লখিমপুৰত বিপদ সীমা উপচি বৈছে পাঁচখন নৈ

শতাব্দ, লখিমপুৰ ৩০ জুনঃ ভয়াবহ বান দুৰ্যোগৰ সন্মুখীন হৈছে লখিমপুৰ জিলা। যোৱা কিছুদিন ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ লগতে অৰুণাচলত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত জিলাখনৰ প্ৰায়বোৰ নদীৰ জলপৃষ্ঠ বিপজ্জনক ৰূপত বৃদ্ধি পাইছে। আজিৰ দিনটোত জিলাখনত পাঁচখন নৈ ৰ…

নীপকোৰ বলিশালত ৰঙানদীপৰীয়া

জীৱন গোস্বামী অৰুণাচলৰ ইয়াজুলীত থকা ৪০৫ মেগাৱাট শক্তিসম্পন্ন ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ পৰা পানী এৰি দিয়া হৈছে। প্ৰকল্পটোৰ জলাধাৰত পানীৰ চাপ অত্যধিক হোৱাত জলাধাৰৰ সুৰক্ষাৰ খাতিৰতে প্ৰকল্পটো নিৰ্মাণকাৰী প্ৰতিষ্ঠান উত্তৰ পূৱ শক্তি নিগম…

গুৱাহাটীৰ পৰা শীঘ্ৰে ঢাকা-কাঠমাণ্ডুলৈ উৰিব এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২৮ জুনঃ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিমানযাত্ৰীসকলৰ বাবে সুখবৰ। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা শীঘ্ৰে সম্প্ৰসাৰণ ঘটিব আন্তঃৰাষ্ট্ৰীয় বিমানসেৱাৰ। অসমৰ পৰা আন্তঃৰাষ্ট্ৰীয়…

 অৰুণাচল প্ৰশাসনে নিজে ভাঙি দিবলৈ বাধ্য হল ৰঙা সংৰক্ষিত বনাঞ্চলৰ অবৈধ নিৰ্মাণ 

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ লখিমপুৰ, ২৭ জুনঃ অসমৰ ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচলীয়ে নিৰ্মাণ কৰা এক’লেণ্ড অৱশেষত আজি অৰুণাচল প্ৰশাসনে নিজে ভাঙি দিবলৈ বাধ্য হয়৷ বুধবাৰে অসমৰ বিশাল সুৰক্ষা বাহিনীয়ে ৰঙা সংৰক্ষিত বনাঞ্চলত অসমৰ ভূমি বেদখল কৰি…

নিশাটোৰ ভিতৰতে অৰুণাচলীয়ে অসমৰ ৰঙা সংৰক্ষিত বনাঞ্চলৰ ভিতৰৰ পথত খান্দিলে বৃহৎ বৃহৎ গাঁত

 পুৱা পাঁচ বজাৰ পৰা সন্ধিয়া পৰ্যন্ত ৰামপুৰ বগীবিলত থমকি ৰ’ল লখিমপুৰ প্ৰশাসন অসমৰ বুলডজাৰৰ সন্মুখত শুই পৰিল অৰুণাচলী অৰুণাচলীৰ ধমক, গালি গালাজত উভতি আহিল অসমৰ বিশাল আৰক্ষী-বন বাহিনী মহিলা আৰক্ষীক অভব্য আচৰণ, অসম পুলিচ গ’ বেক…

সুনীল গগৈৰ ডি এন এৰ প্ৰতিবেদনৰ ওপৰত সন্দেহ ৰাইজৰ

ঢকুৱাখনা সুনীল গগৈ কাণ্ডৰ ২৫ দিন প্ৰকৃত ঘটনাৰ ৰহস্য উদ্ধাৰত ব্যৰ্থ আৰক্ষী তথ্য-প্ৰমাণ আছে যদি সুনীলৰ পত্নী-পুত্ৰক গ্ৰেপ্তাৰ কৰক, অযথা হাৰাশাস্তি নকৰিব -গাঁওবাসী অভিযন্তা জয়ন্ত গোস্বামীক জেৰাৰ দাবী ঢকুৱাখনা থানাত ৰাইজৰ…

লখিমপুৰত ৩-৪ জুলাইত জিলা আয়ুক্তৰ সন্মিলন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ২৫ জুনঃ এইবাৰ জিলা আয়ুক্তসকলৰ সন্মিলনখন লখিমপুৰত অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰে লখিমপুৰ জিলা প্ৰশাসনলৈ প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিছে৷ ইতিমধ্যে জিলা আয়ুক্তসকলৰ সন্মিলনখন সুকলমে অনুষ্ঠিত কৰাৰ বাবে লখিমপুৰ…

অসমৰ চক্ৰ বিষয়া, বনাঞ্চলিক বিষয়াক হাত কাটি দিয়াৰ ভাবুকি অৰুণাচলীৰ

লখিমপুৰৰ জিলা আয়ুক্তৰ কক্ষত গুৰুত্বপূৰ্ণ বৈঠক অৰুণাচলীৰ ভাবুকিত ফটো ডিলিট কৰিবলৈ বাধ্য হ’ল লখিমপুৰৰ দুই বিষয়াশীঘ্ৰে সীমান্তলৈ যাব আয়ুক্ত-আৰক্ষী অধীক্ষক শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ লখিমপুৰ,২৪ জুনঃ অসম অৰুণাচল সীমান্তৱৰ্তী তথা…

সৰ্বানন্দৰ পৰা হিমন্ত চৰকাৰলৈকে ২৫৫ কোটি টকাৰ ঠগ খাইছে ৰাজ্যৰ সুলভ মূল্যৰ দোকানীয়ে

বিনামূলীয়া চাউল বিলাই পেটত গামোচা মাৰিব লগা হৈছে ৰাজ্যৰ ৩৩,১৬৭ জন দোকানী শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ লখিমপুৰ, ২৪ জুনঃ ৰাজ্যত বিনামূলীয়া চাউল বিতৰণ কৰি সুলভ মূল্যৰ দোকানীসকলে নিজে পেটত গামোচা বান্ধিব লগীয়া হৈছে৷ ৰাজ্য চৰকাৰৰ এই হঠকাৰী আৰু…