অৰুণাচলত অপহৰণকাৰীৰ গুলীত আহত বিজেপি নেতাৰ গাড়ীচালকৰ মৃত্যু

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩ মে’ : অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ মমং গাঁৱৰ এটা পেট্ৰল ডিপোত যোৱা ২৬ এপ্ৰিলৰ নিশা সংঘটিত অপহৰণ কাণ্ডৰ সময়ত দুষ্কৃতিকাৰীৰ গুলীৰ আঘাতত গুৰুতৰভাৱে আহত অৰুণাচলৰ বিজেপি নেতা চাও জেনিয়া নামচুমৰ গাড়ীচালক মিঠাই…

শদিয়াৰ অমৰপুৰত দিবাঙত ডুব গল যাত্ৰীবাহী নাওঃ যাত্ৰী উদ্ধাৰ, একাধিক বাহনৰ সন্ধান নাই 

শতাব্দৰ শদিয়াৰ প্ৰতিবেদক, ৩ মে’ঃ শদিয়াৰ অমৰপুৰত খৰস্ৰোতা দিবাং নৈত যাত্ৰী কঢ়িওৱা এখন যন্ত্ৰচালিত নাও ডুব যায় ৷ আজি বিয়লি প্ৰায় ৪-৩০ বজাত দিবাং নদীৰ বুকুত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় ৷ নাওখনত নাৱৰীয়াসহ মুঠ ২৬ জন যাত্ৰী আছিল আৰু আটাইকেইগৰাকী…

কপহুৱাত ধৰ্মপ্ৰাণা মহিলাৰ সোঁৱৰণত স্মৰণিকা উন্মোচন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২ মে’ ঃ লখিমপুৰ জিলাৰ কপহুৱা গাঁৱত আজি মাকন দাসৰ সোঁৱৰণত এখন স্মৰণিকা উন্মোচন কৰা হয়৷ গাঁওখনৰ ধৰ্মপ্ৰাণা মহিলা মাকন দাসৰ আদ্যশ্ৰাদ্ধ উপলক্ষে তেওঁৰ পবিত্ৰ স্মৃতিত আজি ‘মাকন’ নামৰ স্মৰণিকাখনি বিয়লি ৪ বজাত…

শোণিতপুৰৰ মূল পথত চলিব নোৱাৰিব ই ৰিক্সা সন্ধিয়া ৫ বজাৰ পৰা নিশা ১০ বজালৈ ৰাষ্ট্ৰীয় পথত চলিব নোৱাৰিব…

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ , ২ মে'ঃ শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তত ডাম্পাৰৰ দৌৰাত্ম্য আৰু ই ৰিক্সাৰ অতপালি ৰোধ কৰিবলৈ শোণিতপুৰ জিলা পৰিবহন বিভাগে জিলাখনৰ বিভিন্ন ঠাইত কঠোৰ অভিযান আৰম্ভ কৰিছে। ডাম্পাৰৰ দৌৰাত্ম্য আৰু ই ৰিক্সা চালকৰ বেপেৰুৱা…

তেজপুৰ কবি সন্মিলনৰ “বসন্তৰ আবেলিত কবিতাৰ গধূলি” শীৰ্ষক অনুষ্ঠান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২ মে'ঃ শ্ৰমিক দিৱস আৰু ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১২৭ সংখ্যক মৃত্যুদিৱসৰ সংযোগ ঘটা কালিৰ বিশেষ দিনটোতে তেজপুৰ কবি সন্মিলনৰ উদ্যোগত তেজপুৰ সাহিত্য সভা ভৱনত "বসন্তৰ আবেলিত কবিতাৰ গধূলি" শীৰ্ষক স্বৰচিত কবিতা পাঠৰ…

সাংবাদিকৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদ ( ফটো সংবাদ)

সাংবাদিক চৰিফুল আহমেদৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদত শিৱসাগৰৰ সাংবাদিকৰ প্ৰতিবাদ। উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত থকা সংবিধান প্ৰণেতা ভীমৰাও আম্বেদকাৰৰ প্ৰতিমূৰ্তিৰ তলত প্ৰতিবাদ সাব্যস্তফটোঃ আব্দুল মতিন, শিৱসাগৰ

তিনিচুকীয়া জিলাৰ অগ্ৰগতিৰ বুজ লবলৈ ৰাজ্যপালৰ ভ্ৰমণ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২ মে’ : অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই আজি তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত জিলাখনত ৰূপায়িত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিভিন্ন আচঁনিৰ কামকাজৰ পৰ্য্যালোচনা কৰিবৰ বাবে এখন গুৰুত্বপূৰ্ণ সভাত…

লখিমপুৰত অৰুণোদয় আঁচনিত দুৰ্নীতিঃ মহিলাৰ তীব্ৰ প্ৰতিবাদ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২ মে’ ঃ ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিৰ অধীনত হিতাধিকাৰী নিৰ্বাচনত চূড়ান্ত দুৰ্নীতি-অনিয়ম, স্বজন-তোষণ কৰাৰ প্ৰতিবাদত আজি লখিমপুৰত একাংশ মহিলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ উত্তৰ লখিমপুৰ নগৰৰ সমীপৱৰ্তী তথা…

আৰক্ষীৰ অভিযানত দুধৰ্ষ এটিএম লুটকাৰী গ্ৰেপ্তাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২মেঃ তেজপুৰৰ ডেকাৰগাঁৱত যোৱা জানুৱাৰী মাহত এটা এটিএম লুটৰ ঘটনাৰে জড়িত মূল খলনায়কক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ আজি তেজপুৰত শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে প্ৰকাশ কৰা অনুসৰি,চিৰাং জিলাৰ টেকাই মাৰী…

প্ৰতিযোগিতাৰ দৌৰত আমাৰ মানসিকতা পঙ্গু হৈ পৰিছে নেকি!

বিমল বৰগোঁহাই আজিৰ এই শিৰোনামটিৰ বিষয় বস্তুৰ ওপৰত আলোচনা কৰাৰ আগতে আমি প্ৰতিযোগিতাৰ সংজ্ঞা জনাটো খুবেই প্ৰয়োজন। অভিধান মতে প্ৰতিযোগিতাৰ অৰ্থ হল কাৰোবাৰ সৈতে প্ৰতিদ্বন্দ্বিতাত নমা। অৰ্থাৎ কোনো এক নিদিষ্ট লক্ষ্যত উপনীত হবলৈ দুই বা ততোধিক…