে৷ কিছুদিন এনে কাৰ্যকলাপ স্তিমিত হৈ আছিল যদিও পুনৰ প্ৰায়ে আৰক্ষীৰ হাতত ড্ৰাগছ ব্যৱসায়ীয়ে ধৰা খাই আহিছে৷ আজিও এনে…

“মেকানিকেল ইঞ্জিনিয়াৰৰ বাবে কেৰিয়াৰ পথ“ শীৰ্ষক আলোচনা সত্ৰ 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী,২৫ আগষ্ট : অসম ডনব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগ আৰু কেৰিয়াৰ গাইডেন্স চেলৰ যৌথ উদ্যোগত “মেকানিকেল ইঞ্জিনিয়াৰৰ বাবে কেৰিয়াৰ পথ (Career Path for Mechanical Engineers)”…

পথৰ অনিয়ন্ত্ৰিত গৰু নিয়ন্ত্ৰণৰ বাবে খোৱাৰ খোলাৰ নিৰ্দেশ লক্ষীমপুৰ জিলা দণ্ডাধীশৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লক্ষীমপুৰ, ২৫ আগষ্ট: লক্ষীমপুৰ জিলাৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথ সমূহত ঘূৰি ফুৰা অনিয়ন্ত্ৰিত গৰু নিয়ন্ত্ৰণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে লক্ষীমপুৰ জিলা প্ৰশাসনে। এই গৰুবোৰে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথ সমূহত অবাধে…

তেজপুৰৰ বাণ থিয়েটাৰত একুৰি প্ৰয়াত নাট্যশিল্পীলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

পুনৰুজ্জীৱিত হ'ল ১৯৭৩ চনত গঢ় লোৱা "সৰগম সাংস্কৃতিক গোষ্ঠী" আধুনিক নাট্য আন্দোলনৰ গতিশীলতাত সৰগমে তেজপুৰৰ পৰা বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল - পৃথ্বিৰাজ ৰাভা শতাব্দ ষ্টাফ ৰিপটাৰ,তেজপুৰ ২৩ আগষ্ট : তেজপুৰত আধুনিক নাট্য আন্দোলনৰ এক বিশেষ…

লখিমপুৰৰ শিঙৰা সমবায় সমিতিত পি ডি এছৰ কেবাশ কুইণ্টল চাউল অন্তৰ্ধান

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৪ আগষ্টঃ লখিমপুৰ জিলাৰ শিঙৰা সমবায় সমিতিত পি ডি এছৰ ৭২০ কুইণ্টল চাউল অন্তৰ্ধানৰ ঘটনাই নতুন মোৰ লৈছে৷ সমবায় সমিতিখনৰ পৰা চাউল অন্তৰ্ধান হোৱা ঘটনাক কেন্দ্ৰ কৰি নাওবৈচাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে৷ আজি সংবাদ…

জনপ্ৰিয় পেৰডী গায়ক ত্ৰৈলোক্য সোণোৱালৰ অকালতে দেহাৱসান

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৪ আগষ্টঃ জনপ্ৰিয় পেৰডী গায়ক ত্ৰৈলোক্য সোণোৱাল আৰু নাই৷ আজি পুৱতি নিশা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত শিল্পীজনে শেষ নিশ্বাস ত্যাগ কৰে৷ সোণোৱালৰ অকাল বিয়োগত তেওঁৰ গৃহ জিলা লখিমপুৰত গভীৰ শোকৰ ছাঁ পৰিছে৷…

ধেমাজিৰ সৰ্বনিন্দিত-ঘৃণনীয় বোমা বিস্ফোৰণ কাণ্ড কোনে কৰিছিল

চূড়ান্ত শুনানীৰ সম্পূৰ্ণ এমাহৰ পাছত ধেমাজি বোমা বিস্ফোৰণ কাণ্ডৰ ৰায়দান ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতে পূৰ্বে মুহি সন্দিকৈ, যতীন দুৱৰী, লীলা গগৈ আৰু দীপাঞ্জলী গোহাঁইক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ বিপৰীতে হেমেন গগৈ আৰু প্ৰশান্ত…

চুইজাৰলেণ্ড চৰকাৰে ভাৰততকৈ ৩০ গুণে বেছি দৰমহা দিয়াৰ প্ৰস্তাৱ দিছিল চয়নক- পিতৃ ৰঞ্জিত দত্ত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ , ২৩ আগষ্টঃ আজি সন্ধিয়া চন্দ্ৰপৃষ্ঠত সফলতাৰে চন্দ্ৰযান-৩ এ অৱতৰণ কৰে৷ ইয়াৰ লগে লগে ভাৰতবৰ্ষ সমগ্ৰ বিশ্ববাসীৰ মাজত উজলি উঠে৷ সমগ্ৰ ভাৰতবাসীয়ে চন্দ্ৰযান-৩ ৰ অৱতৰণলৈ অপেক্ষা কৰি থকাৰ সময়তে অৱশেষত চন্দ্ৰযান-৩ এ…