৭১ৰ পিছৰ বিদেশীৰ স্থান নাই অসমত : খিলঞ্জীয়াৰ অধিকাৰ সাব্যস্ত নহ’লে অসম ৰসাতলে…

নাৰায়ণপুৰ, ২৬ মাৰ্চঃ জননী জন্মভূমি স্বৰ্গীদপী গৰিয়সী।অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে সংবিধানৰ ৬ নং দফাৰ সফল ৰূপায়ণ হ'ব লাগিব।১৯৭১চনৰ ২৪ মাৰ্চৰ পিছত অহা কোনো বিদেশীৰে অসমত থকাৰ অধিকাৰ নাই। এই বক্তব্য সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল…

তেজপুৰত অগপৰ বিশেষ কৰ্মী সন্মিলন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২৬মাৰ্চঃ আগন্তুক লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনক লক্ষ্য হিচাপে লৈ ৰাজ্যৰ সহযোগী শাসকীয় অগপৰ গণ ভিত্তি বৃদ্ধিৰ লগতে দলৰ সাংগঠনিক দিশ অধিক শক্তিশালী কৰি তুলি সৰ্বস্তৰৰ নেতা-কৰ্মীক অধিক সজাগ আৰু সক্ৰিয় কৰি তুলিবলৈ…

ভূৱা তথ্যৰে বিটিআৰত চাৰিদুৱাৰৰ ৮৪খন গাঁও অন্তৰ্ভুক্তিৰ ষড়যন্ত্ৰৰ অভিযোগঃবিশাল ৰাজহুৱা সভাত তীব্ৰ…

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৬মাৰ্চঃ বিটিআৰত নতুনকৈ শোণিতপুৰৰ চাৰিদুৱাৰ মৌজাৰ ৮৪খন গাঁও অন্তৰ্ভুক্তিৰ বাবে চেষ্টা চলাৰ অভিযোগ তুলি এনে কাৰ্য আৰু ইয়াৰ বাবে জনগাঁথনিৰ ভূৱা তথ্যৰ তীব্ৰ বিৰোধিতাৰে আজি চাৰিদুৱাৰত এখন বৃহৎ ৰাজহুৱা সভা অনুষ্ঠিত…

কলকাতাত নৰ্থ লখিমপুৰ কলেজৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় আলোচনা-সত্ৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৬ মাৰ্চঃ নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগ আৰু ছেইণ্ট প’লচ কেথেড্ৰেল মিছন কলেজৰ বাংলা বিভাগৰ যৌথ উদ্যোগত কলকাতাত ২৫ আৰু ২৬ মাৰ্চ তাৰিখে এক আন্তঃৰাষ্ট্ৰীয় আলোচনা-চক্ৰ অনুষ্ঠিত হৈ যায়৷ ‘ভাৰত উপ-মহাদেশৰ ভক্তি সাহিত্য’…

উচ্চতৰ মাধ্যমিকত শাখা নিৰ্বাচনৰ ক্ষেত্রত কি কি দিশ চাব লাগে

  ড° বুলজিৎ বুঢ়াগোহাঁই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত সাধাৰণতে প্রায়বোৰ ছাত্র-ছাত্রীয়ে উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান নে বাণিজ্য শাখাত নাম ভর্তি কৰিব নতুবা বৃত্তিমুখী (vocational) শিক্ষা গ্রহণ কৰিব, সেইটো সিদ্ধান্ত লওতে…

সৌন্দৰ্যৰ অভিসম্পাত!

দাদুল দেৱকৃষ্ণ বৰুৱা অত্যধিক সৌন্দৰ্য কেতিয়াবা অভিশাপ হৈ উঠে। এয়া দেখা গৈছে শামুকৰ এটা প্ৰজাতিৰ ক্ষেত্ৰতো। দৰ্শনীয় ৰঙৰ খোলাবোৰৰ বাবেই সংকটজনকভাৱে বিপন্ন হৈ পৰিছে বিশেষ প্ৰজাতিৰ কিউবান শামুক। এই নিৰীহ জীৱবিধৰ নাম কিউবান পেইণ্টেড স্নেইল…

স্নাতক পাঠ্যক্ৰমত ড° ভূপেন হাজৰিকাৰ গীতি সাহিত্য আৰু শৈল্পীক জীৱনৰ ভিত্তিক পাঠ সংযোজন কৰিবলৈ…

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৪মাৰ্চঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিছত অসমৰ সামাজিক আৰু সাংস্কৃতিক পথাৰখনিত সৰ্বজন সমাদৃত ব্যক্তি সকলৰ ভিতৰত ড° ভূপেন হাজৰিকা এক উজ্বল নক্ষত্ৰ । ড° হাজৰিকাৰ সাংস্কৃতিক কৰ্মৰাজি কেৱল অসমতে সীমিত নাথাকি…

সুদীৰ্ঘ ৫৭ টা বছৰৰ পিছত ৰাষ্ট্ৰীয় খেলুুৱৈ তৈয়বুন নিছাই বান্ধৱীক পৰিশোধ কৰিলে আঙুঠি

 শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৪ মাৰ্চঃ ৰাষ্ট্ৰীয় পৰ্যায়ত ডিছকাছ দলিয়াই ৫বাৰকৈ ৰাষ্ট্ৰীয় চেম্পিয়নৰ খিতাপ দখল কৰি অসমলৈ সুনাম কঢ়িয়াই অনা তৈয়বুন নিছাক নতুনকৈ আৰু চিনাকী কৰি দিয়াৰ প্ৰয়োজন নাই। অতি শক্তিশালী মানুহগৰাকী কিন্তু অতি কোমল মনৰ মানুহ। পৰহি…