Browsing Category
অবৰ্গীকৃত
আদৰ্শ গাঁও নিধি কোম্পানী ভুৱা প্ৰতিষ্ঠান নহয়, কেন্দ্ৰীয় চৰকাৰৰ অনুমোদিত সংস্থাহে- সঞ্চালক
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৬ আগষ্টঃ মাজুলীৰ গড়মূৰত অৱস্থিত আদৰ্শ গাঁও নিধি লিমিটেড কোনো ভুৱা বিত্তীয় প্ৰতিষ্ঠান নহয়, ই কেন্দ্ৰীয় চৰকাৰৰ অনুমোদিত এটা বিত্তীয় প্ৰতিষ্ঠান৷ যাৰ জৰিয়তে আমি ক্ষুদ্ৰ ব্যৱসায়ী সকলক কিছু আথিক ভাৱে সহায় কৰি…
মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য ২০২৫ চনৰ আগষ্টৰ ভিতৰতে সম্পূৰ্ণ হব
মৰিগাঁও, ২২ জুন : মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য ২০২৫ চনৰ আগষ্টৰ ভিতৰতে সম্পূৰ্ণ কৰিবলৈ সময়সীমা বান্ধি দিছে ৰাজ্য চৰকাৰে৷ ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা-গৱেষণা দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই আজি নিৰ্মীয়মান নতুন…
প্লাষ্টিক বৰ্জিত পৰিবেশ গঢ়ি তোলাৰ আহ্বান : তেজপুৰত আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত বিশ্ব পাৰিপাৰ্শ্বিক…
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৩ জুনঃ সমগ্ৰ বিশ্বতে প্ৰতিদিনে গড়ে ৪০ হেজাৰ নিযুত টন প্লাষ্টিকে প্ৰদূষণ কৰি আহিছে। এই পৰিমান ক্ৰমাৎ বৃদ্ধি পাই আহিছে। গতিকে ইয়াৰ বিৰুদ্ধে বাস্তৱ সন্মত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। প্লাষ্টিক পেলাই দিলে মাটিৰ…
তেজপুৰত অহা ১৩ মে’ত ৰাষ্ট্ৰীয় লোক আদালত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৭ মে': ৰাষ্ট্ৰীয় লোক আদালতৰ লগত সঙ্গতি ৰাখি শোণিতপুৰ জিলা আইনসেৱা প্ৰাধিকৰণৰ সৌজন্যত অহা ১৩ মে' ২০২৩ তাৰিখ শনিবাৰে শোণিতপুৰ জিলা আদালত প্ৰাঙ্গনত মটৰ দুৰ্ঘটনা গোচৰ, দেৱানী গোচৰ,যান-বাহন গোচৰ , ফৌজদাৰী গোচৰ…
অইল ইণ্ডিয়াৰ প্ৰজেক্ট স্বাৱলম্বনৰ দ্বাৰা উপকৃত বহু নিবনুৱা যুৱক-যুৱতী
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৮ এপ্ৰিল : অইল ইণ্ডিয়াৰ 'প্ৰজেক্ট স্বাৱলম্বনে' নিবনুৱা যুৱক-যুৱতীলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে ৷ উল্লেখ্য যে ৰাজ্যৰ শিক্ষিত নিবনুৱাসকলক কৰ্মসংস্থাপন প্ৰদানৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে অইল ইণ্ডিয়া…
তেজপুৰৰ একমাত্ৰ মহিলাৰ বিহু সন্মিলন “মিলিজুলি বিহু সন্মিলন”ত দুই শতাধিক মহিলাৰ সুপ্ত…
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২০ এপ্ৰিল: তেজপুৰৰ একমাত্ৰ মহিলাৰ বিহু সন্মিলন "মিলিজুলি মহিলা বিহু সন্মিলন" ৰ ২৩ সংখ্যক বৰ্ণাঢ্য কাৰ্যসূচী কালি দিনজোৰা কাৰ্যসূচীৰে তেজপুৰৰ কলেজিয়েট বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈ যায়। উল্লেখ্য যে, বিগত ২২…
লখিমপুৰত ডাম্পাৰৰ খুন্দাত বাইক আৰোহী যুৱক নিহত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ১৭জানুৱাৰীঃ লখিমপুৰ জিলাৰ ৰামপুৰত আজি ডাম্পাৰৰ খুন্দাত এজন বাইক আৰোহী নিহত হয়। জানিব পৰা অনুসৰি দুলাল আলি নামৰ যুৱকজনে এখন পালছাৰ বাইকত আন এজন যুৱকক বহুৱাই ৰামপুৰ দিশে গৈ থকাৰ সময়তে একে দিশৰ পৰা অহা এখন…
ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহত তেজপুৰত জিলা পৰিবহন বিভাগৰ বিশেষ তৎপৰতা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১২ জানুৱাৰী : দ্ৰুতগতিত বৃদ্ধি পোৱা পথ দুৰ্ঘটনা ৰোধৰ অৰ্থে ৰাজ্যখনৰ পৰিবহণ বিভাগে ৰাজ্যজুৰি আৰম্ভ কৰা "ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ" কাৰ্যসূচীৰ অন্তৰ্গত "পথ সুৰক্ষা সজাগতা অভিযান" ৰ অংশ হিচাপে শোণিতপুৰ জিলা…
বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত সমূহীয়া মাছ ধৰাত শোণিতপুৰ জিলা প্ৰশাসনৰ নিষেধাজ্ঞা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২ জানুৱাৰীঃ নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ বন সংমণ্ডল বিষয়াই লাওখোৱা আৰু বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ ভিতৰত একাংশ লোকে মাঘ বিহুৰ সময়ত সমূহীয়া ভাবে মাছ ধৰাৰ এক কাৰ্যসূচী আয়োজন কৰাৰ সন্দৰ্ভত দাখিল কৰা প্ৰতিবেদনৰ…