Browsing Category

অৰ্থনীতি

জামুগুৰিহাটত বাঘৰ সন্ত্ৰাস

জামুগুৰিহাট, ২৬ নৱেম্বৰ : বনৰীয়া হাতীৰ পিছত জামুগুৰিহাটত এইবাৰ বাঘৰ আতংক। জামুগুৰিহাটৰ পশ্চিমাঞ্চলত বাঘৰ আতংকত এতিয়া ক্ৰস্তমান গাঁওবাসী। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা বাঘে জামুগুৰিহাটৰ পাণপুৰত নিধন কৰিছে কেইবাটাও গৰু।…

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নামনিত পৰিব পৰা প্ৰভাৱ লাঘৱ কৰিবলৈ আবণ্টিত ৪৭০ কোটি টকা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ নৱেম্বৰ : ২০০০ মেগাৱাট শক্তিৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নামনিৰ ফালে পৰিবপৰা প্ৰভাৱ লাঘৱ কৰিবলৈ যুটীয়া পৰিচালনা সমিতিৰ পৰামৰ্শ অনুসৰি কেন্দ্ৰই ৪৭০ কোটি টকাৰ উন্নয়নৰ পেকেজত অনুমোদন জনাইছে। এন এইচ পি চিৰ এক…

বিদ্যুতৰ শুল্ক প্ৰতি ইউনিটত ৭৯ পইচালৈ বৃদ্ধি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ নৱেম্বৰ : অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেডে ৰাজ্যত বিদ্যুতৰ শুল্ক প্ৰতি ইউনিটত ৭৯ পইচালৈ বৃদ্ধি কৰিছে। অসমত এই নতুন বিদ্যুৎ শুল্ক ২০২২ চনৰ ডিচেম্বৰৰ পৰা ২০২৩ চনৰ ফেব্ৰুৱাৰীলৈকে তিনি মাহৰ বাবে প্ৰযোজ্য হ’ব।অসমত…

টাটাই ৭ হাজাৰ কোটি টকাত কিনিব বিছলেৰী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ নৱেম্বৰ : দীৰ্ঘদিন ধৰি শুনা গৈছিল যে টাটা গ্ৰুপে ভাৰতৰ সৰ্ববৃহৎ পেকেজড ৱাটাৰ কোম্পানী বিছলেৰী ইণ্টাৰনেশ্যনেলৰ অংশীদাৰিত্ব ক্ৰয় কৰাৰ প্ৰস্তাৱ দিছে। অৱশ্যে এতিয়া সেই অপেক্ষাৰ অন্ত পৰিল। জনা যায় যে শেহতীয়াকৈ…

তেজপুৰত বনৰীয়া গাহৰিৰ বাবে পতা বৈদ্যুতিক ফান্দত বিদ্যুৎস্পৃষ্ট হৈ পোহনীয়া ম’হ আৰু ষাড় নিহত

শতাব্দ প্ৰতিনিধি,তেজপুৰ, ২৪ নৱেম্বৰঃ তেজপুৰত বনৰীয়া গাহৰিৰ উপদ্ৰৱৰ বিপৰীতে বনৰীয়া গাহৰিৰ বাবে পতা বৈদ্যুতিক ফান্দত লাগি দুটাকৈ পোহনীয়া ম’হ আৰু এটা ষাড় নিহত হোৱাৰ এক শোকাবহ ঘটনা সংঘটিত হৈছে৷ উল্লেখযোগ্য যে,তেজপুৰৰ বেছেৰীয়া আলিপাৰত দীৰ্ঘদিনৰ…

কহুঁৱা-বিৰিণাই ছানি ধৰিছে বিধায়ক মানৱ ডেকাৰ সপোনৰ আঁচনিত

১৪ লাখ টকা ওলাই যোৱাৰ পিছতো ৰাজগড় বঙালীত নাই গছপুলি শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৯ নৱেম্বৰঃ অসম-অৰুণাচল সীমান্তৱৰ্তী কাকৈৰ ৰাজগড় বঙালীত যোৱা ২৭-০৭-২০২১ তাৰিখে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই এখন বৃক্ষ ৰোপণ আঁচনি শুভ উদ্বোধন কৰিছিল৷ লখিমপুৰ…

তিনিচুকীয়াত অগ্নিকাণ্ড

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৯ নৱেম্বৰ : তিনিচুকীয়া চহৰৰ হিজুগুৰী অঞ্চলত আজি পুৱা সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ডত কেইবাটাও বাসগৃহ ভস্মীভূত হয় ৷ জানিব পৰা মতে হিজুগুৰীস্থ ’আকবৰ দৰবাৰ’ নামৰ হোটেলখনৰ পাছফালে থকা কেইবাটাও ঘৰ আজিৰ অগ্নিকাণ্ডত…

তিনিচুকীয়া পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ডত পেলাই দিয়া শ শ বস্তা পঁচা চাউল ৰহস্যৰ মেৰপাকত

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৯ নৱেম্বৰ : খাদ্য সামগ্ৰীৰ অভাৱনীয় মুল্যবৃদ্ধিয়ে সৰ্বস্তৰৰ লোকক জুৰুলা কৰাৰ লগতে ইয়াৰ প্ৰতিবাদত ৰাইজ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হোৱাৰ সময়তে তিনিচুকীয়াত পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ডত  শ শ বস্তা পঁচা চাউল পেলাই দিয়াক…

সাৱধান ! লখিমপুৰৰ এক্সিছ বেংকত গ্ৰাহকৰ অজ্ঞাতে ধন হৰলুকি

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৩১ অক্টোবৰঃ  সাৱধান! বেংকতো সুৰক্ষিত নহয় আপোনাৰ জমা ধন৷ লখিমপুৰৰ এক্সিছ বেংকত সংঘটিত হোৱা এনে এক ঘটনাই এই কথা পোহৰলৈ আনিছে৷ লখিমপুৰৰ খেলমাটিস্থ এক্সিছ বেংকৰ পৰা এগৰাকী গ্ৰাহকৰ ধন তেওঁৰ একাউণ্টৰ পৰা হৰলুকি হোৱাৰ…

বগীনদী উন্নয়ন খণ্ডৰ চিয়াজুলি গাঁও পঞ্চায়তত অবাধ দুৰ্নীতি

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৬ অক্টোবৰঃ লখিমপুৰ জিলা গ্ৰাম্য উন্নয়ন অভিকৰণৰ অন্তৰ্গত বগীনদী উন্নয়নখণ্ডৰ চিয়াজুলি গাঁও পঞ্চায়তত এতিয়া অবাধ দু্‌ৰ্নীতি চলিছে৷ চৰকাৰে আগবঢ়োৱা উন্নয়নৰ ধন একাংশ পঞ্চায়ত প্ৰতিনিধি, উন্নয়ন খণ্ডৰ বিষয়া-কৰ্মচাৰীয়ে মিলি…