লখিমপুৰত চাহ জনগোষ্ঠীক জনজাতিৰ মযাৰ্দা প্ৰদানৰ দাবীত ধৰ্ণা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১০ জুলাই ঃ অসমৰ চাহ বাগিছা আৰু গাঁও অঞ্চলত বছৰ বছৰ ধৰি ভূমি পুত্ৰ হিচাপে বসবাস কৰি অহা চাহ জনগোষ্ঠীৰ লোকসকলক শীঘ্ৰে জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰাৰ দাবীত আজি আটছাৰ লখিমপুৰ জিলা সমিতিয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ…
