লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ২৫ এপ্ৰিল ; লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ হৈ যোৱা সাধাৰণ নিৰ্বাচনৰ ফলাফল আজি ঘোষণা কৰা হয়। ঘোষিত ফলাফল অনুসৰি প্ৰয়াত বিধায়ক লেখন লাহনৰ নাতি মৌচম লাহনে লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ সভাপতি পদত বিপুল ভোটত নিৰ্বাচিত…
