লখিমপুৰ জিলাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত ভয়ংকৰ কেলেংকাৰি

শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ, ৩১ মে’ ঃ লখিমপুৰ জিলা গ্ৰামোন্নয়ন অভিকৰণৰ কৰুণাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ডিক্ৰং গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰীৰ আৱাস গৃহ নিৰ্মাণত এক বৃহৎ কেলেংকাৰি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ পঞ্চায়তখনত বহু গৃহ নিৰ্মাণ…

অইল ইণ্ডিয়াৰ আৱাসিক মুখ্য বিষয়াৰ পদত অতীন্দ্ৰ ৰয়চৌধুৰীক নিযুক্তি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩১ মে’ঃ অইল ইণ্ডিয়া লিমিটেডৰ পৰৱৰ্তী আৱাসিক মুখ্য বিষয়াৰূপে অতীন্দ্ৰ ৰয়চৌধুৰীয়ে ১ জুনত দায়িত্বভাৰ গ্ৰহণ কৰিব । ৰয়চৌধুৰীয়ে ১৯৮৬ চনত কোম্পানীটোৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগত কাৰ্যবাহী প্ৰশিক্ষাৰ্থী ৰূপে যোগদান…

বিহপুৰীয়া মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰত্যক্ষ পক্ষপাতিত্ত্বমূলক কাৰ্যক তীব্ৰ গৰিহণা শিক্ষক গোটৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩১ মেঃ বিহপুৰীয়া মহাবিদ্যালয়ৰ শিক্ষক গোটে মহাবিদ্যালয়খনৰ অধ্যক্ষই দীৰ্ঘদিন ধৰি চলাই অহা দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে অধ্যক্ষগৰাকীৰ পদত্যাগৰ দাবীত চলাই অহা আন্দোলনে আজি ২১ দিনত ভৰি দিলেহি যদিও বৰ্তমানলৈকে কোনোধৰণৰ…

ৰাজ্যিক পৰিবহণ নিগম শোণিতপুৰ সংমণ্ডলৰ পৰা ৪৪ গৰাকী কৰ্মচাৰীক চাটাইঃ হাহাকাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ ৩১ মে'ঃ অসম ৰাজ্যিক পৰিবহণ নিগমত কৰ্মৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অস্থায়ী কৰ্মচাৰীক চাটাই কৰাৰ পাছতে সেই পৰিয়াল সমূহত হাঁহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ কৰ্মৰত এইসকল কৰ্মচাৰীৰ নিযুক্তিক অবৈধ আখ্যা দি ৰাজ্যৰ ৭৭১ গৰকী…

প্ৰয়াত দ্বিজেন বৰালৈ শ্ৰদ্ধাঞ্জলিঃ তেজপুৰত অসম আৰক্ষীৰ সঞ্চালক জি পি সিং

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৩১ মে’ঃ শোণিতপুৰ জিলাৰ বৰছলাৰ ওৰাং ৰষ্ট্ৰীয় উদ্যানত চলা উচ্ছেদ অভিযানৰ সময়ত কালি কৰ্তব্যৰত অৱস্থাত উৎকট গৰমৰ ফলত মৃত্যু হোৱা মায়ং আৰক্ষী চকীৰ উপ পৰিদৰ্শক দ্বিজেন বৰাৰ তেজপুৰ ৰবৰবাগানৰ বাসগৃহত আজি উপস্থিত…

চৰকাৰ মাধ্যম বিৰোধী : তিনিচুকীয়া জিলাৰ প্ৰান্তে প্ৰান্তে ছাত্ৰ সন্থাৰ প্ৰতিবাদ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩১ মে’ : চৰকাৰৰ মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰোধিতাৰে সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহণ কৰা মাহজোৰা প্ৰতিবাদী কাৰ্যসূচীৰ অংশৰূপে আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ১২ খন আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদী…

তেজপুৰত বাণিজ্যবীৰ ভোলানাথ বৰুৱাক স্মৰণ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩০মে’ঃ তেজপুৰৰ অসমীয়া ব্যৱসায়ী উন্নয়ন পৰিষদৰ উদ্যোগত আৰু বালিপুখুৰী তিনিআলি ব্যৱসায়ীসকলৰ সহযোগত আজি বালিপুখুৰী নামঘৰ প্ৰাংগণত ৰাজ্যখনৰ এগৰাকী বিখ্যাত সদাগৰ তথা দানবীৰ সাউদ,বাণিজ্যবীৰ ভোলানাথ বৰুৱাৰ আজি মৃত্যু…

শিলিখাগুৰিত স্বাস্থ্য খণ্ডৰ ৰাষ্ট্ৰীয় গুণগত নিশ্চয়তা মান (NQAS) কৰ্মসূচী সম্পন্ন

শতাব্দ নাৰায়ণপুৰৰ প্ৰতিবেদক,৩০ মে': স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে স্বাস্থ্য খণ্ডত ভাল প্ৰদৰ্শন আগবঢ়োৱা কল্যাণ কেন্দ্ৰসমূহৰ কৰ্মৰাজিক স্বীকৃতি দিয়াৰ লগতে সমাজত ৰাজহুৱা চিকিৎসালয়সমূহৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰাৰ লক্ষ্যৰে আৰম্ভ…

তেজপুৰত কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰৰ ৰহস্যজনক সলিল সমাধি

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩০মে’ঃ তেজপুৰ বিশ্ববিদ্যালয় চৌহদত থকা কেন্দ্ৰীয় বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ নৰ্ছেন ব্ৰহ্মৰ আজি তেলেৰীয়া অঞ্চলৰ এটা পুখুৰীত পৰি প্ৰাণ হানি ঘটে৷ এই ঘটনাৰ পাছতে নিহত ছাত্ৰজনৰ পৰিয়ালে এয়া এক ষড়যন্ত্ৰ বুলি অভিযোগ…

উৎকট গৰমত উচ্ছেদ অভিযানত জড়িত থকা আৰক্ষী বিষয়াৰ মৃত্যু

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৩০মে’ঃ তিনিদিনৰ অন্তত শোণিতপুৰৰ বৰছলাত আৰম্ভ হোৱা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ উচ্ছেদ অভিযান আজি সামৰণি পৰে৷ আনহাতে উৎকট গৰমত দ্বীজেন বৰা নামৰ আৰক্ষী উপ পৰিদৰ্শকজনৰ মৃত্যু ঘটে৷ তেওঁ আজি মুছলিম চৰত উচ্ছেদ চলি থকাৰ…