Browsing Category

অৰ্থনীতি

অভিলেখ পৰিমাণৰ লাভেৰে অইল ইণ্ডিয়া লিমিটেড

শতাব্দ বিশেষ প্ৰতিনিধি, ২৮ মে' : ভাৰতৰ ৰাজহুৱা খণ্ডৰ দ্বিতীয় বৃহৎ তেল-গেছ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডে ২০২১-২২ বিত্তীয় বৰ্ষত অভিলেখ পৰিমাণৰ লাভ অৰ্জন কৰিছে। প্ৰতিষ্ঠানটোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক এছ চি মিশ্ৰই কালি সংবাদ মাধ্যমক…

প্ৰাকৃতিক গেছৰ অভাৱনীয় মূল্যবৃদ্ধি : বিপৰ্যয়ত ৰাজ্যৰ চাহ উদ্যোগ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৭ মে’ : ৰাজ্য চৰকাৰৰ শ্রমিক বিৰোধী নীতিৰ প্ৰতিবাদত আৰু ডদলু বাগিছাৰ উচ্ছেদ বন্ধ কৰাৰ লগতে তিনিচুকীয়াৰ লিম্বুগুৰি চাহ বাগিছাৰ একাধিক সমস্যা সমাধানৰ দাবীত আজি অসম চাহ জনজাতি ছাত্র সন্থাৰ (আটছা) গটং উপ-শাখা…

দুটা ৰাষ্ট্ৰীয়কৃত বেংক বেচৰকাৰীকৰণৰ পথত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ মে' : এলআইচিৰ আংশিক বেচৰকাৰীকৰণৰ পিছত এইবাৰ দুটা ৰাষ্ট্ৰীয়কৃত বেংক বেচৰকাৰীকৰণৰ পথত। এই প্রক্রিয়া দ্রুততাৰে সম্পন্ন কৰিবলৈ তৎপৰতা বঢ়াইছে কেন্দ্রীয় চৰকাৰে। কেন্দ্রৰ এক সূত্র উদ্ধৃত কৰি সংবাদ সংস্থা পিটিআয়ে…

ঘেঁহু, চেনিৰ পাছত চাউলৰ ৰপ্তানিত হাত ধৰিব নেকি ভাৰতে

শতাব্দ বিশেষ প্ৰতিনিধি, ২৬ মে' : ঘেঁহু, চেনিৰ পাছত এইবাৰ চাউলৰ ৰপ্তানিৰ ওপৰত ভাৰত চৰকাৰে প্ৰতিবন্ধকতা আৰোপ কৰিব নেকি? এনে এটা প্ৰশ্নই এতিয়া দেশখনৰ বাণিজ্য মহলত তোলপাৰ লগাইছে, বিশেষকৈ চাউল ৰপ্তানিকাৰকসকলৰ মাজত। অৱশ্যে চৰকাৰী পক্ষই এই বাতৰি…

ৰাছিয়াৰ পৰা তেল নিকিনিবাঃ ভাৰতক হেঁচা দিবলৈ আহিল আমেৰিকাৰ এলিজাবেথ

শতাব্দ বিশেষ প্ৰতিনিধি, ২৬ মে' : ৰাছিয়াৰ পৰা আৰু অধিক খাৰুৱা তেল ক্ৰয় নকৰাৰ বাবে ভাৰতক সৈমান কৰাবলৈ আজি পুনৰ নতুন দিল্লীলৈ আগমন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰশাসনৰ আন এগৰাকী উচ্চ পদস্থ বিষয়া এলিজাবেথ ৰ'জেনবাৰ্গৰ। কালি নতুন দিল্লীত ভাৰত…

লিডুত টিৰাপ কলিয়ৰী মুকলি কৰাৰ দাবীত যুৱ-ছাত্র পৰিষদৰ বিক্ষোভ

শতাব্দৰ মাৰ্ঘেৰিটাৰ প্রতিবেদক ২৫ মেঃ টিৰাপ কলিয়ৰী মুকলি কৰাৰ দাবীত সৰৱ হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ । আজি লিডুত পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিকৰ উদ্যোগত কলিয়ৰীটো মুকলি কৰাৰ দাবীত বিক্ষোভ প্রদৰ্শন কৰে | ২০২০ চনৰ তিনি জুনৰ পৰা বন্ধ হৈ…

ই-স্কুটাৰ কিনিব নেকিঃ ই-স্কুটাৰত সংঘটিত অগ্নিকাণ্ডৰ কথা জানি লওক

শতাব্দ বিশেষ প্ৰতিনিধি, ২৪মে' : ভাৰতত বৈদ্যুতিক বাহন বিশেষকৈ দুচকীয়া বৈদ্যুতিক বাহন জনপ্ৰিয় হৈ অহাৰ সময়তে কেইবাঠাইতো এই বাহনসমূহত আকস্মিক ভাবে জুই লগাৰ দৰে ঘটনাই ক্ৰেতাসকলক উদ্বিগ্ন কৰি তুলিছে। এতিয়ালৈকে দেশখনত এনে ধৰণৰ বাৰটা মান…

ৰেষ্টুৰেণ্টৰ ১০% ছাৰ্ভিচ চাৰ্জ আইনবিৰুদ্ধ : গ্ৰাহক পৰিক্ৰমা বিভাগ

শতাব্দ বিশেষ প্ৰতিনিধি, ২৪ মে' :কোনো এখন ৰেষ্টুৰেণ্টত আপুনি আহাৰ গ্ৰহণ কৰাৰ পাছত আহাৰৰ মূল্যৰ লগতে সেৱা কৰ বা ছাৰ্ভিচ চাৰ্জ পৰিশোধ কৰে নেকি ? বা অতিৰিক্ত ভাবে এই কৰ পৰিশোধ কৰিবলৈ আপোনাক বাধ্য কৰাই নেকি ? যদি এনে পৰিস্থিতিৰ মুখামুখি…

ৰতন টাটাই কিনিব আৰু পাঁচটা কোম্পানীঃ এয়াৰ ইণ্ডিয়া, বিগ বাস্কেটৰ বাতৰি হ’ল পুৰণি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ মে' : ইতিমধ্যেই Bigbasket, Air India, 1MG-ৰ দৰে সংস্থাবোৰ অধিগ্রহণৰ পিছত, টাটা গ্রুপে ভাৰতীয় বজাৰত নিজৰ অৱস্থান আৰু অধিক মজবুত কৰি তুলিছে। কিন্তু কথা ইয়াতেই শেষ নহয়। এইবাৰ ১০৩ বিলিয়ন ডলাৰৰ ব্যৱসায়িক দিশত ফুড…