Browsing Category
অৰ্থনীতি
দায়িত্ব লৈয়ে পৰিৱহণ মন্ত্ৰী কেশৱ মহন্তৰ বিভাগীয় শীৰ্ষ বিষয়াৰে বৈঠক
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,২০ জুন : ৰাজ্যৰ নৱনিযুক্ত পৰিবহন মন্ত্ৰী কেশৱ মহন্তই আজি দিছপুৰৰ জনতা ভৱনত বিভাগটোৰ শীৰ্ষ বিষয়াবৰ্গৰে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ৰাজ্যৰ পৰিবহন বিভাগৰ সচিব আদিল খান আৰু পৰিবহন আয়ুক্ত অংকুৰ জৈনকে ধৰি বিভাগটোৰ…
ঘূনাসুঁতি দলং নিৰ্মাণ হব কেতিয়াঃ ৩৮০ কোটি টকীয়া দলং নিৰ্মাণত শামুকীয়া গতি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১৩ মে ঃ বহু আশা আৰু প্ৰত্যাশাৰ মাজত সোৱণশিৰি নদীৰ ওপৰত ঘূনাসুঁতি ঘাটত অসম চৰকাৰে পকী দলং নিৰ্মাণ কৰিবলৈ লোৱা কাৰ্যক লখিমপুৰীয়া ৰাইজে আদৰণি জনাইছিল যদিও সময়ত দলংখন নিৰ্মাণ হ’বনে বুলি ৰাইজৰ মাজত সন্দেহ…
উৎসৱ আৰু সাম্প্ৰতিক সময়
মুক্তাৰ আলী
নঙলা মুখত বিহুটি আছেহি ৰৈ। উতনুৱা উকি মাৰি অহা বিহুৱে মন প্ৰাণত আনন্দৰ জোৱাৰ তোলে। ডেকা-গাভৰুৰ মনৰ নিজানত বসন্ত বসন্ত অনুভৱে পিৰপিৰাই উতলা উন্মনা হেঁপাহৰ জাগৰণ তোলে। বিহু আহে যায়, চলি থাকে পৰম্পৰা। চতৰ লঠঙা ডালত…
তেজপুৰৰ মহাভৈৰৱ কোঅপাৰেটিভ আৰবান বেংকক লেনদেনত বাধা ৰিজাৰ্ভ বেংকৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৯অক্টোবৰঃ তেজপুৰস্হ মহাভৈৰৱ কো অপাৰেটিভ আৰবান বেংক লিমিটেডক ৪৫দিনলৈ কোনোধৰণৰ বিত্তীয় লেনদেন কৰাত বাধা আৰোপ কৰিছে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই৷ উল্লেখযোগ্য যে,সমবায় বেংকটোত ৰিজাৰ্ভ বেংকৰ হিচাপ পৰীক্ষাৰ সময়ত…
তেজপুৰত বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ অভিনৱ প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫অক্টোবৰঃ ৰাজ্যত পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰতিবাদত আজি তেজপুৰতো শোণিতপুৰ জিলা কংগ্ৰেছে এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে৷উন্নয়নৰ নামত ফুটা কলহ পূৰ নোহোৱা ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ কাৰ্টুন চৰিত্ৰৰ লগতে…
কৃত্ৰিম বানত জুৰুলা তিনিচুকীয়া : ক’ত গ’ল আন্তঃগাঁথনি উন্নয়নৰ বাবে আবণ্টিত ২০০ কোটি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৫ অক্টোবৰ : এজাক বৰষুণতে একাঁঠু পানীত ডুব যোৱা তিনিচুকীয়া চহৰৰ কৃত্ৰিম বানপানী সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবীত তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই আজি আয়ুক্তক এখন স্মাৰক-পত্ৰ প্ৰদান কৰে ৷ আঞ্চলিক…
তেজপুৰ লিচুৰ কৃষিভূমি সম্প্ৰসাৰণ আঁচনিৰ শুভাৰম্ভ কৃষি মন্ত্ৰী অতুল বৰাৰ
শতাব্দ ষ্টাফ ৰিপ'টাৰ ১ অক্টোবৰ : বিশ্ব প্ৰসিদ্ধ তেজপুৰ লিচুৰ ক্ষেত্ৰ সম্প্ৰসাৰণৰ বাবে আজি ৰাজ্যৰ উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগে উত্তৰ পূৰ্বাঞ্চল আৰু হিমালয়ৰ ৰাজ্যৰ বাবে উদ্যান শস্য অভিযান আঁচনি (HMNEH) ৰ অধীনত তেজপুৰ পৰোৱাৰ লিচু…
চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ স্থিতি ৰহস্যজনক
চাহ শ্ৰমিক যৌথ সংগ্ৰাম সমিতিৰ সংবাদমেল
পদমৰ্যাদা হ্ৰাস কৰি মালিকপক্ষৰ হৈ মধ্যস্থতাকাৰীৰ ভূমিকাত মুখ্যমন্ত্ৰী
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩০ছেপ্টেম্বৰঃ “ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চাহ বাগিছাৰ গৰাকীসকলৰ হৈ মধ্যস্থতাকাৰীৰ…
তেলীৰ মূৰত তেলঃ মসৃণ প্ৰেভাৰ ব্লকৰ পথৰ ওপৰতে ১০ কোটি টকীয়া ব্লেকট্ৰপিঙৰ পথ নিৰ্মাণ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৭ ছেপ্টেম্বৰঃ যি সময়ত লখিমপুৰ জিলাৰ বিভিন্ন ঠাইত জৰাজীৰ্ণ পথে ৰাইজক জীয়াতু ভোগাইছে তেনে সময়তে উত্তৰ লখিমপুৰ নগৰৰ চাবতিত লখিমপুৰৰ লোকনিৰ্মাণ বিভাগে ১০ কোটি টকাৰ ব্যয় সাপেক্ষে পূৰ্বৰ মসৃণ প্ৰেভাৰ ব্লকৰ পথৰ…
মুখ্যমন্ত্ৰীয়ে আধাৰশিলা স্থাপনৰ ৯ মাহেও আৰম্ভ নহ’ল সোৱণশিৰিৰ ঘূনাসুঁতি দলঙৰ নিৰ্মাণ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৫ ছেপ্টেম্বৰঃ ২০২২ চনৰ ১৬ ডিচেম্বৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘূনাসুঁতিলৈ আহি এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি বহু প্ৰতিক্ষিত ঘূনাসুঁতি দলংখনৰ নিৰ্মাণ কাৰ্য ডেৰ মাহৰ ভিতৰত আৰম্ভ হ’ব বুলি ঘোষণা…