মুখত দুডাল দুবৰি বন, দুডাল খৰিকা…
মানস প্ৰতিম দত্ত
শৈশৱৰ দিনবোৰত ৰ'দ-বৰষুণ একেলগে দিলে মাহঁতে আমাক কৈছিল - খঁৰা শিয়ালৰ বিয়া পাতিছে চা! লগে লগে আমিও চিঞৰি চিঞৰি গাইছিলোঁ -
ৰ'দো দিছে বৰষুণো দিছে খঁৰা শিয়ালৰ বিয়া
ঘৰচিৰিকাই তামোল কাটিছে আমাকো এখন দিয়া।
আকৌ, কেতিয়াবা হঠাৎ…
