Browsing Category
অৰ্থনীতি
লখিমপুৰৰ চৰ চাপৰিত সন্দেহযুক্ত নাগৰিকৰ ভূমি বে-দখলঃ উচ্ছেদৰ দাবীত বিশাল প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৩ মাৰ্চঃ লখিমপুৰৰ একাংশ চৰ-চাপৰিত এতিয়া সন্দেহযুক্ত নাগৰিকে ভূমি বে-দখল কৰি তেনে ভূমি দালাল চক্ৰৰ হাতত তুলি দিয়াৰ অভিযোগ তুলি আজি সোৱণশিৰিৰ ভীমপৰা চাপৰিত তিনি মিচিং জাতীয় সংগঠনে বিশাল প্ৰতিবাদ সাব্যস্ত কৰে৷…
লখিমপুৰৰ মহাইজানত আই জি এচ এচ এচৰ সামগ্ৰী বিতৰণ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ২২ মাৰ্চঃ লখিমপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত মহাইজান পতিয়া গাঁৱৰ ৰাজহুৱা মঞ্চত ইন্দু গ্ল'বেল ছচিয়েল চাৰ্ভিছ চচাইটিৰ উদ্যোগত আৰু এইচ ডি এফ চি বেংকৰ অৰ্থ সাহাৰ্যত মংগল বাৰে "এখন সমল হস্তান্তৰ আৰু বিতৰণ সভা অনুষ্ঠিত…
অৰুণাচলৰ পশ্চিম কামেংৰ নেচিফুত সুৰংগ নিৰ্মাণৰ কাম সমাপ্ত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২০ মাৰ্চ: অৰুণাচল প্ৰদেশৰ ভাৰত- চীন সীমান্তলৈ যোৱা পশ্চিম কামেং জিলাৰ নেচিফু সুৰংগৰ নিৰ্মাণ সমাপ্তি ঘটিল। মে' মাহত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই সুৰংগ মুকলি কৰাৰ সম্ভাৱনা আছে। ভাৰত-চীন সীমান্তলৈ যোৱা…
পৌৰ কৰ বৃদ্ধি বাতিলৰ দাবীত লখিমপুৰত যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ ২০ মাৰ্চঃ অসম চৰকাৰে বিভিন্ন শিতানত পৌৰ কৰ বৃদ্ধিৰ বাবে লোৱা প্ৰস্তাৱ বাতিলৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে উত্তৰ লখিমপুৰ পৌৰসভাৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷…
বগীনদীত এন এইচ পি চিৰ ২৩ লাখ টকীয়া স্বাস্থ্য বিভাগক চিকিৎসা সঁজুলি বিতৰণ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ , ১৮ মাৰ্চঃ লখিমপুৰ জিলাৰ বগীনদী আদৰ্শ চিকিৎসালয়ত আজি এন এইচ পি চিয়ে সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত লখিমপুৰ জিলা স্বাস্থ্য বিভাগক ২৩ লাখ টকাৰ স্বাস্থ্য সামগ্ৰী আনুষ্ঠানিক বিতৰণ কৰে৷ বগীনদী আদৰ্শ চিকিৎসালয়ত…
পৌৰকৰ বৃদ্ধিৰ বিৰোধিতা কংগ্ৰেছৰঃতেজপুৰত জিলা কংগ্ৰেছৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৬মাৰ্চঃ ৰাজ্যচৰকাৰে পৌৰকৰ বৃদ্ধিৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে শোণিতপুৰ জিলা কংগ্ৰেছে৷ ইয়াৰ বিৰুদ্ধে অহা ২০মাৰ্চত জিলা কংগ্ৰেছে প্ৰতিবাদ জনাই স্মাৰকপত্ৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ আজি…
তিনিচুকীয়াত ১৮ বিঘা চৰকাৰী মাটিত উচ্ছেদ : সংস্থাপিত হ’ব ৯০ ভূমিহীন পৰিয়াল
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৬ মাৰ্চ : তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ গুইজান অভিমুখী পথৰ পদুমনি ৰিজ'ৰ্টৰ সমীপত চৰকাৰী ভূমি বেদখল কৰি ইটাভাতা চলাই থকা প্ৰায় ১৮ বিঘা চৰকাৰী ভূমি আজি জিলা প্ৰশাসনে মুকলি কৰে । জানিব পৰা মতে জনৈক দাস উপাধিৰ এজন…
পুৱাৰ সতেজ চাহকাপৰ ইতিকথা… ( ফটো সংবাদ)
গগগগোলাঘাটৰ নুমলীগড় চাহ বাগিছাত পাত তোলা এগৰাকী কৰ্মীআলোকচিত্ৰঃ আব্দুল মতিন
লখিমপুৰত দুবৃৰ্ত্তই কাটিলে সাত বিঘা মাটিৰ চাহ গছ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৯ মাৰ্চঃ লখিমপুৰ জিলাৰ বগীনদী থানাৰ অন্তৰ্গত বধাকৰাৰ হেচামৰাত আজি এজন ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰায় ৭ বিঘা ভূমিৰ চাহ গছ দুবৃৰ্ত্তই কাটি তহিলং কৰা কাৰ্যই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ইতিমধ্যে…
বাঘজানৰ তেল কুপত আজি পুনৰ গেছ নিৰ্গমন ৷ চৌদিশে আতংক- উত্তেজনা
বাঘজানৰ তেল কুপত আজি পুনৰ গেছ নিৰ্গমন ৷ চৌদিশে আতংক- উত্তেজনা ( চমু সংবাদ)
