চাৰিখন শিশু নাটকৰ সফল মঞ্চায়নেৰে সামৰণি তেজপুৰৰ আংগিকৰ “শৈশৱতে ধেমালিতে” শীৰ্ষক শিশু…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৪ এপ্ৰিল : তেজপুৰৰ নিকটৱৰ্তী ডিপোটাৰ এগৰাকী দক্ষ তথা ৰুচিশীল নাট্যকৰ্মী তথা এন এছ ডিৰ ডিপ্লমা প্ৰাপক শোণিতজ্যোতি শইকীয়াৰ বিশেষ তৎপৰতাত গঢ়ি উঠা নাট্যানুষ্ঠান "আংগিক" ৰ উদ্যোগত দুদিনীয়াকৈ ঐতিহ্য মণ্ডিত ডিপোটা…

মাষ্টাৰ চেফ ইণ্ডিয়াৰ বিজয়ী নয়নজ্যোতিক সম্বৰ্ধনা তিনিচুকীয়া জিলা প্ৰশাসনৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ এপ্ৰিল : ছনী টিভিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুকিং ৰিয়েলিটি শ্ব' 'মাষ্টাৰ চেফ ইণ্ডিয়া'ৰ ছিজন ৭ ৰ খিতাপ দখল কৰি অসম তথা তিনিচুকীয়া জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা তিনিচুকীয়াৰ গোবিন্দপুৰ নিবাসী নয়নজ্যোতি…

উদ্ধত যত শাখাৰ শিখৰে…

দাদুল দেৱকৃষ্ণ বৰুৱা ১৯৩৮ চনত প্ৰকাশিত Daphne du Maurierৰ উপন্যাস Rebeccaৰ নায়িকা ৰেবেকাৰ যৌৱন ৰডোডেনড্রনৰ তপ্তযৌৱনৰ ৰঙেৰে ৰঙা। এই উপন্যাসৰ অৱলম্বনতেই হিচককে নিৰ্মাণ কৰিছিল বিখ্যাত চলচ্চিত্র Rebecca। ৰডোডেনড্রনক ভাৰতীয় সাহিত্যত ভাস্বৰ…

ঘৰৰ অভিভাৱকজন শিক্ষিত হ’ব লাগে-কংগ্ৰেছ ৰাষ্ট্ৰীয় মুখপাত্ৰ মমিন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,২এপ্ৰিলঃ “ঘৰ এখনৰ অভিভাৱকজন শিক্ষিত হ’লেহে ঘৰখন ভালদৰে পৰিচালনা হয়৷ এজন চাহবেচা লোক দেশৰ অভিভাৱক হ’লে কি হ’ব ভাৱক৷” তেজপুৰত আজি এই মন্তব্য কৰে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ মমিতা মমিনে৷ আজি দিনৰ ১১বজাত…

দুই শ্ৰমিক নিহত হোৱাৰ ঘটনাৰ তদন্তৰ দাবীত শ্ৰমিকৰ প্ৰতিবাদ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১এপ্ৰিলঃ কালি দিনৰ প্ৰায় আঢ়ৈ বজাত তেজপুৰৰ নিকটৱৰ্তী ৰূপাজুলি চাহ বাগিচাত দুই স্হায়ী শ্ৰমিক ৰোহিত তাঁতি(২৯)আৰু ছৱি তাঁতি(৫০) কলঘৰৰ এজবেষ্টাৰ টিন মেৰামতি কৰিবলৈ গৈ প্ৰায় ৪২ফুট উচ্চতাৰ পৰা তলত পৰি নিহত হোৱা ঘটনাৰ…

তেজপুৰৰ ডায়মেনশ্যন একাডেমীলৈ চি এম এছিয়াৰ “নৰ্থ ইষ্ট লিডাৰশ্বিপ এৱাৰ্ড ২০২৩”

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১ এপ্ৰিল : বিদ্যায়তনিক আৰু আন্ত:গাঁথনিৰ ক্ষেত্ৰত কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হোৱাৰ বাবেই ২০১৪ চনত তেজপুৰৰ এগৰাকী উচ্চ শিক্ষিত, উদ্যমী যুৱক পংকজ দাসৰ তৎপৰতাত গঢ় লৈ উঠা "ডায়মেনশ্যন একাডেমী" নামৰ শিক্ষানুষ্ঠানখনে…

তেজপুৰৰ “সপ্তাশ্ব” দশম “নৃত্যকল্প” অনুষ্ঠান

ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰাপক ডা০ জাহানাৰা বেগম, জিতুমণি কলিতা আৰু "লাচিত - বুৰঞ্জী লিখা তৰোৱাল" ৰ স্ৰষ্টা - পৰিচালক পুলক কুমাৰ ডেকাক সম্বৰ্ধনা

তেজপুৰ বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে নিযুক্ত ড° শম্ভু নাথ সিঙ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১এপ্ৰিলঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে নতুন দিল্লীৰ ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° শম্ভু নাথ সিঙক৷তেওঁক কালি কেন্দ্ৰীয় চৰকাৰে তেজপুৰ বিশ্ববিদ্যালয়ত পাঁচবছৰীয়া…

দেশৰ ৰোজগাৰ মেলা – খণ্ড ৪ ৰ উত্তৰ পূৰ্বাঞ্চলৰ নডেল কাৰ্যালয় হিচাপে নিৰ্বাচিত তেজপুৰৰ লোকপ্ৰিয়…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১ এপ্ৰিল : অলপতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ লাখ লোকক নিযুক্তি প্ৰদানৰ লক্ষ্য হিচাপে লৈ ইতিমধ্যে ৭৫০০০ লোকক ভিডিও কনফাৰেন্স যোগে নিযুক্তি পত্ৰ প্ৰদান কৰে ।" মিছন " হিচাবত সম্পন্ন কৰিবলৈ স্থিৰ কৰা এই…