মিশ্ৰৰ চমকঃ লখিমপুৰত ১২ ঘণ্টাত তিনি নকল সোণ বেপাৰী ধৃত
১৫ দিনৰ ভিতৰত অপৰাধীক নিজে আহি ধৰা দিয়াৰ নিৰ্দেশ আৰক্ষী অধীক্ষকৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২২ মে’ ঃ দেওবাৰে নিশা প্ৰায় ৮ বজাত লখিমপুৰ জিলাত নতুনকৈ যোগদান কৰা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই কৰ্তব্যত যোগদান কৰাৰ ১২ ঘণ্টাৰ ভিতৰতে আজি…
