Browsing Category
অৰ্থনীতি
১২ হাজাৰ শ্ৰমিকক চাটাইঃ ষ্টাৰ্টআপৰ ওপৰত বিত্তীয় সংকটৰ প্ৰভাৱ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ জুলাই : বিত্তীয় সংকটৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে আই টি উদ্যোগ। এই বিভাগত চলিত বৰ্ষত কেইবা হাজাৰ শ্ৰমিকে চাকৰি হেৰুৱাইছে। অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে ভাৰতত চলিত বৰ্ষত ১২ হাজাৰৰো অধিক ষ্টাৰ্ট আপ কৰ্মীয়ে চাকৰি…
ইউক্ৰেইনৰ শেষৰটো ‘দুৰ্গ’ত ৰাছিয়াৰ অভিযান! পতনৰ পথত আন এখন ডাঙৰ চহৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ জুলাই : চাৰিমাহতকৈ অধিক সময় ধৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ চলি আছে। ৰাছিয়াৰ আগ্ৰাসনৰ ফলত ইউক্ৰেইনৰ বিভিন্ন চহৰ কাৰ্যতঃ ধ্বংস হৈছে। কিন্তু ৰাছিয়াৰ সেনাই এতিয়াও ইউক্ৰেইন সম্পূৰ্ণৰূপে দখল কৰিব পৰা নাই। এই…
টকাৰ অৱমূল্যায়ন ৰোধৰ প্ৰচেষ্টাত চৰকাৰ সফল হ’বনে
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২ জুলাইঃ বিগত কেইমাহমান ধৰি আমেৰিকান ডলাৰৰ বাহিৰে বিশ্বৰ প্ৰায়বোৰ দেশৰ মুদ্ৰাৰ মূল্য নিম্নগামী হৈছে । ইয়াৰ প্ৰভাৱ ভাৰতীয় টকাৰ ওপৰতো পৰিছে । প্ৰতি আমেৰিকান ডলাৰৰ বিপৰীতে কেইমাহমান আগলৈকে ৭৫-৭৬ টকা হৈ থকা ভাৰতীয় টকাৰ…
বস্ত্ৰ ব্যৱসায়েৰে উজলিছে দুধনৈৰ পূৰৱী ৰয়
শিখাজ্যোতি কোঁৱৰ
'চাকৰি নাপালে ব্যৱসায় কৰিম' এই ধাৰণা আমাৰ নিবনুৱা যুৱক-যুৱতীসকলৰ মাজত গাঢ় হৈ উঠা বিপৰীতে একাগ্রতাৰে ব্যৱসায় কৰি সফলতাৰ বাট বুটলিবলৈ সক্ষম হোৱা এগৰাকী উদ্যোগী ব্যৱসায়ীক আজি আপোনালোকৰ মাজত পৰিচিত কৰি দিবলৈ লৈছোঁ। অসমৰ…
পুৰণি পেঞ্চন প্ৰৱৰ্তনৰ দাবীত গণ আন্দোলন গঢ়ি তোলাৰ সংকল্প
শতাব্দ প্ৰতিনিধি, যোৰহাট , ২৬ জুন : সদৌ অসম চৰকাৰী এন.পি.এছ কৰ্মচাৰী সংস্থাৰ যোৰহাট জিলা সমিতিৰ এখন সাধাৰণ সভা আজি জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ চেমিনাৰ হ'লত জিলা সমিতিৰ সভাপতি দীপাংকৰ শেখৰ খাউণ্ডৰ সভাপতিত্বত অনুষ্ঠিত হয় । জিলাখনৰ বিভিন্ন…
দেশৰ ১৭টা বেংকত ৩৪,৬১৫ কোটিৰ জালিয়াতি !
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ জুন : দেশৰ বৃহত্তম বেংক জালিয়াতিৰ ক'লা ছাঁ পৰিছে ভাৰতৰ অর্থনীতিত। এইবাৰ ১৭টা বেংকৰ পৰা প্রায় ৩৪ হাজাৰ কোটি টকা উধাও হোৱাৰ তথ্য ফাদিল হৈছে। অভিযোগৰ আঙুলি উঠিছে এটা সংস্থাৰ প্রাক্তন চিএমডি কপিল ৱাধৱান, পৰিচালক ধীৰজ…
গুৱাহাটীত অইলৰ কাৰ্যালয় আৰু দক্ষতা বিকাশ প্ৰতিষ্ঠানৰ আধাৰশিলা
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২২ জুন: গুৱাহাটী মহানগৰীৰ বামুণীমৈদানত বুধবাৰে অইল ইণ্ডিয়া লিমিটেডৰ গুৱাহাটী কাৰ্যালয় আৰু দক্ষতা বিকাশ প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ আধাৰশিলা স্থাপন কৰি কয় যে গুৱাহাটীত অইল…
পাভজান গ’ল্ড টিৰ মূল্য উঠিল এক লাখ টকালৈ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ জুন : গোলাঘাট জিলাৰ এবিধ বিৰল জৈৱিক চাহ পাভজান গ'ল্ড টি (Pabhojan Gold Tea) যোৱা ২০ জুন সোমবাৰে যোৰহাটৰ এটা নিলাম কেন্দ্ৰই প্ৰতি কিলোগ্ৰামত এক লাখ টকাকৈ বিক্ৰী কৰে, যিটো এই বছৰ সৰ্বাধিক। যোৰহাট চাহ নিলাম কেন্দ্ৰৰ…
লখিমপুৰত নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত ১১ বছৰেও মুকলি নহ’ল ৯ কোটি টকীয়া তাৰকাগৃহ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২১ জুন : লখিমপুৰ নগৰৰ পৰা প্ৰায় ৩ কিলোমিটাৰ নিলগৰ চুতিয়াকাৰীত ২০১১ চনতে নিৰ্মাণ কৰা তাৰকাগৃহটো বিগত ১১ বছৰেও মুকলি নহ'ল। প্রায় ৯ কোটি টকাৰ বায় সাপেক্ষে নিৰ্মাণ কৰা এই তাৰকাগৃহটো এতিয়া অ-সামাজিক কাৰ্যকলাপৰ…
দায়িত্ব লৈয়ে একেদিনাই ৮৫ জন বিষয়াক পদোন্নতিৰ ব্যৱস্থা উদ্যোগ মন্ত্রী বিমল বড়াৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৮ জুনঃ দায়িত্ব গ্ৰহণ কৰাৰ পিছতে সক্ৰিয় হৈ পৰিছে উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়া। নতুনকৈ উদ্যোগ বিভাগৰ দায়িত্ব পোৱা মন্ত্রী বিমল বড়াই শনিবাৰে গুৱাহাটীৰ বামুণীমৈদামস্থিত উদ্যোগ আৰু…
