Browsing Category
অৰ্থনীতি
খাদ্য আৱৰ্জনাৰে কম খৰচী জৈৱিক ইন্ধন উৎপাদন তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষকৰ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১১আগষ্ট: তেজপুৰ বিশ্ববিদ্যালয়ৰ এগৰাকী আন্তৰাষ্ট্ৰীয় গৱেষক তথা ইজিপ্তৰ আলেকজেণ্ড্ৰিয়াৰ নিবাসী খলিফা চৈয়দে জৈৱিক ইন্ধনৰ উৎপাদন আৰু ব্যয় হ্ৰাসৰ ক্ষেত্ৰত সফলতা লাভ কৰিছে৷ গৱেষকজনে তেলৰ আৱৰ্জনা তথা পেলনীয়া খাদ্য সামগ্ৰী,…
চাহ শ্ৰমিকৰ ন্যূনতম দৈনিক মজুৰি ২৭ টকাকৈ বৃদ্ধি
চাহ খণ্ডৰ সৈতে জড়িত বিভিন্ন সংগঠনৰ প্ৰতিনিধিৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক। প্রতি কেজি অর্থডক্স চাহত চৰকাৰে প্ৰদান কৰি অহা ৰাজসাহায্য ৭ টকাৰ পৰা ১০ টকালৈ বৃদ্ধিৰ আশ্বাস মুখ্যমন্ত্ৰীৰ। চাহ বাগিচাতে শ্রমিকসকলক ৰেচন প্ৰদানৰ সুবিধার্থে সুলভ মূল্যৰ…
জনতা ভৱনত এন এল চি ইণ্ডিয়া লিমিটেড আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ মাজত বুজাবুজিৰ চুক্তি
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৯ আগষ্টঃ সেউজ শক্তিৰ উৎস ব্যৱহাৰ কৰি পৰিস্থিতিতন্ত্ৰ বৰ্তাই ৰখাৰ পৰিপ্ৰেক্ষিতত নাগৰিকসকলক প্ৰয়োজনীয় শক্তিৰে সৱলীকৃত কৰাৰ লক্ষ্যৰে আজি গুৱাহাটীত এন এল চি ইণ্ডিয়া লিমিটেড আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ…
বৰছলাত শীঘ্ৰেই উচ্ছেদ চলিব:বিধায়ক পদ্ম
শতাব্দ প্ৰতিনিধি,তেজপুৰ,৭আগষ্ট: “খিলঞ্জীয়াৰ বাবে কৃষিভূমি উদ্ধাৰৰ স্বাৰ্থত চৰ-চাপৰিত পুনৰাই উচ্ছেদ চলিব৷ সন্দেহযুক্ত নাগৰিকৰ হাতৰ পৰা কৃষিভূমি কাঢ়ি আনি গতাই দিয়া হ'ব খিলঞ্জীয়াক৷”--বেদখলকাৰীক উচ্ছেদ প্ৰসংগত পুনৰ আজি তেজপুৰত এইদৰে মন্তব্য কৰে…
আমেৰিকায়ো ক্ৰয় কৰিব ভাৰতীয় যুঁজাৰু বিমান
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ আগষ্ট : সামৰিক সঁজুলিৰ ক্ষেত্ৰত ইতিমধ্যে ভাৰত বহুলাংশে বিদেশী নিৰ্ভৰশীল আছিল। কিন্তু, এইবাৰ কেন্দ্ৰীয় চৰকাৰে এই ধাৰা পৰিত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। কেৱল সেয়াই নহয়, এতিয়া বিদেশলৈ নিজা প্ৰযুক্তিৰে নিৰ্মিত…
অস্থায়ী কৰ্ম্মীৰ চাকৰি নিয়মীাকৰণৰ দাবী পূৰণ নহ’লে আন্দোলনৰ সকীয়নি অসম ৰাজ্যিক বাহিৰা উৎসৰ শক্তি…
শতাব্দ প্ৰতিনিধি তেজপুৰ ৪ আগষ্ট: এপিডিচিএলত কৰ্মৰত তথা অসম ৰাজ্যিক বাহিৰা উৎসৰ শক্তি শ্ৰমিক ইউনিয়নে অস্থায়ী কৰ্মীৰ চাকৰি নিয়মীয়াকৰণ কৰা আৰু যেতিয়ালৈকে নিয়মীয়াকৰণ নহয় তেতিয়ালৈকে উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি সমান কামৰ সমান দৰমহা দিয়াৰ ব্যৱস্থা…
শীঘ্ৰেই উদ্বোধন হ’ব হোলেঙী গ্ৰীণফিল্ড বিমানবন্দৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ আগষ্ট : অৰুণাচল প্ৰদেশৰ ইটানগৰৰ সমীপত হোলেঙী গ্ৰীণফিল্ড বিমানবন্দৰ শীঘ্ৰেই উদ্বোধন কৰা হ’ব। এই কথা ভাৰতৰ বিমানবন্দৰ কৰ্তৃপক্ষই জনাইছে। ৬৮৫ একৰ ভূমিত নিৰ্মাণ কৰা এই বিমানবন্দৰটোৰ আনুমানিক ব্যয় ৬৬০ কোটি টকা।…
কাৰ্ডৰ সলনি আহি আছে টোকেন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩ আগষ্ট : বজাৰ কৰাৰ পৰা মোবাইল ৰিচাৰ্জলৈকে অনলাইনত ধন লেনদেন কৰাৰ প্ৰৱণতা ক্ৰমান্বয়ে বাঢ়িছে। অনলাইনত ধনৰ লেনদেন কৰাৰ সময়ত ভাৰতীয় ৰিজাৰ্ভ বেংকে গ্ৰাহকৰ তথ্য যাতে উন্মোচিত নহয় তাৰ বাবে টোকেন প্ৰৱৰ্তন কৰাৰ পৰামৰ্শ…
কিয় বাঢ়িছে পেন্সিলৰ দাম ? ছবছৰীয়া ছোৱালীৰ প্ৰধানমন্ত্ৰীলৈ চিঠি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ আগষ্ট : মূল্যবৃদ্ধি এতিয়া সাধাৰণ মানুহৰ মূৰৰ বিষৰ প্ৰধান কাৰণ। উপাৰ্জন বৃদ্ধিৰ নাম নাই যদিও দিনক দিনে বাঢ়ি গৈ আছে দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ দাম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ লিখি এই মঙহা বজাৰত তেওঁ…
শোষণৰ পিছত চীনৰ বাবে পাকিস্তান ‘বোজা’!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ আগষ্ট : বৰ্তমান সময়ত পাকিস্তানৰ অৰ্থনৈতিক সংকট অধিক ভয়াৱহ হৈ পৰিছে। শ্ৰীলংকাৰ দৰে ভৱিষ্যতে পাকিস্তানত সংকট বৃদ্ধি পাব বুলি বিশেষজ্ঞসকলে ইতিমধ্যে আশংকা প্ৰকাশ কৰিছে। মুদ্ৰাস্ফীতিৰ পৰা খাদ্যৰ লগতে আন কেইবাটাও সংকটৰ…
