Browsing Category

অৰ্থনীতি

কাঠচিতীয়া বিজেপিক উৎখাতৰ আহ্বান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৫ জুলাই : যোৱা ৪ জুলাইত গুৱাহাটী জিলা পুথিভঁৰালত অনুষ্ঠিত অসমৰ পাঁচটা বাওঁপন্থী ৰাজনৈতিক দলৰ যৌথ ৰাজ্যিক অভিৱৰ্তনত গৃহীত প্ৰস্তাৱমৰ্মে আজি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া চহৰৰ মাজ মজিয়াৰ থানা…

শোণিতপুৰত সঘন বিদ্যুৎ কৰ্টনত অতিষ্ঠ সৰ্বসাধাৰণ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ১৪জুলাইঃ সম্প্ৰতি শোণিতপুৰৰ সকলো অঞ্চলতেই বিদ্যুতৰ সঘন কৰ্টনে ৰাইজক অতিষ্ঠ কৰিছে৷স্মাৰ্ট মিটাৰ সংযোজনৰ লগতে বিদ্যুৎ মাছুল বৃদ্ধিয়ে জুৰুলা কৰা সৰ্বসাধাৰণক প্ৰয়োজনীয় বিদ্যুৎ নিয়মীয়াভাবে যোগান ধৰিব নোৱৰাত…

উত্তৰ পূৰ্বাঞ্চলৰ কৃষকৰ বাবে স্থাপন হব চেটেলাইট : কিৰেন ৰিজিজু

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৪ জুলাই : ইছৰ'ৰ বিজ্ঞানীক ধন্যবাদ জনালে কেন্দ্ৰীয় Earth Science মন্ত্ৰী কিৰেন ৰিজিজুৱে। আজি তেজপুৰত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে কয় যে এই চন্দ্ৰ যান সফলতাৰে চন্দ্ৰ পৃষ্ঠত অৱতাৰণ কৰাৰ বাবে তেওঁ প্ৰাৰ্থনা জনায় কয়…

বজাৰত লাগিছে জুই চৰকাৰ আছে শুই : তিনিচুকীয়াত আছুৰ প্ৰতিবাদ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৪ জুলাই : আজি সদৌ অসম ছাত্র সন্থাৰ আহ্বানক্ৰমে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ খাদ্যবস্তুকে ধৰি প্ৰায় সকলো সামগ্ৰীৰ অভাৱনীয়…

শোণিতপুৰত ১৫নম্বৰ ৰাষ্ট্ৰীয় পথৰ বিধ্বস্ত অৱস্থা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৪জুলাইঃ তেজপুৰৰ মিছন চাৰিআলি ঢেকিয়াজুলি তথা কামৰূপ সংযোগী ১৫নম্বৰ ৰাষ্ট্ৰীয় পথ মেৰামতিৰ দাবীত আজি তেজপুৰৰ নিকটৱৰ্তী বিহগুৰি দৈনিক বজাৰৰ সমীপত দুঘন্টা সময় পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ…

লখিমপুৰত ৰাষ্ট্ৰীয় ঘাইপথত প্ৰকাণ্ড শিমলু গছ বাগৰিলঃ নিহত এজন

কেবাখনো যানবাহন ক্ষতিগ্ৰস্ত ৰাষ্ট্ৰীয় ঘাইপথত যাতায়াত ব্যাহত লখিমপুৰ নগৰত ৬-৭ ঘণ্টা বিদ্যুৎ সেৱা ব্যাহত শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১২ জুলাইঃ উত্তৰ লখিমপুৰ নগৰবাসীৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি যেন কোনো দায়িত্ব নাই জিলা প্ৰশাসন…

চাউল চুৰিঃ প্ৰাক্তন যুটীয়া সঞ্চলকসহ চাৰিজনৰ গ্ৰেপ্তাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,১০ জুলাই : ঢেকিয়াজুলিত সংঘটিত চৰকাৰী আঁচনিৰ চাউল হৰলুকিৰ ঘটনাৰ অনুসন্ধানকাৰী মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে দুদিন পূৰ্বে সোধপোছৰ বাবে মাটি নিয়া শোণিতপুৰ জিলাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া…

পুৱাই কাকৈ নদীত পুনৰ বান্ধ নিৰ্মাণ কৰিবলৈ বাধ্য হ’ল ঠিকাদাৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৬ জুলাইঃ লখিমপুৰ জলসম্পদ বিভাগৰ অন্তৰ্গত কাকৈ নদীত খহনীয়া প্ৰতিৰোধৰ নামত ঠিকাদাৰে পাল মৰা কাম কৰি ফ্লাড ড্ৰীলৰ লাখ লাখ টকা সৰকাই নিবলৈ চেষ্টা চলোৱাৰ বিষয়ে আজি ‘শতাব্দ’ত সবিস্তাৰে বাতৰি প্ৰকাশ পোৱাৰ পিছত আজি…

শোণিতপুৰ জিলাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত গধুৰ যান-বাহন চলাচলত বাধা আৰোপ

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ৬ জুলাই: শোণিতপুৰ জিলাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন স্থানত গধুৰ বোজা বহন কৰা অৰ্থাৎ ১২/১৬/২২/২৪ চকীয়া বাহন আদিৰ চলাচলৰ বাবে ক্ষতিগ্ৰস্ত হোৱাৰ প্ৰতিবেদনৰ ভিত্তিত শোণিতপুৰ জিলাৰ উপায়ুক্ত তথা জিলা…

পুৰণি পেঞ্চন বাহাল কৰা দলেই লাভ কৰিব দেশৰ শাসনভাৰ

এন এফ ৰে'লৱে মজদুৰ ইউনিয়নৰ সভাত শ্ৰমিক নেতা শিৱগোপাল মিশ্ৰই কলে- যি দলে পুৰণি পেঞ্চন বাহাল কৰিব, সেই দলেই দেশৰ শাসনভাৰ লাভ কৰিবশতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৬ জুলাই : যি দলে পুৰণি পেঞ্চন বাহাল কৰিব, সেই দলেই দেশৰ শাসনভাৰ লাভ…