Browsing Category

অফবিট

‘চিষ্টাৰ অৱ তেজপুৰ’ শীৰ্ষক বিশেষ প্ৰদৰ্শনীত দহ সহস্ৰাধিক ফটো আৰু পাণ্ডুলিপি প্ৰৰ্দশন

তেজপুৰ মহিলা সমিতিৰ অন্যতম হোতা নীনা দত্তক তেজপুৰ বিশ্ববিদ্যালয়ৰ মহিলা অধ্যয়ন কেন্দ্ৰৰ সম্বৰ্ধনা

এজন মানুহ আৰু এটা সাৰস পক্ষী

দাদুল দেৱকৃষ্ণ বৰুৱা মানুহজনে নিজৰ পথাৰত কাম-কাজ কৰি থকা সময়ত সুৰক্ষাকৰ্মীৰ দৰে থিয় হৈ থাকে সি, ছন্দোময় হাতচাপৰিৰ শব্দ কৰি ডেউকা জোকাৰি থাকে। মানুহজনৰ বাদে আন কাৰোৰেপৰা খাদ্যও গ্ৰহণ নকৰে। আনকি মানুহজনে মটৰচাইকেল চলাই গ'লেও তেওঁৰ…

ফুলে কোৱা কথাবোৰ…

তৃষ্ণা বৰগোহাঞি       আজি আপোনালোকলৈ ফুল লৈ আহিছোঁ । হঠাতে ফুল কিয়? ৰ'ব, ফুলৰ যে ক'ত কথা ক'বলৈ আছে ! আপুনি কেতিয়াবা শুনিছেনে ফুলে কোৱা কথাবোৰ ! আজিয়েইতো নহয় ,ফুলবোৰে হাজাৰ বছৰ জুৰি ক'ত কথাই কৈ আহিছে ! সেয়ে হয়তো গৌতম বুদ্ধয়ো কৈছিল -- "এপাহ…

১০৭ দিন অবিৰত মাৰাথন দৌৰেৰে এৰ্চনাৰ বিশ্ব অভিলেখ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ ডিচেম্বৰ : মাৰাথন এনে এক খেল য’ত সকলোৱে অংশগ্ৰহণ কৰিব পাৰে। কিন্তু ইয়াক সম্পূৰ্ণ কৰাটো সকলোৰে বাবে সম্ভৱ নহয়। ইয়াক সম্পূৰ্ণ কৰিবলৈ এজন প্ৰতিযোগীয়ে ৪২.১৯৫ কিলোমিটাৰ (মহিলাৰ বাবে) দৌৰিব লাগে যিটো সকলোৰে বাবে…

তেজপুৰ সাহিত্য উৎসৱত ৰজত কাপুৰৰে অন্তৰংগ আলাপ

সাহিত্য আৰু চলচ্চিত্ৰৰ অংগাংগী সম্পৰ্ক আছে -  ৰজত কাপুৰ মহাবিদ্যালয় - বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ প্ৰশ্নবাণত ক'লে - চিনেমা হিট হোৱা নোহোৱাকলৈ মই কাম নকৰোঁ - দহজন মানুহে মোৰ চিনেমা চালেও মই সুখী তেজপুৰৰ সুন্দৰতা আৰু তেজপুৰবাসীৰ অতিথি…

আকাশলৈ উভতিব ‘ম্ৰিয়া’

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ নৱেম্বৰ : ধ্বংস হৈ গ’ল; কিন্তু ধ্বংসাৱশেষৰ পৰা ফিনিক্সৰ দৰে জী উঠিবলৈ গৈ আছে। নাম এণ্টন’ভ-২২৫। ৰাছিয়াৰ আক্ৰমণত ধ্বংস হৈছিল। এই বিমানখন ‘ম্ৰিয়া’ নামেৰে জনাজাত। ইউক্ৰেইনৰ mrya শব্দৰ অৰ্থ— সপোন। আনুষ্ঠানিকভাৱে ই…

নিৰ্মাণ কৰা হৈছে দ্বিতীয় ‘সূৰ্য’! পৃথিৱীয়ে কেতিয়া পাব এই কৃত্ৰিম নক্ষত্ৰ?

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ নৱেম্বৰ: সূৰ্যটো নুমাই যাব— বহুদিনৰ পৰা তেনেকৈয়ে চৰ্চা চলি আহিছে। ইফালে সৌৰশক্তি হৈছে জীয়াই থকাৰ শক্তি, জীয়াই থকাৰ সম্বল। গতিকে মানুহে এটা কৃত্ৰিম সূৰ্য সৃষ্টি কৰাৰ সিদ্ধান্ত ল’লে। বহু দেশে এই প্ৰকল্পত যোগদান…

৩৭খন দেশত গৱেষণাৰ জৰিয়তে গম পোৱা গ’ল বছৰত কোনে, কিমানবাৰ চকুলো টুকে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ নৱেম্বৰ : যেতিয়াই ‘আৱেগিক’, ‘সংবেদনশীল’, ‘আবেগপূৰ্ণ’ শব্দবোৰ উচ্চাৰণ কৰা হয়, তেতিয়াই তাৰ লগত নাৰীৰ নাম জড়িত হৈ থাকে। যিকোনো চিনেমাৰ দৃশ্য তুলি লওক— দেখিব যে মহিলা চৰিত্ৰবোৰৰেই চকুতেই আটাইতকৈ বেছি চকুলো।…

পৃথিৱীৰ আটাইতকৈ চমু বিমানযাত্ৰা!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ নৱেম্বৰ : আজিৰ ব্যস্ত যুগত প্ৰায় সকলোৱেই দূৰৈৰ গন্তব্যস্থানলৈ যাত্ৰা কৰিবলৈ বিমান যাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ জৰিয়তে কম সময়ৰ ভিতৰতে কেইবাশ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পৰা যায়। মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে…

ঊষা মংগেশকাৰলৈ ড॰ ভূপেন হাজৰিকাৰ সমন্বয় বঁটা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ১৯ নৱেম্বৰ : ভাৰতৰ প্ৰখ্যাত গায়িকা ঊষা মংগেশকাৰলৈ এইবাৰ আগবঢ়োৱা হৈছে অসম সাহিত্য সভাৰ ড॰ ভূপেন হাজৰিকা আন্তৰ্জাতিক সমন্বয় বঁটা-২০২২৷ এই বঁটাৰ লগত আছে পাঁচ লাখ টকা, স্মাৰক, অংগবস্ত্ৰ আৰু গ্ৰন্থৰ টোপোলা৷ অহা…