সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ভাস্কৰ বৰ্মা সংস্কৃত ও পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ ব্যাপক…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ২২ এপ্ৰিল: ভাৰতত সংস্কৃত ভাষাৰ ব্যাপক প্ৰচলন আৰু সংস্কৃত ভাষাৰ শিক্ষাৰে শিক্ষিত কৰি তোলাৰ বাবে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত ও পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উদ্যোগত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে । সেই মহৎ…

ৰঙাপৰা মহাবিদ্যালয়ৰ সেউজ বাকৰিত “এবেলা ব’হাগ” স্মৰণীয় অনুষ্ঠান সম্পন্ন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২২ এপ্ৰিল : ৰঙাপৰা মহাবিদ্যালয়ৰ সেউজ বাকৰিত কালি আনন্দ - উল্লাসৰ মাজেৰে অনুষ্ঠিত হয় 'ব'হাগৰ এবেলা' শীৰ্ষক এক আকৰ্ষণীয় অনুষ্ঠান। উল্লেখ্য যে, ব'হাগৰ এবেলা শীৰ্ষক কাৰ্যসূচীৰ লগতে অসম কলেজ অধ্যক্ষ পৰিষদৰ ৰাজ্যিক…

বিপুল চেতিয়া ফুকনলৈ “তৰুণ চন্দ্ৰ বৰা স্মাৰক বঁটা”

শতাব্দ ষ্টাফৰিপৰ্টাৰ তেজপুৰ , ২২ এপ্ৰিল : লোক সংস্কৃতিৰ সেৱক বুলিলে আমি তৰুণ ওজাৰ দৰে অতি সৰল সহজ শিল্পীৰ কথাই কব লাগিব। প্ৰবল জাতীয়তবাদী এই গৰাকী লোক কৃষ্টিৰ সাধক অসমৰ প্ৰতিটো জাতীয় আন্দোলনৰ সৈতে নিজৰ ঢোলটো লৈয়েই অতি ঘনিষ্ঠ ভাবে জৰিত হৈ…

আদালতলৈ অনাৰ পথত তেজপুৰৰ পৰা পলায়ন কৰা দুধৰ্ষ কয়দীক সাত মাহৰ পাছত গ্ৰেপ্তাৰ চণ্ডীগড়ত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২২এপ্ৰিলঃ এটা হত্যাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি লাভ কৰাৰ লগতে ধৰ্ষণ,লুণ্ঠনৰ দৰে বিভিন্ন অপৰাধৰে জড়িত বুলি অভিযুক্ত ভাস্কৰ নাথ নামৰ এক পলাতক কয়দী তথা অপৰাধীক চণ্ডিগড়ৰ পৰা গ্ৰেপ্তাৰ কৰিছে শোণিতপুৰ…

নতুন দিল্লীত সীমা সমস্যা সমাধানৰ বুজা-বুজি চুক্তিৰ এদিন পিছতে লখিমপুৰত বন বিষয়া-কৰ্মীলৈ অৰুণাচলীৰ…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২২ এপ্ৰিলঃ নতুন দিল্লীৰ ছাউথ ব্লকত বৃহস্পতি বাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসম আৰু অৰুণাচলৰ সীমা সমস্যা সমাধানৰ বাবে বুজা-বুজিৰ চুক্তিত স্বাক্ষৰ হোৱা এদিন পাছতে লখিমপুৰ জিলাৰ ৰঙা সংৰক্ষিত…

এক বৃক্ষ দশ পুত্ৰৰ সমান : গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত এগৰাকী ব্যতিক্ৰমী বনকৰ্মী

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ২০ এপ্ৰিলঃ 'এক বৃক্ষ দশপুত্ৰৰ সমান'৷ এয়া ভাগৱতৰ বাণী ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৰ্মৰাজি আৰু আদৰ্শই যুগে যুগে অসমবাসীক অনুপ্ৰাণিত কৰি আহিছে ৷ গুৰুজনাই দি থৈ যোৱা বাণীক সৰোগত কৰি এজন বনকৰ্মীয়ে প্ৰকৃতিপ্ৰেমৰ…

তেজপুৰৰ একমাত্ৰ মহিলাৰ বিহু সন্মিলন “মিলিজুলি বিহু সন্মিলন”ত দুই শতাধিক মহিলাৰ সুপ্ত…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২০ এপ্ৰিল: তেজপুৰৰ একমাত্ৰ মহিলাৰ বিহু সন্মিলন "মিলিজুলি মহিলা বিহু সন্মিলন" ৰ ২৩ সংখ্যক বৰ্ণাঢ্য কাৰ্যসূচী কালি দিনজোৰা কাৰ্যসূচীৰে তেজপুৰৰ কলেজিয়েট বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈ যায়। উল্লেখ্য যে, বিগত ২২…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত জুম্বা প্ৰদৰ্শন

উত্তৰ লখিমপুৰ, ২০ এপ্ৰিলঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ শাৰীৰিক সুস্থতা আৰু সুস্বাস্থ্যৰ বাবে আজি জুম্বা ফিটনেছৰ এক অনুশীলন প্ৰদৰ্শন কৰা হয়। মহাবিদ্যালয়খনৰ শাৰীৰিক আৰু মানসিক সুস্থতা কোষে…

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’লৈ সন্মান

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২০এপ্ৰিলঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ', অসমৰ তিনিচুকীয়া শাখাক জিলা আইন সেৱা প্ৰাধিকৰণ তিনিচুকীয়াই সংস্থাৰ সামাজিক দায়বদ্ধতাৰ লগতে মানৱ অধিকাৰৰ সুৰক্ষা আৰু ন্যায্যতা প্ৰাপ্তিৰ ক্ষেত্ৰত…

তেজপুৰৰ গটঙাৰ এটা বিধ্বস্ত পথ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২০ এপ্ৰিলঃ ৰাজ্যৰ সকলোক্ষেত্ৰতেই উন্নয়ন হোৱাৰ বিজ্ঞাপনৰ বিপৰীতে ৰাজ্যত এনে বহু অঞ্চল আছে য’ত বহুল প্ৰচাৰিত উন্নয়নৰ সামান্যতম প্ৰভাৱো পৰা নাই৷তেজপুৰ বিধান সভা সমষ্টি অন্তৰ্গত তথা চহৰৰ কাষৰে গটঙা অঞ্চলৰ এটা পথৰ…