Browsing Category
অৰ্থনীতি
২০২৪ৰ অক্টোবৰলৈকে নিষিদ্ধ নহয় আধা লিটাৰ পানীৰ বটল
নিষিদ্ধকৰণৰ সিদ্ধান্তই বিধ্বস্ত কৰিব ৰাজ্যৰ অৰ্থনীতি
সৰ্বস্বান্ত হ’ব ৰাজ্যৰ ২০৯ উদ্যোগী
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৩ ছেপ্তেম্বৰ : ৰাজ্য চৰকাৰে আধা লিটাৰ পানীৰ বটল নিষিদ্ধ ঘোষণা কৰিলে হাজাৰ হাজাৰ লোকৰ জীৱনলৈ অমানিশা নামি…
এন এইচ পি চিত পুনৰ ভূমিস্খলনঃ পূৰ্বে পাহৰ খহি বন্ধ হৈ থকা ডাইভাৰ্চন টাৰ্নেলৰ সন্মুখ মুকলি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২২ ছেপ্টেম্বৰঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হোৱাৰ সময়তে এই পৰ্যন্ত প্ৰকল্পস্থলীত ভূমিস্খলন হৈয়ে আছে৷ গেৰুকামুখ পাহাৰৰ ভূমিস্খলনৰ ফলত পূৰ্বে বন্ধ হৈ পৰা ১নং ডাইভাৰ্চন টাৰ্নেলৰ…
লখিমপুৰত ১ লাখ টকাৰ উৎকোচ বিছাৰি মণ্ডল গ্ৰেপ্তাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৯ ছেপ্টেম্বৰঃ ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলতে উৎকোচ গ্ৰহণকাৰী বিষয়া কৰ্মচাৰী সঘনাই আৰক্ষীৰ জালত পৰাৰ সময়তে লখিমপুৰত ১ লাখ টকাৰ ধনদাবীৰ অভিযোগত আজি এজন মণ্ডলক আৰক্ষীয়ে আটক কৰা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে৷ প্ৰাপ্ত…
তিনিচুকীয়াত পৰিদৰ্শনৰ কাৰ্যসূচীৰে এন এফ ৰেল’ৱেৰ জেনেৰেল মেনেজাৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১১ ছেপ্তেম্বৰ :
তিনিচুকীয়া ৰে’ল সংমণ্ডল পৰিদৰ্শনৰ উদ্দেশ্যেৰে আজি পুৱা উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে এক বিশেষ ৰে’লযোগে নিউ তিনিচুকীয়াত উপস্থিত হয় উত্তৰপূৱ সীমান্ত ৰে'লৱেৰ (এন এফ ৰেল’ৱে) মহাপ্ৰবন্ধক…
সোৱণশিৰিৰ বুকুত জাহ গৈছে শ শ হেক্টৰ শালি খেতি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৯ ছেপ্টেম্বৰঃ অতীজৰ সোণ কমোৱা সোৱণশিৰি নদীখনে এতিয়া লৈছে অন্য ৰূপ৷ এতিয়া এই নদীখনে কালৰূপ ধাৰণ কৰি খহনীয়াৰ সৃষ্টি কৰাত বধাকৰা অঞ্চলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ জলসম্পদ বিভাগৰ লগতে লখিমপুৰ জিলা প্ৰশাসনৰ…
লখিমপুৰত গাহৰি বিক্ৰী-সৰবৰাহৰ ক্ষেত্ৰত ১৪৪ ধাৰা বলবৎ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৭ ছেপ্টেম্বৰঃ লখিমপুৰত আফ্ৰিকান চোৱাইন ফিভাৰ ৰোগত শ শ গাহৰিৰ মৃত্যু হোৱাৰ পিছত গাহৰি পালকসকলৰ লগতে পশু পালন আৰু চিকিৎসা সেৱা বিভাগতো হাহাকাৰ লাগিছে৷ ইতিমধ্যে লখিমপুৰ জিলা প্ৰশাসনৰ নিৰ্দেশ ক্ৰমে চলিত সপ্তাহত…
আফ্ৰিকান চুৱাইন ফিভাৰঃ লখিমপুৰত একেদিনাই একেখন ফাৰ্মত ৯ শ গাহৰি নিধন পশুপালন বিভাগৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৪ ছেপ্টেম্বৰঃ লখিমপুৰত এতিয়া আফ্ৰিকান চুৱাইন ফিভাৰ ৰোগত নিতৌ গাহৰিৰ মৃত্যু হ’ব ধৰিছে৷ গাহৰিৰ এই অকাল মৃত্যুৱে গাহৰি পালক সকলৰ জীৱনলৈ ঘোৰ অমানিশা নমাই অহাৰ সময়তে আজি লখিমপুৰৰ জিলা পশুপালন বিভাগে কদমত কেৱল এখন…
লখিমপুৰৰ গ্ৰামোন্নয়নত ২০ কোটি ২৫ লাখ টকাৰ বৃহৎ কেলেংকাৰি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৩১ আগষ্টঃ লখিমপুৰ জিলা গ্ৰামোন্নয়ন বিভাগত এতিয়া এক বৃহৎ কেলেংকাৰি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ জিলাখনৰ ৮১ খন গাঁও পঞ্চায়তত আঁচনি ৰূপায়ণৰ নামত আৱণ্টিত ধন শৰাধ হোৱাৰ তথ্যই ৰাইজৰ চকু কপালত তুলিছে৷ বিশেষকৈ…
মথাউৰি ছিগি তেজপুৰ বিহগুৰি আৰু বাঁহবাৰী মৌজাৰ কুৰিখনৰো অধিক গাঁও জলমগ্ন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, তেজপুৰ, ২৭ আগষ্ট : কাষৰীয়া অৰুণাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়ি অহা বাঢ়নী পানীয়ে শোণিতপুৰৰ চাৰিদুৱাৰ আৰু বালিপৰাৰ বিস্তীৰ্ণ অঞ্চল বুৰাই পেলোৱাৰ পিছত কালিৰে পৰা এই জৰাসৰ নদীৰ বাঢ়নী পানীয়ে…
সোৱণশিৰিৰ এৰাসুঁতিৰ অমৃত সৰোবৰ বাঢ়নী পানীয়ে ভাঙি-চিঙি মহতিয়াই নিলে
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ ২৭ আগষ্টঃ পূৰ্বৰ ঢকুৱাখনা বিধান সভা সমষ্টি আৰু বৰ্তমান নাওবৈছা বিধানসভা সমষ্টিৰ অন্তৰ্গত সোৱণশিৰি গাঁও পঞ্চায়তৰ আলিমূৰ ভাটি গাঁৱৰ কাষৰ সোৱণশিৰি নৈৰ এৰাসুঁতিত অসম চৰকাৰৰ তিনিখনকৈ আঁচনিৰ পৰা আবন্টিত প্ৰায় ২২ লাখ টকাৰ…