ঢকুৱাখনাত অনুষ্ঠিত সন্তোষ ট্ৰফীৰ ফাইনেলত চাৰ্ভিছেচ দল চেম্পিয়ন

শতাব্দ ঢকুৱাখনা, ৮ ফেব্ৰুৱাৰী: ঢকুৱাখনাত অনুষ্ঠিত ৭৯ সংখ্যক সন্তোষ ট্ৰফীৰ মূল ৰাউণ্ডৰ চূড়ান্ত খেলত চাৰ্ভিছেচ দলে কেৰালা দলক ১-০ গ'লৰ ব্যৱধানত পৰাজিত কৰি চেম্পিয়ন হয় । চূড়ান্ত খেলখনত কেৰালা, চাৰ্ভিছেচ দুয়োটা দলেই সাৱধানতাৰে নিজৰ খেল আৰম্ভ…

সাৱধান! ঢকুৱাখনাত ৰাং কুকুৰৰ আৱিৰ্ভাব

শতাব্দ, ঢকুৱাখনা, ৬ ফেব্ৰুৱাৰীঃ সাৱধান! ঢকুৱাখনাত ৰাং কুকুৰৰ উপস্থিতি ধৰা পৰিছে। এই কুকুৰৰ লক্ষ্য পোহনীয়া জীৱ জন্তু। ঢকুৱাখনাৰ পশ্চিম অঞ্চলত বিগত কিছুদিন ধৰি সংঘটিত হৈ আহিছে প্ৰায় দুই ডজন ছাগলী চিকাৰৰ ঘটনা। নিশা গৃহস্থৰ অজ্ঞাতে গঁৰালৰ পৰা…

৫ ফেব্ৰুৱাৰীত লখিমপুৰত কমান অপৃন কৌবাঙৰ প্ৰতিষ্ঠা দিৱস

শতাব্দ, লখিমপুৰ,  ১ ফেব্ৰুৱাৰীঃ মিচিং জনগোষ্ঠীৰ কমান বংশীয় সকলৰ অনুষ্ঠান সদৌ কমান অপৃন কৌবাঙে প্রতিষ্ঠা কালৰে পৰা কমান সকলৰ সামগ্রিক উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি ঐক্যবন্ধ হৈ কাম কৰি আহিছে। কৌবাঙে ইতিমধ্যে কমান বংশাৱলী গ্রন্থ আকাৰে প্ৰকাশ কৰাৰ…

লখিমপুৰত বৰ্ণাঢ্য ৰূপত গণৰাজ্য দিৱস পালন

শতাব্দ, লখিমপুৰ,  ২৭ জানুৱাৰীঃ  সমগ্ৰ   দেশৰ  লগতে লখিমপুৰ  জিলাতো  বৰ্ণাঢ্য  কাৰ্যসূচীৰে  দেশৰ  ৭৭  সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় ।  জিলা প্ৰশাসনৰ  উদ্যোগত  উত্তৰ লখিমপুৰ  চৰকাৰী  উচ্চতৰ  মাধ্যমিক  বিদ্যালয়  খেল পথাৰত  আয়োজিত …

যোৰহাটৰ অ’এন জিচিৰ চৌহদত গণৰাজ্য দিৱস উদযাপন

যোৰহাট, ২৬ জানুৱাৰীঃ দেশৰ ভিন্ন প্ৰান্তৰৰ লগতে বিগত বছৰৰ দৰে এইবাৰো যোৰহাট অ' এন জি চিৰ চিনামৰাস্থিত কাৰ্যালয়ৰ চৌহদত উলহ- মালহেৰে ৭৭তম গণৰাজ্য দিৱস উদযাপন কৰা হয়৷ যোৰহাট পৰিসম্পত্তি প্ৰৱন্ধক অজয় কাঞ্চালৰ উপস্থিতিত অসম আৰু অসম আৰাকান…

প্ৰকৃতি ৰক্ষা কৰিব নোৱাৰিলে মানুহৰ সভ্যতা কেতিয়াও বাচি নাথাকে-সৌম্যদ্বীপ দত্ত

‘প্ৰকৃতি ৰক্ষাৰ বাবে নতুন প্ৰজন্মই পুৰণা প্ৰজন্মক সচেতন কৰিব লাগিব৷ অজস্ৰ পৰম্পৰাই পুৰণা প্ৰজন্মক প্ৰকৃতি উপভোক্তা কৰি তুলিছিল, নতুনসকলে তাৰ অৱসান বিচাৰিছে’ – বিমল দেৱনাথ, প্ৰকৃতি সংৰক্ষক তথা বন সেৱাৰ বিষয়া, কলকাতা সামাজিক…

সোৱণশিৰিৰ পাৰত নদীবান্ধকেন্দ্ৰীক উপন্যাস “নৈ নিনাদ” উন্মোচন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ নৱেম্বৰঃ প্ৰান্তীয় জীৱন যাত্ৰাৰ উপন্যাসে আজিকালি সমাদৰ লাভ কৰে। "নৈ নিনাদ"ও তেনে এখন উপন্যাস। সোৱণশিৰিৰ পাৰৰ যি জনজীৱন, সেই জীৱনক লৈ উপন্যাসখন লিখিছে।অসমীয়া উপন্যাসত ক্ৰাফটিং খুব কম।কিন্তু ঔপন্যাসিক শিখাজ্যোতিয়ে…

উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ত “তৈলবীজ অভিযানৰ সৈতে সংযুক্ত বৈজ্ঞানিক মৌপালন” শীৰ্ষক  ৰাজ্যিক…

শতাব্দ, উত্তৰ লখিমপুৰ, ১৭ অক্টোবৰঃ উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ উদ্যোগত তথা ৰাষ্ট্ৰীয় ক্ষুদ্ৰ,ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ প্ৰতিষ্ঠান (NI-MSME)ৰ সহযোগত আৰু ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় মৌমাখি…

লখিমপুৰত ৬,৭ আৰু ৮ ছেপ্টেম্বৰত ৰাজ্যিক ভিত্তিত শ্ৰীশ্ৰীৰোমহৰ্ষণ সূতৰ আবিৰ্ভাব মহোৎসৱঃ প্ৰস্তুতি…

উপস্থিত থাকিব ৰাজ্যৰ বহু বিশিষ্ট ব্যক্তি-চলচিত্ৰ অভিনেতা-কণ্ঠশিল্পী "নৈমিষাৰণ্য" সৃষ্টিৰে পাঠ-ব্যাখা চলিব শ্রীমদ্ভাগৱত শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১ ছেপ্টেম্বৰঃ শ্রীমদ্ভাগৱতৰ আদি প্রবক্তা মহামুণি শ্রী শ্রী ৰোমহর্ষণ সূত দেৱৰ আবিৰ্ভাৱ ভাদ্ৰী…

লখিমপুৰৰ বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনাঃ আহত ৫ স্কুলীয়া ছাত্ৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৯ আগষ্টঃ লখিমপুৰৰ বাইপাছত আজি পুৱা প্ৰায় ৮. ৪০ বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য মতে লখিমপুৰৰ চেইণ্ট মেৰিজ স্কুলৰ ৫ জন দশমমান ছাত্ৰই এখন হোণ্ডাই এমেজ বাহনেৰে গৈ থকা সময়ত বাইপাছত ৰখাই থোৱা এখন…