Browsing Category

অবৰ্গীকৃত

আউনীআটী সত্ৰত সু-সাহিত্যিক প্ৰয়াত বদন দোলাকাষৰীয়া শ্ৰদ্ধাৰ্ঘ্য বিশেষ পৰিপূৰিকা উন্মোচন

বদন দোলাকাষৰীয়া সত্ৰ সমাজৰ সাহস, প্ৰেৰণাৰ স্তম্ভ স্বৰূপ আছিল--ড° পীতাম্বৰ দেৱ গোস্বামী শতাব্দ প্ৰতিনিধি,মাজুলী,২৬,জুন: মাজুলীৰ জুগুণিধাৰী গাঁৱৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰয়াত বদন দোলাকাষৰীয়াৰ আজি আদ্যশ্ৰাদ্ধৰ লগত সংগতি ৰাখি আউনীআটী সত্ৰৰ…

চন্দ্ৰৰ মাটিত পোৱা গ’ল পানীৰ সন্ধান ! চীনা বিজ্ঞানীৰ দাবীক লৈ চাঞ্চল্য

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ জুন : জোনবাইৰ দেশত ধুনীয়া নগৰ হ'ব! পৃথিৱীৰ নিকটতম প্রতিবেশী জোনত ঘূৰি ফুৰিব মানুহ! শেহতীয়াকৈ চন্দ্ৰৰ বুকুত পানীৰ সন্ধান পোৱা বুলি চীনা বিজ্ঞানীৰ দলে দাবী কৰাৰ পিছত এই ভাবনা মনলৈ অহা স্বাভাৱিক। স্বাভাৱিকভাবেই…

হৃদৰোগৰ পৰা বাচি থাকিবলৈ গঢ়ি তোলক পাঁচটা অভ্যাস

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২০ জুন : প্রতি বছৰেই পৃথিৱীত সকলোতকৈ বেছি মানুহে প্রাণ হেৰুৱাই হৃদৰোগত আক্রান্ত হৈ। মানসিক চাপৰ পৰা আৰম্ভ কৰি অতিৰিক্ত কর্মব্যস্ততা, অনিদ্রা কিম্বা অন্যান্য আনুষঙ্গিক ৰোগে অনেক ক্ষেত্রতেই বঢ়াই দিব পাৰে হৃদৰোগৰ…

বাক্সাত বানপীড়িত ৫৬৩ গৰাকী লোক আশ্ৰয় শিবিৰত

শতাব্দ প্ৰতিনিধি, বাক্সা, ১৯ জুনঃ সমগ্ৰ ৰাজ্যৰ লগতে বাক্সা জিলাতো বানৰ সংহাৰী ৰূপে গৃহহাৰা কৰিছে বহু পৰিয়াল।জিলাখনৰ ২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ঘোৰামাৰা, কদমতলা, মিছলামাৰী, বৰশিমলুগুৰী আদি অঞ্চলত পাগলাদিয়া আৰু মৰা পাগলাদিয়াৰ…

সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ নাট্য কৰ্মশালা আৰম্ভ

উত্তৰ লখিমপুৰ, ১৭ জুনঃ সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ নাট্য বিভাগৰ দ্বাৰা ১৫ জুনৰ পৰা ২৪জুনলৈ অনুষ্ঠিত কৰা নাট কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানটি যোৱা ১৫ জুনৰ দিনা লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ ১নং মাজগাঁৱৰ অভিনৱ থিয়েটাৰ প্ৰকল্পত অনুষ্ঠিত কৰা…

আন্তঃৰাষ্ট্ৰীয় সাহিত্য উৎসৱলৈ দলে বলে অসমীয়া লেখক-সাহিত্যিক

১৫ খন দেশৰ ৪২৫ জনৰো অধিক লেখক, বিদ্বান, অনুবাদক, সাংবাদিক আৰু কলাকাৰে অংশগ্ৰহণ কৰিব । ৬০ টা ভাষাই প্ৰতিনিধিত্ব কৰিব। শতাব্দ প্ৰতিনিধি, যোৰহাট, ১৪ জুন : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয় আৰু সাহিত্য অকাদেমিয়ে স্বাধীনতাৰ অমৃত মহোৎসৱ…

গুৱাহাটীত ভূমিস্খলনে প্ৰাণ ল’লে চাৰিজন লোকৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৪ জুনঃ সোমবাৰে নিশাৰ ভাগত হোৱা মুষলধাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰী কৃত্রিম বানত বুৰ যোৱাৰ লগতে ঠায়ে ঠায়ে সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। নিশা হোৱা ভূমিস্খলনৰ ঘটনাত গুৱাহাটীত চাৰিজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা…

কিয় বিষাক্ত হৈছে ভাৰতীয় চাহ

শতাব্দ বিশেষ প্ৰতিনিধি, ৫ জুন : চাহৰ পিয়লাত চুমুক দিওঁতে সাৱধান হ'ব। বিশ্বজুৰি সুনাম থকা ভাৰতীয় চাহৰ বিৰুদ্ধে এইবাৰ পুনৰ উত্থাপিত হৈছে মানৱ শৰীৰৰ বাবে হানিকাৰক পদাৰ্থ চাহত মিহলি হৈ থকাৰ কথা। ভাৰতীয় চাহত পুনৰ ধৰা পৰিছে উচ্চ মাত্ৰাৰ…

তেজপুৰৰ সোনাবিলত পুখুৰীত পৰি তিনি শিশুৰ মৃত্যু

শতাব্দ প্ৰতিনিধি তেজপুৰ , ৪ জুন : তেজপুৰৰ নিকটৱৰ্তী সোণাবিলত তিনিটা শিশুৰ সলিল সমাধি ঘটিছে । সোনাবিলৰ বোকাজন চাহ বাগিচাত আজি দুপৰীয়া সংঘটিত হোৱা ঘটনাৰ বিষয়ে জানিব পৰা মতে, ঘৰৰ সমীপতে থকা এটা পুখুৰীৰ পাৰত খেলি আছিল তিনি শিশু অনিল দাহাংগা…

ৰাজ্যৰ ছটা ধৰ্মৰ লোকে লাভ কৰিব সংখ্যালঘুৰ প্ৰমাণ পত্র

মুছলিম, খ্ৰীষ্টান, জৈন ,পাৰ্চী, বৌদ্ধ আৰু শিখ ধৰ্মৰ লোক লাভ কৰিব সংখ্যালঘুৰ প্ৰমাণ পত্ৰ। চৰকাৰে ১,২০৮ কোটি টকা ব্যয় সাপেক্ষ নতুনকৈ ৩০০৭টা পুখুৰী খান্দি অমৃত সৰোবৰ হিচাপে নামকৰণ কৰিব। চাহ বাগিছাৰ মাটি অধিগ্ৰহণ কৰিলে দিব ১০ শতাংশ…