লখিমপুৰৰ চৰ চাপৰিত সন্দেহযুক্ত নাগৰিকৰ ভূমি বে-দখলঃ উচ্ছেদৰ দাবীত বিশাল প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৩ মাৰ্চঃ লখিমপুৰৰ একাংশ চৰ-চাপৰিত এতিয়া সন্দেহযুক্ত নাগৰিকে ভূমি বে-দখল কৰি তেনে ভূমি দালাল চক্ৰৰ হাতত তুলি দিয়াৰ অভিযোগ তুলি আজি সোৱণশিৰিৰ ভীমপৰা চাপৰিত তিনি মিচিং জাতীয় সংগঠনে বিশাল প্ৰতিবাদ সাব্যস্ত কৰে৷…
