Browsing Category

অৰ্থনীতি

তেজপুৰত ভদীয়া বানৰ সংহাৰী ৰূপ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৬আগষ্টঃ ভদীয়া বানে শোণিতপুৰৰ ভালেসংখ্যক অঞ্চল প্লাৱিত কৰাৰ লগতে বিস্তীৰ্ণ কৃষিপথাৰ তথা বাসগৃহ জলমগ্ন কৰাত ৰাইজৰ মাজত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷তেজপুৰৰ নিকটৱৰ্তী বাঁহবাৰী আৰু বিহগুৰি মৌজাৰ প্ৰায় ২০খন গাঁও…

পথৰ অনিয়ন্ত্ৰিত গৰু নিয়ন্ত্ৰণৰ বাবে খোৱাৰ খোলাৰ নিৰ্দেশ লক্ষীমপুৰ জিলা দণ্ডাধীশৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লক্ষীমপুৰ, ২৫ আগষ্ট: লক্ষীমপুৰ জিলাৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথ সমূহত ঘূৰি ফুৰা অনিয়ন্ত্ৰিত গৰু নিয়ন্ত্ৰণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে লক্ষীমপুৰ জিলা প্ৰশাসনে। এই গৰুবোৰে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথ সমূহত অবাধে…

লখিমপুৰৰ শিঙৰা সমবায় সমিতিত পি ডি এছৰ কেবাশ কুইণ্টল চাউল অন্তৰ্ধান

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৪ আগষ্টঃ লখিমপুৰ জিলাৰ শিঙৰা সমবায় সমিতিত পি ডি এছৰ ৭২০ কুইণ্টল চাউল অন্তৰ্ধানৰ ঘটনাই নতুন মোৰ লৈছে৷ সমবায় সমিতিখনৰ পৰা চাউল অন্তৰ্ধান হোৱা ঘটনাক কেন্দ্ৰ কৰি নাওবৈচাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে৷ আজি সংবাদ…

ডিক্ৰং গাঁও পঞ্চায়তত পি এম এ ৱাই গৃহৰ কোটি টকীয়া কেলেংকাৰি

আৰক্ষীৰ ভূমিকাক লৈ সন্দেহৰ আঙুলিঃ জি পি চি, সচিবসহ এজন ৱাৰ্ড সদস্যহে গ্ৰেপ্তাৰ শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৮ আগষ্টঃ ৰাজ্য চৰকাৰে দুৰ্নীতি নিৰ্মূলৰ বাবে পদক্ষেপ গ্ৰহণ কৰা বুলি ঢাক ঢোল বজাই আহিলেও কাৰ্যত তেনে আস্ফালন অসাৰ প্ৰতিপন্ন…

তিনিচুকীয়াত শ্রমমন্ত্ৰী কিষাণৰ গৃহ বাগিছাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৮ আগষ্ট : আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে চাহ শ্রমিকক প্ৰস্তাৱিত ৩৫১ টকা দৈনিক মজুৰি আৰু ভূমিপট্টা প্ৰদানৰ দাবীত আজি তিনিচুকীয়াৰ বিধায়ক তথা ৰাজ্যৰ শ্রমমন্ত্ৰী সঞ্জয় কিষাণৰ…

৩,৮২,০০০ বিঘা চাহখেতিলৈ অশনি সংকেত

 অৰুণাচলৰ পৰা কেঁচা চাহপাতৰ অবাধ সৰবৰাহ নিষিদ্ধ কৰাৰ দাবী শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৬ আগষ্ট : তিনিচুকীয়া জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল জীয়াই থকাৰ স্বাৰ্থত চুবুৰীয়া অৰুণাচল প্ৰদেশৰ পৰা অবাধে আহি থকা কেঁচা চাহপাত আইনগতভাৱে অসম…

শীতল পানীয়ৰ বটল বিক্ৰী কৰি অধিক দাম লোৱা ৮ ব্যৱসায়ীৰ বিৰুদ্ধে গোচৰ ৰুজু

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ১০ আগষ্ট : উৎকট গৰমৰ সুযোগ গ্ৰহণ কৰি তেজপুৰ চহৰৰ ৮ গৰাকী অসাধু ব্যৱসায়ীয়ে নানাৰঙী শীতল পানীয় ফ্ৰিজিং কৰাৰ নামত গ্ৰাহকৰ পৰা অতিৰিক্ত দাম লোৱাৰ অভিযোগৰ ভিত্তিত অসম চৰকাৰৰ বৈধ্য পৰিমাণ বিজ্ঞান আইনৰ অধীনত গোচৰ ৰুজু…

মোদী হতাও দেশ বচাও শ্ল’গানৰে উত্তাল তেজপুৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৯ আগষ্টঃ চিআইটিইউ আৰু শোণিতপুৰ জিলা কৃষক সভাৰ বিক্ষোভ প্ৰতিবাদত আজি উত্তাল হৈ পৰিল তেজপুৰ ৷ জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহুসংখ্যক দলীয় নেতা কৰ্ম্মীয়ে তেজপুৰ হেম বৰুৱা ভৱনৰ সন্মুখত অৱস্হান কৰি…

তিনিচুকীয়াত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ তীব্ৰ প্ৰতিবাদ : যোগান মন্ত্ৰীৰ পদত্যাগ দাবী

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৮ আগষ্ট : অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ চৰম ব্যৰ্থতাৰ বিৰুদ্ধে আজি তিনিচুকীয়াতো ছাত্ৰ সন্থাই অনশন কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান ক্ৰমে…

এগৰাকী বিবাহিতা মহিলাৰ গুৰুতৰ অভিযোগঃ এমাহৰ পূৰ্বে উপৰ্যুপৰি ধৰ্ষণৰ বলি হৈয়ো ন্যায়ৰ বাবে খাবলগীয়া…

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৭আগষ্টঃ এগৰাকী বিবাহিতা মহিলাক এক দুৰ্বৃত্তই অপহৰণ কৰি পৰৱৰ্তী সময়ত ছদিন আৱদ্ধ কৰি উপৰ্যুপৰি ধৰ্ষণ কৰাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ লগতে বিগত এমাহে মহিলাগৰাকীৰ অভিযোগৰ প্ৰতি ঠেলামৰা আৰক্ষীয়ে গুৰুত্বই…