Browsing Category

অৰ্থনীতি

লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত ডিজিটেল বেংকিং সজাগতা অভিযান.

উত্তৰ লখিমপুৰ, ১৪ ডিচেম্বৰ:লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি ডিজিটেল বেংকিং সম্পৰ্কে এক সজাগতা অভিযান অনুষ্ঠিত হয়। আইচিআইচিআই বেংকৰ উত্তৰ লখিমপুৰ শাখাৰ সহযোগত মহাবিদ্যালয়খনৰ আইকিউএ চেলৰ দ্বাৰা উত্তম অনুশীলন কাৰ্যসূচীৰ অংশ হিচাপে আয়োজন…

যদি আপোনাৰ হাতত SBI ৰ এই কাৰ্ড আছে তেন্তে ৫০ লাখ টকাৰ সুবিধা পাব! বিমান আৰু ৰে’লৰ টিকটতো পাব…

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ ডিচেম্বৰ : আজিকালি গ্ৰাহকক মনত ৰাখি বেংকে তেওঁলোকৰ সুবিধাৰ বাবে বিভিন্ন অভিনৱ পদক্ষেপ গ্ৰহণ কৰে। লগতে এই ডিজিটেল যুগত প্ৰায় সকলোৰে হাতত ক্ৰেডিট কাৰ্ড আছে যিবোৰত একাধিক সুবিধা উপলব্ধ; যাৰ জৰিয়তে মিলাব পাৰি। এই…

চুইজাৰলেণ্ডে ইলেক্ট্ৰিক গাড়ী নিষিদ্ধ কৰিবলৈ ওলাইছে !

শতাব্দ নিউজ ডেস্ক, ১১ ডিচেম্বৰঃ সমগ্ৰ বিশ্বৰ গাড়ীৰ বজাৰত ইলেক্ট্ৰিক গাড়ীৰ চাহিদা যোৱা কেইবছৰমানৰ পৰা লক্ষ্যণীয়ভাৱে বৃদ্ধি পাইছে। ভাৰততো ইলেক্ট্ৰিক গাড়ী আৰু বাইকৰ চাহিদা বিগত এটা বছৰত দুগুণ বৃদ্ধি পাইছে। ইলেক্ট্ৰিক গাড়ীৰ বিশ্বব্যাপী…

আধাৰ সম্পৰ্কে ডাঙৰ আপডেট

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ ডিচেম্বৰ : আধাৰ কাৰ্ডধাৰীসকলৰ বাবে অতি ডাঙৰ খবৰ। যদি আপুনিও আধাৰ কাৰ্ড ব্যৱহাৰ কৰি আছে, তেন্তে জানি থওক যে এতিয়া চৰকাৰে নতুন আদেশ জাৰি কৰিছে। এই নিৰ্দেশনা পালন নকৰিলে গ্ৰাহক বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হ’ব…

তেজপুৰৰ মিছন চাৰিআলিত কেতিয়া নিৰ্মাণ হ’ব উৰণীয়া সেঁতু!

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৫ ডিচেম্বৰ : তেজপুৰৰ মিছন চাৰিআলিত দিনক দিনে যানজঁটৰ সমস্যা গুৰুতৰ হৈ অহাৰ সময়ত অতি প্ৰয়োজনীয় উৰণীয়া সেঁতুখনৰ আধাৰশিলা ২০২১ৰ এক জুলাইত স্থাপনৰ পাছতেই ৰাইজ উৎফুল্লিত হৈ পৰিছিল অচিৰেই এই গুৰুত্বপূৰ্ণ পথত যানজঁটৰ…

তিনিচুকীয়াৰ উন্নয়ন আয়োগৰ বৈঠকত কঠোৰ উপায়ুক্ত

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৫ ডিচেম্বৰ : তিনিচুকীয়া জিলা উন্নয়ন আয়োগৰ বৈঠকত আজি (৫ ডিচেম্বৰ) উপায়ুক্ত নৰসিং পৱাৰে আঁচনি ৰূপায়ণত গাফিলতি কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত নৰসিং পৱাৰৰ সঞ্চালনাত…

স্বাস্থ্য, বিজ্ঞান-প্ৰযুক্তি বিভাগৰ বাজেট আৱণ্টিত পুঁজি ব্যৱহাৰৰ অগ্ৰগতিৰ পৰ্যালোচনা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ৩ ডিচেম্বৰ : স্বাস্থ্য আৰু বিজ্ঞান-প্ৰযুক্তি বিদ্যা দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে আজি দিছপুৰত চলিত বৰ্ষৰ ৰাজ্যিক বাজেটত স্বাস্থ্য-পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা-গৱেষণা…

১৮ ডিচেম্বৰত ঘূনাসুঁতি দলঙৰ শিলান্যাস

শতাব্দৰ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ২ ডিচেম্বৰঃ ইতিহাসত পৰিণত হ’ব সোৱণশিৰিৰ বুকুৰে ঐতিহাসিক ঘূনাসুঁতিলৈ নৌকা যাত্ৰা কৰা পৰ্ব৷ যুগ যুগ ধৰি বৃহত্তৰ ঘূনাসুঁতিবাসীয়ে যমৰ যাতনা ভোগ কৰি সোৱণশিৰিৰ বুকুৰে ঘূনাসুঁতিৰ পৰা লখিমপুৰ নগৰৰ লগত যোগাযোগ ৰক্ষা…

জি.এ.ই.এফ.ৰ ৱেবিনাৰত দুগৰাকী সফল মহিলাৰ কাহিনী

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২ ডিচেম্বৰঃ গোলকীয় অসমীয়া উদ্যমিতা মঞ্চ (GAEF, www.gaefnortheast.org)ৰ উদ্যোগত ২৭ নৱেম্বৰ তাৰিখে মাহেকীয়া ৱেবিনাৰখন অনুষ্ঠিত হয়। তন্ময় ভাগৱতীয়ে আঁত ধৰা ৱেবিনাৰখনত সমল ব্যক্তি হিচাপে অপৰাজিতা দাস বৰুৱা আৰু অৰ্চনা…