Browsing Category
অফবিট
বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ বৃহৎ তৰাৰ স্পষ্ট ফটো বন্দী কৰিলে বিজ্ঞানীয়ে
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ আগষ্ট : আমি বিশ্বব্ৰহ্মাণ্ডত কি কি চাব পাৰো তাৰ কোনো সীমা নাই; কাৰণ ইয়াৰ বিস্তৃতি কল্পনাতীতভাৱে বিশাল। আমি কৰিব পৰা কামটো হ’ল আমি ইয়াক আমাৰ লেন্সৰ দ্বাৰা চোৱাৰ ধৰণটো উন্নত কৰা আৰু আমি ইয়াক অধিক বুজি পোৱাৰ লগে…
পতাকা উত্তোলন আৰু পতাকা উন্মোচন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ আগষ্ট : ভাৰতীয় ইতিহাসৰ দুটা গুৰুত্বপূৰ্ণ দিন হ’ল ২৬ জানুৱাৰী আৰু ১৫ আগষ্ট। গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱস। এই দুয়োটা দিনতে জাতীয় পতাকাক চেলুট দি অনুষ্ঠান আৰম্ভ হয়। কিন্তু স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰা…
ৰামায়ণৰ ‘কুইজ’ত জয়ী দুই মুছলমান ছাত্ৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ আগষ্ট : হিন্দু শাস্ত্ৰ ৰামায়ণক লৈ আয়োজন কৰা কুইজ প্ৰতিযোগিতাত দুজন মুছলমান ছাত্ৰই অংশগ্ৰহণ কৰিছিল। দুয়োগৰাকীয়ে প্ৰতিযোগিতাত জয়লাভো কৰে। এটা প্ৰকাশন প্ৰতিষ্ঠানে আয়োজন কৰিছিল এই প্ৰতিযোগিতা। য'ত ৰামায়ণ কাহিনীৰ…
কাৰ্বি আংলঙত ১৫ কোটি টকাৰ ড্ৰাগছ জব্দ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ আগষ্ট : ২ আগষ্ট মঙলবাৰে কাৰ্বি আংলং জিলাৰ পৰা ১৫ কোটি টকাৰ হেৰ’ইন, মৰ্ফিনসহ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হয়। এই ড্ৰাগছখিনি সৰবৰাহৰ সৈতে জড়িত তিনিজন লোককো গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, মঙলবাৰে পুৱাৰ…
আঠ বছৰত আবেদন কৰা ২২.০৫ কোটিৰ ভিতৰত ৭.২২ লাখেহে পালে চাকৰি
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৯ জুলাইঃ এটা চৰকাৰী চাকৰিৰ বাবে নিবনুৱাৰ হাহাকাৰৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ তথ্য। চাকৰিৰ বাবে ২০১৪ চনৰ পৰা এতিয়ালৈকে দেশৰ ২২.০৫ কোটি লোকে আৱেদন জনাইছিল। ইয়াৰ ভিতৰত সংস্থাপন লাভ কৰে মাত্ৰ ৭.২২ লাখ লোকেহে।…
সেনাৰ হাতত উন্নত মানৰ দেশীয় ড্ৰ’ন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ জুলাই : দেশৰ ড্ৰ’ন নিৰ্মাণৰ ইতিহাসত এক নতুন সংযোজন। সেনাৰ ব্যৱহাৰৰ বাবে ভাৰতত নিৰ্মাণ কৰা হৈছে এবিধ হাইটেক ড্ৰ’ন। এই ড্ৰ’নে অতি ঠাণ্ডা ঠাইত, আনকি মাইনাছ ৩০ ডিগ্ৰী চেলছিয়াছতো কাম কৰিব। লগতে এই শক্তিশালী ড্ৰ’নে ১৫০…
দ্ৰুতগতিসম্পন্ন হ’ব BSNLৰ নেটৱৰ্ক
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ জুলাই : কেন্দ্ৰীয় কেবিনেটে চৰকাৰী টেলিকম প্ৰতিষ্ঠান BSNLৰ পুনৰুজ্জীৱিতকৰণৰ বাবে ১.৬৪ লাখ কোটি টকাৰ পেকেজত অনুমোদন জনাইছে। কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণবে কয় যে এতিয়ালৈকে জিলাৰ পৰা ব্লকলৈকে বহু…
যদি ল’ৰা-ছোৱালী পুৱা ৭ বজাত স্কুললৈ যাব পাৰে…’, উচ্চতম ন্যায়ালয় সন্দৰ্ভত…
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ জুলাই : সাধাৰণতে পুৱা ১০:৩০ বজাৰ পৰা উচ্চতম ন্যায়ালয়ৰ কাম আৰম্ভ হয়। কিন্তু সেই পৰম্পৰা ভংগ কৰি ১৫ জুলাই শুকুৰবাৰে পুৱা ৯:৩০ বজাত ন্যায়াধীশ ইউ ইউ ললিত, ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভাট আৰু ন্যায়াধীশ সুধাংশু…
ডিজিটেল মিডিয়াৰ ওপৰত কেন্দ্ৰৰ চকুঃ অচিৰেই আনিব আইন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ জুলাই : কেন্দ্ৰীয় চৰকাৰে এইবাৰ ডিজিটেল মিডিয়া নিয়ন্ত্ৰণ কৰিব বিচাৰিছে। সূত্ৰ অনুসৰি, আগন্তুক সংসদৰ অধিবেশনত আইন সংশোধন কৰি বিধেয়কখন দাখিল কৰা হ’ব। এই আইন উলংঘা কৰিলে ব্যৱস্থা গ্ৰহণৰ বাবে ব্যৱস্থা ৰখা হৈছে।…