Browsing Category
অৰ্থনীতি
এগৰাকী বিবাহিতা মহিলাৰ গুৰুতৰ অভিযোগঃ এমাহৰ পূৰ্বে উপৰ্যুপৰি ধৰ্ষণৰ বলি হৈয়ো ন্যায়ৰ বাবে খাবলগীয়া…
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৭আগষ্টঃ এগৰাকী বিবাহিতা মহিলাক এক দুৰ্বৃত্তই অপহৰণ কৰি পৰৱৰ্তী সময়ত ছদিন আৱদ্ধ কৰি উপৰ্যুপৰি ধৰ্ষণ কৰাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ লগতে বিগত এমাহে মহিলাগৰাকীৰ অভিযোগৰ প্ৰতি ঠেলামৰা আৰক্ষীয়ে গুৰুত্বই…
যোগানমন্ত্ৰীৰ পদত্যাগৰ দাবীত যুৱ পৰিষদৰ প্ৰতিবাদত উত্তাল লখিমপুৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৭ আগষ্টঃ ৰাজ্যত খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন বয় বস্তুৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক কোঙা কৰি অহাৰ সময়তে আজি লখিমপুৰত মূল্যবৃদ্ধি ৰোধৰ দাবীত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিয়ে…
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত এন এফ ৰে’লৱেত বিনিয়োগ কৰা হ’ব ৫,১০০ কোটি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ আগষ্ট : অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিকীকৰণৰ বাবে নিৰ্বাচিত দেশৰ সৰ্বমুঠ ১৩০৯ টা ৰে’লৱে ষ্টেচনৰ ভিতৰত প্ৰথম পৰ্যায়ত ৫০৮ টা ষ্টেচনৰ আধুনিকীকৰণৰ আধাৰশিলা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ’…
তিনিচুকীয়াত ২৫ লাখ টকাৰ হেৰ’ইন জব্দ : দুই মহিলাসহ ধৃত ৩
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২ আগষ্ট : তিনিচুকীয়া আৰক্ষীয়ে আজি চহৰখনৰ দহোটীয়াচুক অঞ্চলত অভিযান চলাই জনৈক প্ৰদীপ দত্ত নামৰ লোকজনৰ ভাড়াঘৰৰ পৰা বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰাৰ লগতে দুগৰাকী মহিলাসহ ৩ জন লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।…
তিনিচুকীয়াত জুলাই মাহতে জব্দ ৩.১ কোটিৰ ড্ৰাগছ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১ আগষ্ট : মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে তিনিচুকীয়া আৰক্ষীৰ তীব্ৰ অভিযান ৷ কেৱল জুলাই মাহৰ ভিতৰতে তিনিচুকীয়া আৰক্ষীয়ে ৩.১ কোটি টকা মূল্যৰ অবৈধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে ৷ জুলাই মাহত তিনিচুকীয়া…
লখিমপুৰ সমন্বিত জনজাতি উন্নয়ন প্ৰকল্পত ৩৩ কোটি টকাৰ সামগ্ৰী যোগানত নিম্নমানৰ সামগ্ৰী যোগান দুই…
শতাব্দ ষ্টাফ ৰিপ’টাৰ লখিমপুৰ,২৭ জুলাইঃ লখিমপুৰৰ সমন্বিত জন-জাতি উন্নয়ন প্ৰকল্পৰ অধীনত প্ৰকল্প সঞ্চালকৰ কাৰ্যালয়ত জনজাতীয় লোকসকলক বিভিন্ন সামগ্ৰী যোগানৰ নামত এতিয়া ৩৩ কোটি টকাৰ নিম্নমানৰ সামগ্ৰী যোগানৰ অভিযোগ উত্থাপিত হৈছে৷ গুৱাহাটীৰ দুই…
ধলপুৰৰ জামুগুৰিত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ২২ জুনঃ লখিমপুৰ জিলাৰ বিহপুৰীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত ধলপুৰ মৌজাৰ জামুগুৰিৰ বনপুৰৈত বহ্মপুত্ৰ নদীয়ে এতিয়া প্ৰৱল খহনীয়াৰ সৃষ্টি কৰিছে। উক্ত খহনীয়া ৰোধৰ বাবে ২০২১-২২ বৰ্ষত অসম চৰকাৰে এক ব্যয়বহুল আঁচনি গ্ৰহণ…
মাৰ্ঘেৰিটাত এখন হেৰোৱা দলং বিচাৰি হাহাকাৰ ৰাইজৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৯ জুলাই : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ ৰাইজে এখন দলং বিচাৰি হাবাথুৰি খাইছে ৷ কিন্তু বিচাৰি পোৱা নাই দলঙখন ৷ প্ৰকৃততে ক’ত অন্তৰ্ধান হ’ল দলঙখন ? স্থানীয় সূত্ৰে জানিব পৰা মতে বিজেপিৰ বুঢ়ীদিহিং মণ্ডল…
জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা আৰু উপ মুখ্য অভিযন্তাৰে বৈঠক সদৌ অসম শাখা সহকাৰী আৰু উপ অভিযন্তা সেৱা…
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৮ জুলাই : সদৌ অসম শাখা সহকাৰী আৰু উপ-অভিযন্তা সেৱা সন্হাৰ তৰফৰ পৰা আজি জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাক সাক্ষাৎ কৰি সন্হাৰ সমস্যাৰাজিৰ ওপৰত বিস্তৃত আলোচনা কৰা হয় বুলি এক বিবৃতিত উল্লেখ কৰিছে উপদেষ্টা ৰবীন্দ্ৰ…
নাওবৈচাত যুদ্ধকালীন তৎপৰতাৰে শিঙৰা নদীৰ ভগ্ন মথাউৰিৰ নিৰ্মাণ সম্পূৰ্ণ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৭ জুলাইঃ লখিমপুৰ জিলাৰ এখন খৰস্ৰোতা নদী হৈছে শিঙৰা নদী৷ নাওবৈচাবাসীৰ চকুলো স্বৰূপ এই শিঙৰা নদীয়ে প্ৰতিবছৰে বাৰিষা বানৰ সৃষ্টি কৰি অভাৱনীয় পৰিস্থিতিৰ সূচনা কৰি আহিছে৷ চলিত বাৰিষাতো ব্যতিক্ৰম নহ’ল শিঙৰা নদী৷…
