Browsing Category
অৰ্থনীতি
সস্তা হ’ব আইফোন! এপলৰ কাৰখানা অধিগ্ৰহণ কৰাৰ বাবে টাটাৰ বৃহৎ পদক্ষেপ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ ডিচেম্বৰ : ভাৰতত টাটা গ্ৰুপে আইফোন নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। ভাৰতত আইফোন নিৰ্মাণৰ বাবে টাটাই এপলৰ প্ৰডাকচন প্লাণ্ট উইষ্ট্ৰন অধিগ্ৰহণ কৰিবলৈ ওলাইছে। সূত্ৰ অনুসৰি টাটাই ভাৰতত উইষ্ট্ৰনৰ উৎপাদন কেন্দ্ৰ ক্ৰয় কৰিবলৈ…
অৰুণোদয়ৰ স’তে দিব্যাংগৰ আঁচনিক একেলগ নকৰিবলৈ আহ্বান দিব্যাংগ সুৰক্ষা মঞ্চ অসমৰ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,৩০নৱেম্বৰঃ শিলচৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা এক সিদ্ধান্তক পুনৰ বিবেচনা কৰাৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰতি আহ্বান জনাইছে দিব্যাংগ সুৰক্ষা মঞ্চ অসমে৷ আজি সংগঠনটোৱে প্ৰকাশ কৰা এক বিবৃতিত এই কথা উল্লেখ কৰি কয় যে,কালি কেবিনেটত…
‘ডিজিটেল মুদ্ৰা’ কি? বিত্তীয় লেনদেনৰ প্ৰথা কিমান সলনি হ’ব?
ভাৰতীয় ৰিজাৰ্ভ বেংকে ১ নৱেম্বৰত ভাৰতৰ প্ৰথমটো ডিজিটেল টকাৰ পাইলট প্ৰজেক্ট আৰম্ভ কৰে। ঠিক এমাহৰ পাছত; অৰ্থাৎ কাইলৈ ১ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব প্ৰথমটো খুচুৰা ডিজিটেল মুদ্ৰাৰ পাইলট প্ৰজেক্ট। ভাৰতীয় ৰিজাৰ্ভ বেংকে ২৯ নৱেম্বৰ মঙলবাৰে এই কথা…
১ ডিচেম্বৰত আৰম্ভ হ’ব খুচুৰা বজাৰত ডিজিটেল মুদ্ৰাৰ প্ৰথমটো পাইলট প্ৰজেক্ট
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ নৱেম্বৰ : ১ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব খুচুৰা ডিজিটেল মুদ্ৰাৰ প্ৰথমটো পাইলট প্ৰজেক্ট। ভাৰতীয় ৰিজাৰ্ভ বেংকে মঙলবাৰে (২৯ নৱেম্বৰ) এই ঘোষণা কৰে। এই পাইলট প্ৰজেক্ট নিৰ্বাচিত স্থান আৰু নিৰ্বাচিত গ্ৰাহক আৰু ব্যৱসায়ীৰ এটা…
লখিমপুৰত বিদ্যুৎ নাইঃ গছ কাটি এজনে ভৰিলে এক লাখ আশী হেজাৰ টকা
শতাব্দ প্ৰতিনিধি, লক্ষীমপুৰ ২৯ নৱেম্বৰঃ লখিমপুৰ নগৰখনত আজি সমগ্ৰ দিনটোৰ লগতে নিশা পৰ্যন্ত বিদ্যুৎ সেৱা ব্যাহত হৈ থকাত নগৰখনৰ লগতে চৌপাশৰ গ্ৰাহক সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। আজি পুৱা ৯ বজাৰ পৰা লখিমপুৰত বিদ্যুৎ সেৱা ব্যাহত হোৱাৰ…
গুৱাহাটীত নিৰ্মাণ হ’ব তিনিখন নতুন ফ্লাই অভাৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ নৱেম্বৰ : অসমৰ ৰাজধানী চহৰ গুৱাহাটীত অদূৰ ভৱিষ্যতে আৰু তিনিখন উৰণীয়া সেঁতুৰ ব্যৱস্থা কৰা হ’ব৷ অসম কেবিনেটে গুৱাহাটীত তিনিখন নতুন উৰণীয়া সেতু নিৰ্মাণৰ বাবে অনুমোদন জনাইছে। এই কথা জনাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত…
আকাশলৈ উভতিব ‘ম্ৰিয়া’
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ নৱেম্বৰ : ধ্বংস হৈ গ’ল; কিন্তু ধ্বংসাৱশেষৰ পৰা ফিনিক্সৰ দৰে জী উঠিবলৈ গৈ আছে। নাম এণ্টন’ভ-২২৫। ৰাছিয়াৰ আক্ৰমণত ধ্বংস হৈছিল। এই বিমানখন ‘ম্ৰিয়া’ নামেৰে জনাজাত। ইউক্ৰেইনৰ mrya শব্দৰ অৰ্থ— সপোন। আনুষ্ঠানিকভাৱে ই…
বিহপুৰীয়াত ভংয়কৰ অগ্নিকাণ্ডঃ শুই থাকোতেই প্ৰাণ গ’ল এজনৰঃ
শতাব্দ প্ৰতিনিধি লখিমপুৰ, ২৮ নৱেম্বৰঃ লখিমপুৰ জিলাৰ বিহপুৰীয়াত যোৱা নিশা এক ভংয়কৰ অগ্নিকাণ্ড সংঘটিত হয়৷ বিহপুৰীয়াৰ সন্তপুৰ চাৰিআলিত সংঘটিত হোৱা এই ঘটনাত এজন লোক জীৱন্তে অগ্নিদগ্ধ হোৱাৰ লগতে চাৰিখন দোকান ভস্মীভূত হয়৷ প্ৰাপ্ত তথ্য অনুসৰি যোৱা…
অৰুণাচল প্ৰদেশৰ ডনি প’ল’ বিমানবন্দৰৰ পৰা উৰিল প্ৰথমখন বিমান
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ নৱেম্বৰ : অৰুণাচল প্ৰদেশৰ ইটানগৰৰ সমীপৰ হোলংগীস্থিত ড’নি প’ল' বিমানবন্দৰৰ পৰা আজি সোমবাৰে (২৮ নৱেম্বৰ) প্ৰথমখন বিমান ফ্লেগ অফ কৰা হয়। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই প্ৰথমখন বিমান…
লখিমপুৰৰ সোৱণশিৰি নদীৰ ঘাগৰ ঘাটত প্ৰতিবাদী জনতাৰ বিক্ষোভ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৬ নৱেম্বৰঃ লখিমপুৰৰ পৰা ঘূনাসুঁতি হৈ ঢকুৱাখনা সংযোগী পথৰ সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ কৰিবলৈ লোৱা পকী দলঙৰ মূল সংযোগী পথ ঘূনাসুঁতিৰ মাজেৰে যোৱা পুৰণি ঢকুৱাখনা পথটোতে নিৰ্মাণ কৰিবলৈ দাবী জনাই আজি মহাইজান ঘাগৰ ঘাটত…
