তেজপুৰ বিশ্ববিদ্যালয়ত ২০২৩-২৪ বৰ্ষত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত পাঠ্যক্ৰম আৰম্ভ হ’ব
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৭জুলাইঃ কেন্দ্ৰীয় চৰকাৰে ২০২০ৰ ২৯জুলাইত প্ৰৱৰ্তন কৰা নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত তেজপুৰ বিশ্ববিদ্যালয়ত ২০২৩-২৪শিক্ষা বৰ্ষৰ পৰা পাঠদান আৰম্ভ হ'ব৷ আজি বিশ্ববিদ্যালয়খনৰ কাউন্সিল হলত অনুষ্ঠিত এক সংবাদ মেলত এই…
