শোণিতপুৰ জিলা শৰীৰ চৰ্চা কেন্দ্ৰৰ উদ্যোগত ভাৰ উত্তোলন কৰ্মশালা

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ , ৯ জুলাই : শৰীৰ চৰ্চাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰি অহা শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থা আৰু তেজপুৰ অসমীয়া ক্লাবৰ যৌথ উদ্যোগত যোৱা ৩ জুলাইৰ পৰা ১৫ জুলাইলৈকে তেজপুৰৰ শতবৰ্ষ গৰকা অসমীয়া ক্লাব প্ৰাংগণত অনুষ্ঠিত হৈ…

তেজপুৰত ডি আৰ এল,ডি আৰ ডি অ ৰ প্ৰদৰ্শনীঃ আলোচনা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৮জুলাইঃ ডি আৰ ডিঅ’ৰ অধীনস্হ তেজপুৰস্হিত প্ৰতিৰক্ষা গৱেষণাগাৰৰ উদ্যোগত আজি স্হানীয় হেমবৰুৱা ভৱনত এক প্ৰদৰ্শনী আৰু আলোচনা কাৰ্যসূচী অনুষ্ঠিত হয়৷বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ লোকে অংশ গ্ৰহণ…

 প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়ো চিকিৎসাধীন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৰঙিয়া, ৮ জুলাই : শেহতীয়াকৈ স্বাস্থ্য অৱনতি হোৱাৰ বাবে প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োক ৰঙিয়াৰ চিকিৎসালয়খনত ভৰ্তি কৰোৱা হয়। ৰাজ্যৰ প্ৰাক্তন শিক্ষামন্ত্ৰী, শিক্ষাবিদ থানেশ্বৰ বড়োৰ স্বাস্থ্যৰ আজি বুজ লয়…

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী গীতেৰে মুখৰিত হ’ল তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰ

জীয়াই থকালৈকে তেজপুৰৰ বদনাম হ'ব পৰা কাম নকৰাৰ প্ৰতিশ্ৰুতি "আমাৰ অসম"ৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মাৰশতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ৮ জুলাই : ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ  চাৰিকুৰিৰো অধিক প্ৰতিযোগীৰ উপস্থিতিত আজি পুৱাৰ পৰা তেজপুৰৰ ঐতিহ্যমণ্ডিত…

১৪৪ ধাৰাৰ অধীনত শোণিতপুৰত জিলা প্ৰশাসনৰ নিষেধাজ্ঞা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৭ জুলাই: অহা ৮ৰ পৰা ১০ জুলাই, ২০২৩ লৈ তেজপুৰৰ দৰং মহাবিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া ২০২২ বৰ্ষৰ অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক চূড়ান্ত পৰীক্ষা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত শোণিতপুৰ জিলা…

বিভিন্ন ৰোগ উপশমৰ কৌশল প্ৰদৰ্শনৰে যোগাসন কৰ্মশালা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৭ জুলাই : অসম যোগ সন্হাৰ ২৬ সংখ্যক জুনিয়ৰ আৰু চাব জুনিয়ৰ প্ৰতিযোগিতাখনি আগন্তুক আগষ্ট মাহত ঐতিহাসিক শিৱসাগৰ চহৰত অনুষ্ঠিত হব। উক্ত প্ৰতিযোগিতাত অংশ গ্ৰহণৰ বাবে শোণিতপুৰ জিলাৰ পৰাও নিৰ্বাচিত খেলুৱৈৰ দলক ৰাজ্যিক…

লখিমপুৰৰ পৰীক্ষা কেন্দ্ৰত ১৪৪ ধাৰা জাৰী

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৭ জুলাইঃ অসম লোকসেৱা আয়োগৰ চলিত বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ চূড়ান্ত (মেইনচ) পৰীক্ষাটি অহা ৮ জুলাইৰ পৰা ১০ জুলাইলৈ অনুষ্ঠিত হব। ৰাজ্যখনৰ অন্যান্য কেন্দ্ৰৰ লগতে, লখিমপুৰ জিলাৰ নৰ্থ লখিমপুৰ…

তিনিচুকীয়ালৈ আহিয়ে আছে লক্ষ লক্ষ টকাৰ ড্ৰাগছ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৭ জুলাই : ড্ৰাগছ আসক্তিৰ পৰিণতিত তিনিচুকীয়া জিলাত অভাৱনীয় হাৰত এইচ আই ভি পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ ভয়াবহ তথ্য পোহৰলৈ অহাৰ পাছত এইবাৰ ফাদিল হৈছে ডিমাপুৰৰ পৰা নিত্য নতুন কৌশলেৰে তিনিচুকীয়ালৈ লক্ষ…

তেজপুৰত বৰ্ষজোৰা বিহুৰ তত্ব আৰু ব্যৱহাৰিক পাঠদান কৰ্মশালাৰ শুভাৰম্ভ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৭ জুলাই : তেজপুৰত ৰুচিশীলতাৰে এক সুস্থ সাংস্কৃতিক বাতাবৰণ সৃষ্টি কৰাৰ লগতে "সুধাকণ্ঠ - দ্য লিজেণ্ড" শীৰ্ষক এক বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ জন্ম দি সুধাকণ্ঠ গৰাকীৰ কালজয়ী সৃষ্টি সমূহ সকলো শ্ৰেণীৰ ৰাইজৰ কাষ চপাই…

তেজপুৰৰ প্ৰতিভাধৰ শিল্পী বিজয় শংকৰ শইকীয়াৰ অকাল বিয়োগ

"ডক্টৰ বেজবৰুৱা"তো কৰিছিল অভিনয়ঃ তেজপুৰত শোকৰ ছাঁশতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৭ জুলাই : জীৱন নাট সামৰিলে তেজপুৰৰ জনপ্ৰিয় অভিনয় শিল্পী বিজয় শংকৰ শইকীয়াই। কালি নিশালৈকে এটি বিশেষ গীতৰ দৃশ্য গ্ৰহণত ব্যস্ত থাকি আজি পুৱা ৬ বজাতেই ছুটিং…