Browsing Category
অফবিট
চীনে চন্দ্ৰৰ পৰা আনিলে হীৰা সদৃশ নব্য খনিজ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ ছেপ্টেম্বৰ : পৃথিৱীৰ বুকুত চন্দ্ৰৰ হীৰা! যিমানেই আচৰিত যেন লাগিলেও, সেইটোৱেই সত্য। ঠিক হীৰা নহ’লেও চীনে চন্দ্ৰত স্ফটিক বা হীৰাৰ দৰে দেখাত সম্পূৰ্ণ নতুন খনিজ আৱিষ্কাৰ কৰিছে। দুবছৰমান আগতে চীনৰ চেং’এ-৫ মহাকাশযানে…
কলাগুৰুৰ পিতৃ চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ ৰাভাৰ প্ৰথমবাৰৰ বাবে প্ৰতিচ্ছবি উন্মোচন
শতাব্দ প্ৰতিনিধি, তেজপুৰ ৫ ছেপ্টেম্বৰঃ অসমৰ সাহিত্য-সংস্কৃতি ক্ষেত্ৰখনৰ কিংবদন্তি তথা বহু গুণ গৰিমাৰে মহিমামণ্ডিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পিতৃ চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ ৰাভাৰ প্ৰতিচ্ছবিৰ লগতে আন্তজাৰ্তিক খ্যাতিসম্পন্ন আলোকচিত্ৰ শিল্পী…
উচ্চ ৰক্তচাপত ভুগি আছে? খালী পেটত কি খাদ্য খাব লাগে জানি লওক
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ ছেপ্টেম্বৰ : আলমণ্ড হৈছে প্ৰায় সকলোৱে খাবলৈ ভাল পোৱা খাদ্য। আমি ৰাস্তাত খোজকাঢ়ি থাকোতে যেতিয়াই দেখা পাওঁ বাদাম কিনি খাওঁ। সকলোৱে বাদাম খায় কিন্তু বাদামৰ উপকাৰিতা বহুতে নাজানে। বাদামৰ দামো বহু বেছি নহয় আৰু…
অসমৰ বাবে এনাৰ্জী একচেছ এক্সপ্ল’ৰাৰ প্লেটফৰ্ম উদ্বোধন
গুৱাহাটী, ৩১ আগষ্ট : বিশ্ব সম্পদ প্ৰতিষ্ঠান, ভাৰতবৰ্ষ অৰ্থাৎ ৱৰ্ল্ড ৰিছ’ৰ্চেছ ইনষ্টিটিউট, ইণ্ডিয়া (WRI India)-ই এ ই ডি এ (AEDA) অৰ্থাৎ অসম শক্তি উন্নয়ন সংস্থাৰ সৈতে অংশীদাৰিত্বৰে আজি দিনৰ ১০ বজাত মহানগৰীৰ হোটেল তাজ ভিভাণ্টাত ৰাজ্যখনৰ বাবে…
ছোভিয়েট নষ্টালজিয়া পাহৰি সেনা হ’ব আত্মনিৰ্ভৰশীল
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ আগষ্ট : ভাৰতীয় সেনা বাহিনীৰ বহুল পৰিৱৰ্তন হ’বলৈ ওলাইছে৷ ছোভিয়েট যুগৰ অস্ত্ৰৰ সলনি ভাৰতত নিৰ্মিত অস্ত্ৰ সেনাৰ হাতত থাকিব। ২৮ আগষ্টত ভাৰতীয় সেনাই ঘোষণা কৰে যে দেশৰ পদাতিক বাহিনীক যান্ত্ৰিক সঁজুলিৰে সজ্জিত কৰা…
তিনিচুকীয়াত আইন সেৱা শিবিৰৰ উদ্বোধনী কাৰ্য্যসূচীত মুখ্য ন্যায়াধীশ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৭ আগষ্ট : তিনিচুকীয়াৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত আৰু অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ তত্বাৱধানত তথা তিনিচুকীয়া জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত আইন সেৱা শিবিৰ আজি উদ্বোধন কৰে গুৱাহাটী উচ্চ ন্যায়ালয় মুখ্য…
নাছাৰ আৰ্টেমিছ চন্দ্ৰ অভিযান : ২৯ আগষ্টত উৎক্ষেপণৰ সেউজ সংকেত লাভ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ আগষ্ট : প্ৰায় ৫০ বছৰৰ পিছত মহাকাশচাৰীক পুনৰ চন্দ্ৰত অৱতৰণ কৰাৰ লক্ষ্যৰে গঢ়ি তোলা আৰ্টেমিছ অভিযান ২৯ আগষ্টত প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে উৎক্ষেপণ কৰাৰ বাবে নাছাৰ পৰা সেউজ সংকেত লাভ কৰিছে। আমেৰিকাৰ মহাকাশ…
১৯৯৮ চনৰ পৰা ভাৰতত চোৰাংচোৱাগিৰিঃ ২৪ বছৰৰ মূৰত গ্ৰেপ্তাৰ পাকিস্তানী হিন্দু
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ আগষ্ট : বিগত ২৪ বছৰ ধৰি ভাৰতত থকা এজন পাকিস্তানী হিন্দুক পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। ১৯৯৮ চনৰ পৰা দক্ষিণ-পশ্চিম দিল্লীৰ ভাটী মাইন (সঞ্জয় কলনী)ত বসবাস কৰি অহা অভিযুক্তজনৰ নাম ভগ…
তেজপুৰত সেনাৰ চতুৰ্থক’ৰৰ মুৰব্বী ৰাণাৰ স’তে সাংবাদিকৰ সৌহাৰ্দ্যপূৰ্ণ বৈঠক
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২২আগষ্ট: “আমাৰ দেশত সংবাদমাধ্যমৰ যথেষ্ট গুৰুত্ব আছে আৰু স্বাধীনতা দিয়া হৈছে৷ সংবাদমাধ্যমক সেয়ে দেশৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়৷ দেশৰ সেনাই সংবাদমাধ্যমৰ স’তে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰে…
পাঁচবিধ শাক-পাচলি খাওক আৰু সুস্থ হৈ থাকক
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ আগষ্ট : ৩০ বছৰ বয়সৰ সীমাত উপনীত হওক বা নহওক, ইটোৰ পিছত সিটো ৰোগ আহি শৰীৰত শিপায়। আনহাতে সৰুৰে পৰা বহু লোক বিভিন্ন ৰোগত আক্ৰান্ত হয়। ডায়েবেটিছ, হৃদযন্ত্ৰৰ সমস্যা, চাপ, উচ্চ ৰক্তচাপৰ পৰা আৰম্ভ কৰি ফেটি লিভাৰৰ…