Browsing Category
অৰ্থনীতি
এপাৰ্টৰ উদ্যোগত শোণিতপুৰত ক্ৰেতা বিক্ৰেতা সন্মিলন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ৩ ফেব্ৰুৱাৰীঃ কৃষিখণ্ডত সামগ্ৰিক বিকাশ আৰু ক্ৰেতা বিক্ৰেতা সকলৰ মিলনৰ অৰ্থে অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰন প্ৰকল্প চমুকৈ APART, শোণিতপুৰৰ উদ্যোগত আৰু জিলা কৃষি বিভাগৰ সহযোগত তেজপুৰ মাজগাওঁস্থিত যুটীয়া…
তিনিচুকীয়াৰ শুকানপুখুৰী বাগিচাৰ শ শ চাহগছ কাটি ধ্বংস
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২ মাৰ্চ : তিনিচুকীয়াৰ শুকানপুখুৰী চাহ বাগিচাৰ ৩ নং ছেকচনত প্ৰায় ৩০০ জোপা চাহগছ দুষ্কৃতিকাৰীয়ে কাটি ধ্বংস কৰাৰ সন্দৰ্ভত তদন্তৰ দাবীত আজি অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ তিনিচুকীয়া জিলা সমিতিয়ে উপায়ুক্তক এখন…
বিদ্যুতৰ মাচুল বৃদ্ধিৰ সন্দৰ্ভত ৰাজহুৱা শুনানী
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৮ফেব্ৰুৱাৰীঃ বিদ্যুতৰ মাচুল বৃদ্ধিৰ বাবে এপিডিচিএলে বিদ্যুৎ নিয়ামক আয়োগৰ ওচৰত দাখিল কৰা আবেদন সন্দৰ্ভত আজি অনুষ্ঠিত হোৱা ৰাজহুৱা শুনানীত অন্যান্য সংগঠনৰ লগতে অল আছাম ইলেক্ট্ৰিচিটি কনজুমাৰ্ছ এছচিয়েছনেও…
ঢেকিয়াজুলিৰ মনুজুলি গাঁৱত সঠিক ৰূপত পথ নিৰ্মাণৰ দাবী
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৭ফেব্ৰুৱাৰীঃ ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ চেনীমাৰী গাওঁ পঞ্চায়ত এলেকাৰ মনুজুলি গাঁৱত আজি এটা পথ সঠিক ভাবে নিৰ্মাণৰ দাবীত ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ অভিযোগ অনুসৰি, মনুজুলি গাঁৱৰ শংকৰ ৰায়ৰ ঘৰৰ পৰা সুকুমাৰ…
ৰাজ্যৰ শক্তি বিভাগৰ শ শ অস্থায়ী কৰ্মচাৰীৰ হাহাকাৰঃ আন্দোলনৰ হুংকাৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ৬ ফেব্ৰুৱাৰী ; ৰাজ্যৰ শক্তি বিভাগৰ শ শ অস্থায়ী কৰ্মচাৰীক বিভাগীয় ভাবে স্থায়ী নিযুক্তি দিয়াৰ পৰিবৰ্তে শক্তি বিভাগে পৰৱৰ্তী সময়ত লোৱা সিদ্ধান্ত কিছুমানক লৈ অন্ধকাৰ ভৱিষ্যতৰ দিশত গতি কৰিছে অস্থায়ী কৰ্মচাৰী সকল ।…
তেজপুৰত বেংক লুটৰ ঘটনা:গ্ৰেপ্তাৰ অভিযুক্তক
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৫ফেব্ৰুৱাৰীঃ তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী তথা শালনিবাৰী আৰক্ষীৰ চকীৰ অধীনৰ এলেকাত যোৱা নিশা সংঘটিত হোৱা এক বেংক লুটৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে।ঘটনাৰ সন্দৰ্ভত জানিব পৰামতে তেজপুৰ তেজপুৰ সদৰ…
বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে তেজপুৰত প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২ফেব্ৰুৱাৰীঃ ইন্ধনৰ মূল্য বৃদ্ধিৰ অজুহাতত চৰকাৰে অত্যাৱশ্যকীয় সেৱা বিদ্যুতৰ মাছুল সঘনাই বৃদ্ধি কৰাৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰতো বিক্ষোভ প্ৰদৰ্শন কৰে অল আছাম ইলেক্ট্ৰিচিটি কনজুমাৰ্ছ এছচিয়েছনে। তেজপুৰৰ…
বিদ্যুতৰ মাছুল বৃদ্ধিকলৈ প্ৰতিক্ৰিয়া
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৩০ জানুৱাৰীঃ প্ৰাকৃতিক গেছৰ মূল্য বৃদ্ধিৰ অজুহাত দেখুৱাই ফেব্ৰুৱাৰীৰ পৰা বিদ্যুতৰ মাছুল প্ৰতি ইউনিটত ৫০ পইচাকৈ বৃদ্ধি কৰাৰ তীব্ৰ প্ৰতিবাদ কৰি অল আছাম ইলেক্ট্ৰিচিটি কনজুমাৰ্চ এছচিয়েছনৰ ৰাজ্যিক কমিটিয়ে। এক…
শদিয়াত ইন্ধনৰ ভাণ্ডাৰৰ সন্ধান লাভ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ জানুৱাৰীঃ এইবাৰ শদিয়াত ইন্ধনৰ বৃহৎ ভাণ্ডাৰৰ সন্ধান লাভ কৰিছে যুটীয়াকৈ চলোৱা অনুসন্ধানে। অইল, অ'এন জি চি আৰু বি আৰ পি এলে যুটীয়াকৈ চলোৱা অনুসন্ধানত এই তথ্য পোহৰলৈ আহিছে। অইলৰ এক সূত্ৰই সদৰী কৰা মতে শদিয়াৰ…
ব্ৰহ্মপুত্ৰৰ বুকুত মালবাহী- যাত্ৰীবাহী জাহাজ পুনৰ চলাচল কৰিবঃ সৰ্বানন্দ সোনোৱাল
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২১ জানুৱাৰী: তেজপুৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ প্ৰশংসা কৰিলে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে৷ তেওঁ…
