নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত মধ্য যুগৰ লোণ সন্দৰ্ভত বক্তৃতানুষ্ঠান-প্ৰাক্তন শিক্ষাৰ্থীৰ সমাৰোহ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৫ এপ্ৰিলঃ নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ উদ্যোগত ৪ এপ্ৰিলত “History of Saltঃ Precious Commodity of Medieval Assam“ শীৰ্ষক এক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷ উক্ত অনুষ্ঠানত যোৰহাটৰ জগন্নাথ বৰুৱা…

লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত ই-আৱৰ্জনা ব্যৱস্থাপনাৰ কৰ্মশালাৰ সামৰণি

উত্তৰ লখিমপুৰঃ ৪ এপ্ৰিলঃ ইলেক্ট্ৰনিক আৱৰ্জনাসমূহৰ ক্ষতিকাৰকতা আৰু সেই আৱৰ্জনাসমূহ ঘৰতে পুনঃব্যৱহাৰ কৰি কৰ্মসংস্থাপন লাভৰ সম্ভাৱনাৰ ওপৰত অধিক সজাগতা সৃষ্টিৰ আহ্বানৰে আজি লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ই-আৱৰ্জনা…

মাটিমাহৰ বীজ যোগানৰ নামত অনিয়মৰ অভিযোগ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৪এপ্ৰিলঃ ৰাজ্যত উন্নত প্ৰজাতিৰ মাটিমাহৰ খেতিৰে কৃষিক্ষেত্ৰত চৰকাৰী ভাবে যুগান্তকাৰী পৰিৱৰ্তন অনাৰ লক্ষ্যৰে চৰকাৰী কৃষিবিভাগে কেৱল ২৪ লাখ ৯৮ হেজাৰ চাৰিশ ২৬টকাৰ প্ৰচাৰ পত্ৰিকা প্ৰকাশ কৰি ৰাজ্যৰ জিলাসমূহলৈ…

সেনাৰ নামলৈ গাঞ্জা সৰবৰাহৰ কৌশল

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৪এপ্ৰিলঃ তেজপুৰৰ পৰা এটা ব্যক্তিগত পৰিৱহণ প্ৰতিষ্ঠানৰ জড়িয়তে অজ্ঞাত লোকে মুঠ ৪০৬.২২কিলোগ্ৰাম সৰবৰাহ কৰিবলৈ গ্ৰহণ কৰা কৌশল পোহৰলৈ অহাত তেজপুৰত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি,তেজপুৰৰ…

মূল্যবৃদ্ধিৰ বিৰুদ্ধে তেজপুৰত এছ ইউ চি আইৰ প্ৰতিবাদ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৪এপ্ৰিলঃ জীৱনদায়িনী ঔষধৰ অস্বাভাৱিক মূল্যবৃদ্ধি, পৌৰ কৰ বৃদ্ধি, টোলকৰ আৰু বিদ্যুতৰ নিৰ্দ্ধাৰিত মাছুল বৃদ্ধিৰ বিৰুদ্ধে এছ ইউ চি আই(কমিউনিষ্ট)ৰ অসম ৰাজ্যিক কমিটিৰ আহ্বানত আৰু দলৰ শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত…

ধেমাজিৰ বৰদলনিত দেউৰী জনগোষ্ঠীৰ প্ৰথমখন গ্ৰন্থ ‘দেউৰী কৃষ্টি আৰু চমু ইতিহাস’ ৰ বিশেষ…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ৪এপ্ৰিল: দেউৰী জনগোষ্ঠীৰ প্ৰথমখন গ্ৰন্থ 'দেউৰী কৃষ্টি আৰু চমু ইতিহাস' ৰ বিশেষ সংশোধনী সংস্কৰণটি দেওবাৰে ধেমাজি জিলাৰ বৰদলনি বাম চেনিয়া দেউৰী গাঁৱৰ ৰঙ্গমঞ্চত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শুভ উন্মোচন কৰা হয়।…

চন্দ্ৰাম বৰুৱাৰ মৃত্যুত শোক

শতাব্দ ষ্টাফ ৰিপটাৰ লখিমপুৰ ৪ এপ্ৰিল: লখিমপুৰ জিলাৰ ২নং ৰঙাজানৰ শংকৰপুৰ নিবাসী, জলসম্পদ বিভাগৰ অবসৰ প্ৰাপ্ত মুখ্য সহায়ক চন্দ্ৰাম বৰুৱাৰ বাৰ্ধক্যজনিত কাৰণত যোৱা দেওবাৰে সন্ধিয়া পৰলোকপ্ৰাপ্তি ঘটে। বৰুৱা বৃহত্তৰ ৰঙাজান অঞ্চলৰ বিভিন্ন সামাজিক…

ছিণ্ডিকেট চক্ৰক ৫৫ হাজাৰ আদায় দি তিনিচুকীয়াৰ পৰা বাগৰিলৈকে চোৰাং কাঠ নিৰ্বিঘ্নে সৰবৰাহ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ এপ্ৰিল : উজনি অসমত বৃদ্ধি পাইছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা ৷ এই গুৰুতৰ অভিযোগ সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিৰ ৷ আজি এক বিবৃতিত তিনিচুকীয়া জিলা মটক যুৱ-ছাত্ৰ সন্মিলনৰ সাধাৰণ সম্পাদক…

মইনাক সুন্দৰৰ পূজাৰী হিচাপে গঢ়ি তুলিবলৈ তেজপুৰৰ বাৰহলীয়া মইনা পাৰিজাতৰ তৎপৰতা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৪ এপ্ৰিল : "আমি পোহৰ বিচাৰি যাওঁ" শীৰ্ষক মন্ত্ৰেৰে শিশু সকলক নিজৰ নিজৰ সুকুমাৰ কলা বিকাশেৰে সমাজৰ একোগৰাকী সুন্দৰৰ পূজাৰী হিচাপে গঢ়ি তুলিবলৈ গঠন হোৱা সদৌ অসম মইনা পাৰিজাতৰ তেজপুৰৰ বাৰহলীয়া শাখাইও চহৰখনৰ…

‘যেতিয়াই তেতিয়াই বিহু পতা অসমীয়া জাতিয়ে আত্ম-সংশোধন নকৰিলে কালৰ গতিত অচিৰেই হেৰাই যাব’

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ , লখিমপুৰ: ৫ এপ্ৰিল : "অসমীয়া জাতিয়ে কম দিনৰ ভিতৰতে স্বকীয়তা হেৰুওৱাটো এক প্ৰকাৰে নিশ্চিত হৈ পৰিছে ৷ উৎসৱ প্ৰিয় নিষ্কৰ্মা জাতিত পৰিণত হোৱা জাতিটোৱে বিহুৰ নামতে গোটেই বছৰটো অৰ্থহীন আনন্দত আত্মহাৰা হৈ পাৰ কৰি দিয়ে ৷…