Browsing Category
অফবিট
বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিচ্ছবিলৈ তিনিজন ভাৰতীয়ৰ অৰিহণা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ জুলাই : নাছাৰ জেমছ ৱেব স্পেচ টেলিস্কোপে লৈছে বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ গভীৰ ফটো। নাছাই তাৰেই কেইখনমান ফটো প্ৰকাশ কৰে। লগতে কোৱা হৈছে যে, এই চিত্ৰগ্ৰহণত ভাৰতীয় মূলৰ তিনিজন আমেৰিকান লোকৰ ভূমিকা আছে। আমেৰিকাৰ…
এটা ছাগলীৰ দাম ৭০ লাখ টকা !
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুলাই : আজি বকৰি ঈদ। ইছলাম অনুগামীসকলৰ বাবে ই অন্যতম প্ৰধান উৎসৱ।কোৱা বাহুল্য যে, এই ঈদক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে এখন বিশাল ছাগলীৰ ব্যৱসায়ৰ বজাৰ আছে। প্ৰতিবছৰৰ দৰেই ৰায়পুৰৰ বকৰা মন্দি বজাৰত বকৰি ঈদৰ বাবে ক্ৰেতা…
মদৰ বাবে ৩০০ মাইল সাঁতুৰি আহিল ছীল !
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুলাই : সমগ্ৰ বিশ্বতে প্ৰতিদিনে বিভিন্ন ধৰণৰ ঘটনা ঘটি আছে। ইয়াত ঘটা কিছুমান ধেমেলীয়া আৰু অদ্ভুত ঘটনাই প্ৰতি মুহূৰ্ততে পৃথিৱীবাসীৰ হৃদয় জয় কৰি আহিছে। একেদৰে ইংলেণ্ডৰ এখন বাৰৰ চাঞ্চল্যকৰ ঘটনাও শেহতীয়াকৈ পোহৰলৈ…
লখিমপুৰৰ সোৱণশিৰি নদীৰ খাবলু ঘাটত ৯টাকৈ এয়াৰ গান উদ্ধাৰ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৯ জুলাইঃ লখিমপুৰ জিলাৰ পানীগাঁও থানাৰ অন্তৰ্গত সোৱণশিৰিৰ খাবলুঘাটত আজি আৰু কালি বৃহৎ পৰিমানৰ এয়াৰগান উদ্ধাৰ হোৱা কাৰ্যই বিশেষ তাৎপর্য বহন কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি সোৱণশিৰি নদীৰ খাবলু ঘাটৰ আলিছিগাত পানী যুঁৱলিত…
শত্ৰুৰ আক্ৰমণ ৰোধিবলৈ কৃত্ৰিম বুদ্ধিমত্তা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ জুলাই : কেইবাবছৰ পূৰ্বে আৰম্ভ হৈছিল এই আলোচনা। শেহতীয়াকৈ ৰাছিয়া-ইউক্ৰেইন যুদ্ধই নিজৰ মূল্য প্ৰমাণ কৰিছে যে, পাৰমাণৱিক যুদ্ধতকৈ অনাগত দিনত চাইবাৰ যুদ্ধ অধিক ফলপ্ৰসূ হ’বলৈ গৈ আছে। শত্ৰুৰ চাইবাৰ আক্ৰমণ বন্ধ নকৰিলে…
পুৰুষৰ শৰীৰত জৰায়ু !
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ জুলাই : প্ৰস্ৰাৱৰ লগে লগে তেজ ওলাইছিল আৰু তীব্ৰ পেটৰ বিষ হৈছিল। এই লক্ষণবোৰ লৈ চিকিৎসকৰ ওচৰলৈ যোৱাৰ লগে লগে চীনৰ বাসিন্দা চেন লিয়ে গম পালে যে তেওঁৰ দেহত ডিম্বাশয় আৰু জৰায়ু আছে। চকু কপালত তুলিব পৰা কথা। কিন্তু…
লাডাখত পুনৰ আক্ৰমণাত্মক ‘ড্ৰেগন’
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ জুলাই : লাডাখত পুনৰ আক্ৰমণাত্মক হৈ পৰিছে ‘ড্ৰেগন’। পুনৰ ভাৰতৰ আকাশমাৰ্গত প্ৰৱেশ কৰিলে চীনৰ যুদ্ধ বিমান। ইয়াৰ প্ৰতিশোধ হিচাপে ভাৰতীয় বায়ুসেনাই যুদ্ধ বিমান প্ৰেৰণ কৰি আক্ৰমণকাৰীক বাধা দিয়ে। ২০২০ চনত লাডাখৰ গালৱান…
কাঁটাতাঁৰ পাৰ হৈ ভাৰত পালেহি পাকিস্তানী প্ৰেমিকা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ জুলাই : "প্ৰেমত ফুলিছে শতদল/প্ৰেমত ঘূৰিছে ভূমণ্ডল।"— তাহানিতে সাহিত্যৰথীয়ে লিখি যোৱা কবিতা। পৃথিৱীত সঁচাকৈয়ে প্ৰেমৰ ফান্দ আছে, কোনে জানে ক’ত ধৰা পৰে! এই পৃথিৱীত কোনে কাৰ প্ৰেমত পৰিব সেয়া কোৱাটো অসম্ভৱ। প্ৰেমৰ…
চালকক ঠগি তেজপুৰৰ পৰা গাড়ী লৈ উধাও হোৱা আশীষক কৰায়ত্ত বিশ্বনাথত
শতাব্দ প্ৰতিনিধি তেজপুৰ,৭জুলাই: মেঘালয়ৰ পৰা আহি পাঁচ জুলাইত গুৱাহাটীত এএছ০১জিচি০৩৭৭নম্বৰৰ চুইফট ডিজায়াৰ ভাড়াত লৈ নিশা তেজপুৰত উপস্থিত হোৱা মেঘালয়ৰ আশীষ বৰা লিংড’(৩৬)নামৰ এক গাড়ীচোৰক অৱশেষত কালি সন্ধিয়া প্ৰায় ছয় বজাত বিশ্বনাথ আৰু চতিয়া…
পৃথিৱীৰ ফালে ধাৱমান ধুমকেতু
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ জুলাই : বৰ্তমান পৃথিৱীৰ ফালে তীব্ৰ গতিৰে আহি আছে, কিন্তু পিছত ই চন্দ্ৰৰ ফালে গতিপথ সলাব। C / 2017 K2 নামৰ এই বিশাল ধুমকেতুটো সম্প্ৰতি পৃথিৱীৰ ফালে আহি আছে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে, এই ধুমকেতুটো মাত্ৰ…