জলসিঞ্চন বিভাগৰ ঠিকাঃ কমিছন সংগ্ৰহৰ অভিযোগ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৪মে’ঃ জলসিঞ্চন বিভাগৰ অধীনত বৰদিকৰাই জলসিঞ্চন প্ৰকল্পৰ মেৰামতিৰ বাবে অনুমোদিত মুঠ ৬০লাখ টকাৰ ঠিকাৰ অধিকাংশই শোণিতপুৰৰ বাহিৰৰ ঠিকাদাৰক আবন্টন দিয়াৰ অভিযোগ উঠিছে৷ উল্লেখযোগ্য যে,শোণিতপুৰৰ এই জলসিঞ্চন প্ৰকল্পটোৰ…
