Browsing Category
অৰ্থনীতি
যোগানমন্ত্ৰী আৰু যোগান বিভাগৰ মৃত্যু ঘোষণা যুৱ ছাত্ৰ পৰিষদৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৬জুলাইঃ চাউলকে ধৰি সকলো খাদ্যসামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ লগতে ৰন্ধন গেছ,বিদ্যুৎ মাছুল আদিৰ অকল্পনীয় মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণক৷ এনে সময়ত ৰাজ্যৰ যোগানমন্ত্ৰী গৰাকীৰ দায়িত্বহীন মন্তব্য আৰু…
তেজপুৰত আছাৰ ধৰ্মঘট
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫জুলাইঃ ৰাজ্যত বসবাস কৰা আদিবাসী সকলক শীঘ্ৰে অনুসূচীকৰণৰে জনজাতিৰ মৰ্যাদা প্ৰদান কৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৫২৫ টকালৈ বৃদ্ধি কৰা আৰু আদিবাসী সকলক ভূমিৰ ম্যাদীপট্টা প্ৰদান কৰা আদি দাবীৰ সমৰ্থনত আজি তেজপুৰত সদৌ…
চাউলৰ পৰা বঞ্চিত ক্ষুব্ধ হিতাধিকাৰীৰ প্ৰতিবাদ বিহগুৰিত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৫জুলাইঃ তেজপুৰ চহৰৰ নিকটৱৰ্তী বিহগুৰি দৈনিক বজাৰত আজি অঞ্চলটোৰ শতাধিক মহিলা আৰু পুৰুষে খাদ্য সুৰক্ষা আঁচনিৰ অধীনত তেওঁলোকৰ প্ৰাপ্য চাউল বিগত প্ৰায় সাতমাহে লাভ নকৰাত তীব্ৰ ক্ষোভ ব্যক্ত কৰি ইয়াৰ বিৰুদ্ধে…
তিনিচুকীয়াৰ বাবে আবণ্টিত চি আই ডি এফৰ ২০০ কোটি ব্য়ৱহাৰত বিসংগতি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩০ জুন : ৰাজ্যৰ ১৭ খন প্ৰধান চহৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা অভিলাষী আঁচনি চিটি ইনফ্ৰা ডেভেলপমেণ্ট ফাণ্ড (চি আই ডি এফ) অৰ্থাৎ নগৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ নামত তিনিচুকীয়া চহৰৰ…
লখিমপুৰ-ধেমাজিৰ ৰেলপথ তিনিচুকীয়াৰ অধীনলৈ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৯ জুন : সমষ্টি নিৰ্ধাৰণক কেন্দ্ৰ কৰি অভিযোগ, প্ৰতিঅভিযোগৰ ধাৰা অব্যাহত থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে সাধাৰণ ৰাইজৰ অলক্ষিতে নতুনকৈ সীমা নিৰ্ধাৰণ কৰিছে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ তিনিটা গুৰুত্বপূৰ্ণ সংমণ্ডলৰ ৷…
মৰ্মন্তুদ! নাওবৈচাত দুই দেৱ শিশুক হত্যা কৰি মাতৃৰ আত্মহনন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৬ জুনঃ লখিমপুৰ জিলাৰ অতি দুৰ্গম অঞ্চল নাওবৈচাৰ শালমৰাত আজি এক ভয়ংকৰ ঘটনা সংঘটিত হয়৷ নাওবৈচাৰ শালমৰা গাঁৱত অক্ষয় পায়েঙৰ পত্নী সৰুমাই পায়েঙে আজি দুপৰীয়া ঘৰত কোনো নথকাৰ সুযোগতে তেওঁৰে দুই পুত্ৰ-কন্যাক ডিঙি…
লখিমপুৰ আঞ্চলিক কৃষি গৱেষণা প্ৰতিষ্ঠানত কৃষক-কৃষি বিজ্ঞানীৰ মাজত জলবায়ু পৰিৱৰ্তন আৰু আমাৰ কৰ্তব্য…
উত্তৰ লখিমপুৰ ২৬ জুনঃ অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ অন্তৰ্গত উত্তৰ অসমৰ লখিমপুৰ জিলাত অৱস্থিত একমাত্ৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰত, আজি ইণ্ডো গ্ল'বেল চচিয়েল চাৰ্ভিছ চচাইটিৰ উদোগত আৰু ধেমাজি আৰু লখিমপুৰ জিলাৰ ৪০ জন কৃষকৰ উপস্থিতত জলবায়ু…
তেজপুৰৰ ডেকাৰ গাঁৱৰ উষা-নাট্য মন্দিৰ প্ৰেক্ষাগৃহত ‘ঝলঝলা’ ৰ মিলেট সজাগতা সভা সম্পন্ন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৩ জুন: চলিত বৰ্ষটো আন্তৰ্জাতিক মিলেট বৰ্ষ হিচাপে সমগ্ৰ বিশ্বতে উদযাপন হৈ আছে৷ সেই উদ্দেশ্যে অসম মিলেট মিচনে সকলো শ্ৰেণীৰ ৰাইজৰ মাজত মিলেটক জনপ্ৰিয় কৰিবৰ বাবে বিভিন্ন ধৰণে প্ৰচেষ্টা চলাই আছে৷ ‘ঝলঝলা’ (এক…
চাহ বাগিচাৰ লোকৰ বাবে চাৰি শতাংশ চৰকাৰী চাকৰি সংৰক্ষণ কৰাৰ সিদ্ধান্ত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২২জুনঃ ৰাজ্যৰ চাহ বাগিচাৰ লোকৰ বাবে চাৰি শতাংশ চৰকাৰী চাকৰি সংৰক্ষণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি শোণিতপুৰৰ ঢেকিয়াজুলিৰ অৰুণ চাহ বাগিচাত এখন আদৰ্শ…
সচেতন নাগৰিক সমাজৰ প্ৰতিষ্ঠা দিৱসত লখিমপুৰৰ সমস্যা আৰু সমাধানৰ উপায় শীৰ্ষক আলোচনা চক্ৰ
উত্তৰ লখিমপুৰ ২০ জুন: লখিমপুৰ সচেতন নাগৰিক সমাজৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি লখিমপুৰ বাণিজ্য মহাবিদ্যালয় প্ৰাঙ্গণত ১৯ জুনত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। কাৰ্যসূচী অনুসৰি আগবেলা পাব্লিক বাছ ষ্টেণ্ড, আদৰ্শ হোটেলৰ দাঁতিত বৃক্ষ ৰোপন…