তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ উপেন্দ্ৰ নাথ শৰ্মালৈ কামৰূপ সংস্কৃত সঞ্জীৱনী সভাৰ “বিদ্যাৰত্ন”…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২৭ মাৰ্চ : তেজপুৰৰ সমাজ জীৱনৰ অগ্ৰণী ব্যক্তিত্ব, বিশিষ্ট শিক্ষাবিদ, সংস্কৃত পণ্ডিত তথা দৰং মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক উপেন্দ্ৰ নাথ শৰ্মাক কামৰূপ সংস্কৃত সঞ্জীৱনী সভাই "বিদ্যাৰত্ন উপাধি" ৰে…

তেজপুৰত হাম্ৰো প্ৰজাশক্তিৰ উদ্যোগত সন্দৰ্ভত আলোচনা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ:২৭ মাৰ্চ:  ৰাজ্যত বসবাস কৰা নেপালী সম্প্ৰদায়ৰ লোকসকলৰ বিভিন্ন সমস্যাৰ আলোকপাত তথা বিশ্লেষণৰ কাৰণে আজি নেপালী দৈনিক কাকত হাম্ৰো প্ৰজাশক্তিৰ উদ্যোগত তেজপুৰত এখন সভা অনুষ্ঠিত কৰা হয়৷ তেজপুৰৰ বিশিষ্ট নেপালী…

গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড°…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২৭ মাৰ্চ : অসম কলেজ অধ্যক্ষ পৰিষদৰ সম্পাদক তথা ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ তেজপুৰ নিবাসী ড° ৰঞ্জন কলিতা গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হোৱাত তেজপুৰৰ বিভিন্ন ব্যক্তি -…

“সমদল”ৰ পশ্চিম তেজপুৰ সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলাৰ সামৰণি

আপোন ভাষাটোৰ প্ৰতি সকলো দায়ৱদ্ধ হ'ব লাগিব- জ্ঞান পূজাৰীমৃদুল কুমাৰ চহৰীয়াৰ কাব্যগ্ৰন্থকে ধৰি পাঁচখন গ্ৰন্থ উন্মোচন 

দিজমুৰ হিন্দু প্ৰাথমিক বিদ্যালয়ত জিলাভিত্তিত বুনিয়াদী সাক্ষাৰতা আৰু সাংখ্যিকতা দিৱস উদযাপন

ধেমাজি, ২৭ মাৰ্চঃ "শিশুৰ শিক্ষাগ্ৰহণত বুনিয়াদী স্তৰটোৰ যথেষ্ট গুৰুত্ব আছে। বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা হ'ল- ভাষা শিকনৰ প্ৰধান কৌশলসমূহৰ লগতে দৈনন্দিন জীৱনত গাণিতিক প্ৰয়োগৰ কৌশলসমূহ ছাত্র-ছাত্ৰীয়ে আয়ত্ত কৰা আৰু ব্যৱহাৰিক প্ৰয়োগৰ…

লখিমপুৰৰ বিশিষ্ট সমাজকৰ্মী ৰাজেশ মালপানীক গুৱাহাটীত ‘জনসেৱা’ বঁটা প্ৰদান

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৭ মাৰ্চঃ লখিমপুৰৰ বিশিষ্ট সমাজকৰ্মী, ব্যৱসায়ী ৰাজেশ মালপানীক ২৫ মাৰ্চত জনসেৱা বঁটা প্ৰদান কৰা হয়৷ উত্তৰ পূৰ্বাঞ্চল ভিত্তিত তেওঁ পূৰ্বোত্তৰ প্ৰদেশীয় মাৰোৱাৰী সন্মিলনৰ পৰা এই বঁটা লাভ কৰে৷ উল্লেখ্য যে সমাজৰ…

নাৰায়ণপুৰত বুটমাহে প্ৰাণ ললে শিশুৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৭ মাৰ্চঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত বুট মাহে এটি শিশুৰ প্ৰাণ লোৱাৰ বাতৰি পোহৰলৈ আহিছে৷ প্ৰাপ্ত তথ্য অনুসৰি নাৰায়ণপুৰ নগৰৰ সমীপৱৰ্তী বেলগুৰি নিবাসী হেম বিকাশ বৰুৱাৰ দুবছৰীয়া পুত্ৰই যোৱা ২৪ মাৰ্চত ঘৰত চোতালত…