লখিমপুৰৰ বিস্তৃত গো উন্নয়ন প্ৰকল্পত নাইট্ৰজেন গেছৰ  ভঁৰাল গোট উদ্বোধন মন্ত্ৰী অতুল বৰাৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২০ জুনঃ দুগ্ধ উৎপাদনত আমাৰ ৰাজ্যখনক আত্মনিৰ্ভৰশীল কৰাৰ বাবে কৃত্ৰিম প্ৰজননৰ জৰিয়তে গাইগৰুৰ সংখ্যা বৃদ্ধিত পশুপালন বিভাগে বিশেষ গুৰুত্ব আৰোপ কৰিছে। আজি লখিমপুৰ জিলাৰ চৰাইমৰীয়াস্থিত "বিস্তৃত গো উন্নয়ন প্ৰকল্প (ICDP)…

চিকিৎসা মহাবিদ্যালয়ত প্ৰবাসীৰ বাবে আসন সংৰক্ষণকলৈ সৰৱ ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২০জুনঃ “ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰবাসী ভাৰতীয়ৰ নামত আসন সংৰক্ষণৰ যি পোষকতা কৰিছে, সেয়া বাতিল কৰিব লাগিব৷ অসমৰ মেধাবী ছাত্ৰ-ছাত্ৰীৰ বাবে এয়া এক চূড়ান্ত অন্যায়৷” তেজপুৰত আজি এইদৰে মন্তব্য কৰে আছুৰ মুখ্য…

জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তঃ লক্ষীমপুৰত চি বি আইৰ অভিযান

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২০ জুনঃ ৰাজ্য জোকাৰি যোৱা এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ বাবে অসমলৈ অহা চি বি আই দলটো আজি আহি লক্ষীমপুৰত উপস্থিত হয়৷ ৰাজ্য চৰকাৰে জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ তদন্তৰ বাবে চি বি আইলৈ গোচৰটো হস্তান্তৰ কৰাৰ…

ডিপোতা নৈত সন্ধানহীন পুত্ৰঃ বৰ জীয়াৰীৰ পৰা দীৰ্ঘদিনে বিচ্ছিন্নঃ তেজপুৰৰ এটা পৰিয়ালত হাঁহাকাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,১৯জুনঃ এটা দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনীয়ে ৰাইজৰ মাজত প্ৰতিক্রিয়াৰ সৃষ্টি কৰিছে।বাঢ়নী পানীত নিজৰ পুত্ৰ উটি যোৱা চাৰিটা দিনৰ পাছতো কোনো সন্ধান নোলোৱাৰ পাছত বৰ জীয়াৰী সন্ধানত ভাগি পৰিছে পৰিয়ায়টো।উল্লেখ্য যে,…

চৰকাৰী মাটি বেদখল কৰি আট্টালিকা নিৰ্মাণ বিধায়ক গণেশ লিম্বুৰঃ ব্যপক প্ৰতিক্রিয়া

শতাব্দ ষ্টাফ ৰিপটাৰ, তেজপুৰ, ১৯জুনঃ চৰকাৰী ভূমিত বসবাস কৰা সকল বেদখলকাৰী৷ ইতিমধ্যে ৰাজ্য চৰকাৰে বেদখলকাৰী সকলক উচ্ছেদৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে৷ ৰাজ্যজুৰি অব্যাহত আছে উচ্ছেদ অভিযান৷ বনাঞ্চলৰ লগতে সত্ৰৰ ভূমি বেদখল মুক্ত কৰিছে চৰকাৰে৷ কাৰণ…

এন এইচ পি চিৰ শীতাতপ নিয়ন্ত্ৰিত কোঠাত আশ্ৰয় নললে এতিয়া বিজেপিৰ নেতাৰ দেহা শাত নপৰে- ভূপেন বৰা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ লখিমপুৰ, ১৯ জুনঃ লখিমপুৰ জিলাৰ নাওবৈচাৰ বান পৰিস্থিতি কিছু উন্নতি ঘটিছে যদিও বানৰ জটিলতা এতিয়াও কমা নাই৷ ধাৰাষাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত শিঙৰা নদীৰ বানে বিচ্ছিন্ন কৰা মথাউৰিৰ অংশৰে সোমোৱা পানীৰে অঞ্চলটোৰ ১৬ খন গাঁৱৰ…

১৪ খন জিলাৰ ৩২হেজাৰ লোক বানত আক্ৰান্ত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৯জুনঃ সম্প্ৰতি ৰাজ্যৰ ১৪খন জিলা বানৰ কবলত পৰিছে৷ এই জিলা সমূহৰ ৩২টা ৰাজহ চক্ৰৰ ৩২হেজাৰ লোক বানত আক্ৰান্ত হোৱাৰ লগতে আঠটা স্থানত মথাউৰি ভাঙিছে৷ আজি তেজপুৰত সংবাদ মাধ্যমৰ আগত এই তথ্য সদৰি কৰিছে ৰাজ্যৰ ৰাজহ আৰু…

লখিমপুৰ জিলাৰ একাধিক কাৰ্যসূচীত অভিভাৱক মন্ত্ৰী অতুল বৰাৰ অংশগ্ৰহণ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,লক্ষীমপুৰ, ১৯ জুনঃ ৰাজ্য চৰকাৰৰ  কৃষি মন্ত্ৰী তথা লক্ষীমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই আজি লক্ষীমপুৰত অনুষ্ঠিত হোৱা বিভিন্ন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। প্ৰথম কাৰ্যসূচী অনুসৰি তেখেতে জিলা আবৰ্ত ভৱনত পুৱা ৯ বজাত অসম…

তেজপুৰ নগৰত বনৰীয়া হাতীৰ চফৰঃ আশ্ৰয় গ্ৰহণ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৯জুনঃ ৰাজ্যৰ বিভিন্ন জিলা বানৰ কৱলত পৰাৰ সময়ত হেজাৰ হেজাৰ মানুহ হাঁহাকাৰ অৱস্থাৰ সন্মুখীন হোৱাৰ সমান্তৰাল ভাবে বন্য জীৱজন্তু সমূহো বিপৰ্যয়ৰ সন্মুখীন হৈছে৷ ইতিমধ্যেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বুঢ়াচাপৰি…

২৭ টা নাট্য দলৰ অংশ গ্ৰহণেৰে তেজপুৰত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সোঁৱৰণী সদৌ অসম ভিত্তিক একাংক নাট…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৯ জুন : কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতি বিজড়িত তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ উদ্যোগত কলাগুৰু গৰাকীৰ ৫৫ সংখ্যক স্মৃতিদিৱসৰ লগত সংগতি ৰাখি আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত সদৌ অসম ভিত্তিক একাংক নাট…