Browsing Category

অৰ্থনীতি

বিদেশৰ নহয়, ভাৰতৰে এটা সুন্দৰ পথ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ জুলাই : কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে চৰ্চালৈ আনিলে গোৱা-কৰ্ণাটক ঘাইপথৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কিছু মনোমোহা ফটো। তেওঁ এটা টুইটাৰ পোষ্টত উল্লেখ কৰিছে— "কৰ্ণাটকৰ গোৱা/কৰ্ণাটক সীমান্তৰ পৰা…

যুদ্ধৰ ফলত দৰিদ্ৰতাৰ বৃদ্ধিৰ হাৰ মহামাৰীতকৈ অধিক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ জুলাই : যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হোৱা ৰাছিয়া-ইউক্ৰেইন যুদ্ধ ৫ মাহ ধৰি চলিছে। ফলত সমগ্ৰ বিশ্বত খাদ্য আৰু ইন্ধনৰ মূল্য বৃদ্ধি পাইছে। যুদ্ধৰ প্ৰথম তিনিমাহত বিভিন্ন প্ৰান্তৰ মুঠ ৬.১ কোটি লোক দৰিদ্ৰ সীমাৰেখাৰ…

দুৰ্নীতিৰ অভিযোগত বুলেট ট্ৰেইন প্ৰকল্পৰ মুৰব্বীক অপসাৰণ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ জুলাই : বুলেট ট্ৰেইন প্ৰজেক্টৰ মুৰব্বী সতীশ অগ্নিহোত্ৰীক স্বজন তোষণ, বিত্তীয় দুৰ্নীতি, অবৈধভাৱে ব্লেকলিষ্ট কৰা কোম্পানী এটাৰ উদ্ধৃতি দিয়াকে ধৰি একাধিক অভিযোগত ৰে’লৱেই অপসাৰণ কৰিছে। নতুন দায়িত্ব প্ৰদান কৰা হৈছে…

অসমলৈ কেন্দ্ৰীয় চৰকাৰৰ ৩২৪.৪০ কোটি টকা

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৭ জুলাইঃ ভয়াৱহ বানৰ কবলত পৰা অসমক অৱশেষত কেন্দ্ৰীয় চৰকাৰে আগবঢ়ালে আৰ্থিক সাহায্য। ৰাজ্যৰ বান পৰিস্থিতি মোকাবিলা কৰিবলৈ তথা বানাক্ৰান্তক সহায় আগবঢ়াবলৈ কেন্দ্ৰীয় চৰকাৰে ৩২৪.৪০ কোটি টকা মোকলাই দিছে। কেন্দ্ৰীয়…

নগাঁও আৰু কাছাৰ কাগজ কলৰ ২৭৫১গৰাকী কৰ্মচাৰীৰ বাবে ৮১০ কোটি টকাৰ আৰ্থিক সাহায্য  প্ৰদান চৰকাৰৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৭ জুলাইঃ সুদীৰ্ঘ পাঁচ বছৰ পাছত হিন্দুস্তান পেপাৰ কৰ্প'ৰেচন লিমিটেডৰ কাগজ কল দুটাৰ কৰ্মচাৰীয়ে লাভ কৰিলে আৰ্থিক সাহায্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন চৰকাৰে অৱশেষত আজি নগাঁও আৰু কাছাৰ কাগজ কলৰ…

তিনিচুকীয়া জিলাৰ অন্তৰ্গত অইলৰ ১৫ গুৰুত্বপূৰ্ণ স্থানক ন’ ড্ৰোন জ’ন হিচাপে ঘোষণা

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৬ জুলাই : নিষিদ্ধ ঘোষিত সংগঠনৰ দ্বাৰা অইলৰ তৈলক্ষেত্ৰত কূটাঘাতমূলক কাৰ্য্য সংঘটিত হোৱাৰ প্ৰবল সম্ভাৱনাক কেন্দ্ৰ কৰি ব্যাপক তৎপৰতা অব্যাহত থকাৰ সময়তে তিনিচুকীয়াৰ উপায়ুক্ত নৰসিং পৱাৰে আজি এক জৰুৰী নিৰ্দেশযোগে…

চৰকাৰে এহাজাৰ কোটি টকা ৰিজাৰ্ভ বেংকৰ পৰা ঋণ ল’ব ওলাইছে কিয়ঃ ৰকিবুল

সংবাদমেলত সৰৱ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইন। ৰাজ্যৰ গ্ৰামাঞ্চলৰ বান পৰিস্থিতি ভাল নহয়। বানৰ সময়ত আগতে যিদৰে সাহায্য পাইছিল বৰ্তমান তেনেদৰে সাহায্য পোৱা নাই। যদি ৰাজ্য চৰকাৰৰ ওচৰত পৰ্যাপ্ত ধন আছে তেন্তে কিয় চৰকাৰে এহাজাৰ কোটি টকা…

টকাৰ কোনো মূল্য নাই! জিম্বাৱেত প্ৰৱৰ্তন হৈছে সোণৰ মুদ্ৰা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ জুলাই : প্ৰাচীন কালত দৈনিক লেনদেন সোণৰ মুদ্ৰাত হৈছিল। কিন্তু একবিংশ শতিকাত পুৰণি কালৰ পথ ল'ব বিচাৰিছে জিম্বাৱেই। সোণৰ মুদ্ৰাক এইবাৰ স্থানীয় মুদ্ৰা হিচাপে ব্যৱহাৰ কৰিব পৰা যাব বুলি সদৰী কৰিছে দেশখনৰ কেন্দ্ৰীয়…

ঘেঁহু,তৰমুজ দিয়ক, নিজৰ ফ্লেট নিজেই লওক! চীনৰ নতুন নীতি

 শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ জুলাই: ধৰি লওক আপুনি চীনৰ নাগৰিক। আপুনি এটা নতুন ফ্লেট কিনিব বিচাৰিছে। কিন্তু আপোনাৰ হাতত কেৱল পইচা থাকিলেই নহ'ব। আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণে ঘেঁহু, তৰমুজ আদি থাকিলেহে ফ্লেট কিনাটো সম্ভৱ। ফ্লেটটোৰ সম্পূৰ্ণ মূল্য…

হাজাৰ বিজাৰ সোণৰ লডাৰ সন্ধান ওলাইছে

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৫ জুলাইঃ  সোণেই সোণ। লডা লডাকৈ হাজাৰ বিজাৰ সোণৰ লডাৰ সন্ধান ওলাইছে পূব আফ্ৰিকাৰ দৰিদ্ৰতাত ভুগি থকা উগাণ্ডাত।  এটা নতুন সোণৰ খনি আৱিষ্কাৰ কৰা হৈছে। বৰ্তমান বজাৰ মূল্য অনুসৰি খনিটোত মজুত থকা সোণৰ পৰিমাণ ১২ ট্ৰিলিয়ন…