তেজপুৰত দুই কিশোৰীৰ সলিল সমাধি

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২০ এপ্ৰিল : তেজপুৰত আজি সংঘটিত এক শোকাৱহ ঘটনাত দুই কিশোৰী নিহত হৈছে৷তেজপুৰৰ শ’লমৰাৰ আঁহতগুৰি বালিটিকাত নিজ ঘৰৰ পুখুৰীত গা ধোৱা অৱস্হাত পুখুৰীটোত ডুব যায় ১৬ বছৰীয়া মৰ্জিনা বেগম আৰু ১১ বছৰীয়া মঞ্জিলা বেগম৷এই…

তেজপুৰৰ শিক্ষক শিকন মহাবিদ্যালয়ত ৰঙালী বিহুৰ বাৰেৰহনীয়া অনুষ্ঠান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২০ এপ্ৰিল : তেজপুৰৰ শিক্ষক শিকন মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আৰু অধ্যক্ষৰ উদ্যোগত কালি শিক্ষানুষ্ঠানখনৰ চৌহদত অনুষ্ঠিত হৈ যায় ৰঙালী বিহুৰ আকৰ্ষণীয় কাৰ্যসূচী। শিক্ষাৰ্থী অৰ্থাৎ প্ৰশিক্ষাৰ্থী সকলে বিহুনাম, বিহুনাচ,…

বিহুৰ বতৰত অহা বৰদৈচিলাই অসমীয়া জাতিক দি থৈ যায় সাহস – ডাঃ অঞ্জনজ্যোতি চৌধুৰী

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২০ এপ্ৰিল:বিহুৰ পাঁচটা ৰূপ আছে। এই পাঁচটা ৰূপেই "ব" আখৰৰ। বিহু বিনন্দীয়া। বিনন্দীয়া মানে ৰং ৰহইচ। মেঘৰ গিৰ্জনিৰ পৰা ঢোলৰ চেও, চৰাই - চিৰিকতিৰ বিভিন্ন মাতৰ পৰা পেঁপাৰ মাত। সেইদৰে আন এটা বিহুৰ ৰূপ বৰষুণ। বৰষুণে…

চীনা ভাষা শিকিব দেশৰ সেনাইঃতেজপুৰ বিশ্ব বিদ্যালয়ৰে বুজাবুজি চুক্তি সম্পন্ন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৯এপ্ৰিলঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ স’তে আজি দেশৰ সেনাৰ এক বুজাবুজিৰ চুক্তি সম্পাদিত হৈছে৷ উল্লেখযোগ্য যে,দেশৰ সেনাবাহিনীৰ লোকক চীনা ভাষা শিক্ষণৰ সন্দৰ্ভত এই বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়৷১৬ সপ্তাহৰ এই চীনা ভাষা…

তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ত আছা, আওপাৰ উত্তাল প্ৰতিবাদ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৯ এপ্ৰিল : তিনিচুকীয়া জিলাৰ বৰডুবি আৰক্ষী থানাৰ অন্তৰ্গত এগৰাকী ১৩ বছৰীয়া নাবালিকাক যোৱা ২০ মাৰ্চত এজন পঞ্চাছউৰ্ধৰ ব্যক্তিয়ে ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ তুলি ২১ মাৰ্চত নাবালিকাগৰাকীৰ পৰিয়ালৰ তৰফৰ পৰা বৰডুবি…

Achievement

Reema Bora has been awarded the degree of Doctor Of Philosophy by Assam Agricultural University, Jorhat for her thesis entitled Developing Blended Fabric Using Muga Silk Waste For Product Development. She carried out her research work in…

মহাকাশত তৰাৰ বিস্ফোৰণ! দৈত্যকায় ‘দৈত্য’ৰ চেহেৰা ধৰা পৰিল টেলিস্কোপত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ এপ্ৰিল : নাছাৰ জেমছ ৱেব টেলিস্কোপে মহাকাশত এই দানৱটো বিচাৰি পাইছিল। কিন্তু সেইটো দানৱ নহয় বুলি সেউজীয়া মুখখনৰ ফটো পোহৰলৈ অহাৰ লগে লগে পৃথিৱীৰ মহাকাশ বিজ্ঞানীসকলৰ মাজত হৈ চৈ লাগিল। ফটোখন বিশ্লেষণ কৰাৰ পিছত জনা…

“ক্ৰিমিয়া ভাৰতৰ বাবে এক শিক্ষা’’— ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ এপ্ৰিল : ইউক্ৰেইনৰ উপ-বিদেশ মন্ত্ৰী এমিন ঝাপৰোভা ভাৰত ভ্ৰমণত ব্যস্ত। তেওঁ ভাৰতলৈ আহি যুদ্ধবিধ্বস্ত ইউক্ৰেইনক মানৱীয় সাহায্য আগবঢ়াবলৈ আহ্বান জনাইছে। তেওঁ ভাৰতক চুবুৰীয়া দেশৰ আগ্ৰাসী মনোভাৱৰ ওপৰত চকু ৰাখিবলৈও…

মাত্ৰ ৮০ দিনতে পৃথিৱী ভ্ৰমণ দুই অশীতিপৰ বান্ধৱীৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ এপ্ৰিল : এলি হাম্বি আৰু ছেণ্ডী হেজেলিপ। এগৰাকী পেছাত তথ্যচিত্ৰ পৰিচালক, আনগৰাকী চিকিৎসক। দুয়ো অশীতিপৰ। আমেৰিকাৰ টেক্সাছৰপৰা যাত্ৰা আৰম্ভ কৰাৰ পিছত মাত্ৰ ৮০ দিনৰ ভিতৰতে বিশ্ব ভ্ৰমণ কৰিছে ৮১ বছৰীয়া দুই বান্ধৱীয়ে।…

অস্বাভাৱিক ভাৱে দিখৌ নদীত ওপঙি উঠিছে হাজাৰ হাজাৰ থলুৱা মাছ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, শিৱসাগৰ, ৫ এপ্ৰিলঃ বিগত এটা পষেকধৰি অব্যাহত থকা মূষলধাৰ বৰষুণ আৰু বতৰৰ অস্বাভাৱিক পৰিৱৰ্তনৰ মাজতেই শিৱসাগৰৰ মাজেদি পাৰ হৈ যোৱা দিখৌ নদীত পৰিলক্ষিত হৈছে এক আচৰিত ধৰণৰ পৰিৱৰ্তন৷ স্বাভাৱিকতেই নৈপৰীয়া জনজীৱনত অভ্যস্ত হৈ…