দিল্লীত সুব্ৰত কাপ স্কুল ফুটবলত লখিমপুৰে দিলে ১৯ গল
নতুন দিল্লী, ২০ ছেপ্টেম্বৰঃ নতুন দিল্লীত চলি থকা ছোৱালীৰ ১৭ বছৰ অনুৰ্দ্ধৰ সুব্ৰত কাপ সৰ্বভাৰতীয় স্কুল ফুটবলৰ প্ৰথমখন গ্ৰুপ লীগৰ খেলত অসমৰ চেম্পিয়ন দল, লখিমপুৰৰ লোহিত ডিক্ৰং উচ্চতৰ মাধ্যমিক স্কুলে জম্মু-কাশ্মীৰৰ প্ৰতিপক্ষক ১৯-০ ব্যৱধানত…
