Browsing Category
অৰ্থনীতি
ৰাজ্যিক পৰিবহণ নিগম শোণিতপুৰ সংমণ্ডলৰ পৰা ৪৪ গৰাকী কৰ্মচাৰীক চাটাইঃ হাহাকাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ ৩১ মে'ঃ অসম ৰাজ্যিক পৰিবহণ নিগমত কৰ্মৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অস্থায়ী কৰ্মচাৰীক চাটাই কৰাৰ পাছতে সেই পৰিয়াল সমূহত হাঁহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ কৰ্মৰত এইসকল কৰ্মচাৰীৰ নিযুক্তিক অবৈধ আখ্যা দি ৰাজ্যৰ ৭৭১ গৰকী…
তেজপুৰত বাণিজ্যবীৰ ভোলানাথ বৰুৱাক স্মৰণ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩০মে’ঃ তেজপুৰৰ অসমীয়া ব্যৱসায়ী উন্নয়ন পৰিষদৰ উদ্যোগত আৰু বালিপুখুৰী তিনিআলি ব্যৱসায়ীসকলৰ সহযোগত আজি বালিপুখুৰী নামঘৰ প্ৰাংগণত ৰাজ্যখনৰ এগৰাকী বিখ্যাত সদাগৰ তথা দানবীৰ সাউদ,বাণিজ্যবীৰ ভোলানাথ বৰুৱাৰ আজি মৃত্যু…
অসম বিধান সভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিৰ লখিমপুৰ জিলা ভ্ৰমণ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,২৪ মে: অসম বিধান সভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিৰ এটা দলে আজি লখিমপুৰ জিলা ভ্ৰমণ কৰে। ভ্ৰমণৰ সময়চোৱাত দলটোৱে লখিমপুৰ জিলাত যোৱা ২০২০-২১ বিত্তীয় বৰ্ষৰপৰা ২০২২-২৩ বিত্তীয় বৰ্ষৰ ভিতৰত বিভিন্ন বিভাগৰ জৰিয়তে ৰূপায়ণ কৰি থকা…
তিনিচুকীয়া-দুলীয়াজান ঘাইপথ নিৰ্মাণত ব্যাপক দুর্নীতিৰ অভিযোগ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১২ মে’ : তিনিচুকীয়া চহৰৰ নপুখুৰী অঞ্চলৰ পৰা দুলীয়াজান অভিমুখী ঘাইপথ নিৰ্মাণত ব্যাপক অনিয়ম আৰু দুর্নীতি সংঘটিত হোৱাৰ অভিযোগ তুলি ইয়াৰ এক তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে অসম চাহ জনগোষ্ঠী…
তেজপুৰত ফ্লাইঅভাৰ নিৰ্মাণৰ বাবে অতি কম মূল্যত ভূমি অধিগ্ৰহণঃ ক্ষুব্ধ বহুলোক
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১১মে’ ইতিমধ্যে নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা তেজপুৰ মিছন চাৰিআলিৰ ফ্লাই অভাৰৰ বাবে চৰকাৰে অধিগ্ৰহণ কৰা ম্যাদী ভূমিৰ মূল্য যথেষ্ট কম পৰিমানে নিৰ্দ্ধাৰণ কৰা বুলি অভিযোগ উঠিছে৷ সদাব্যস্ত মিছন চাৰিআলিত এখন ফ্লাই অভাৰ…
ৰাজ্যত দলিলৰ নাটনিঃ অত্যধিক মূল্যত বিক্ৰী দলিল
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ , ৯মে’ঃ সম্প্ৰতি ৰাজ্যত ভূমি পঞ্জীয়ন, বিভিন্ন চুক্তি পত্ৰ সম্পন্ন কৰা আৰু আদালতৰ বিভিন্ন কামৰ বাবে প্ৰয়োজন হোৱা একোখন দলিল সংগ্ৰহ কৰিবৰ বাবে দুৰ্ভোগ ভুগিব লগাত পৰিছে জনসাধাৰণ। এই দলিল ক্ৰয় কৰিবৰ বাবে নিৰ্ধাৰিত…
শোণিতপুৰৰ মূল পথত চলিব নোৱাৰিব ই ৰিক্সা সন্ধিয়া ৫ বজাৰ পৰা নিশা ১০ বজালৈ ৰাষ্ট্ৰীয় পথত চলিব নোৱাৰিব…
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ , ২ মে'ঃ শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তত ডাম্পাৰৰ দৌৰাত্ম্য আৰু ই ৰিক্সাৰ অতপালি ৰোধ কৰিবলৈ শোণিতপুৰ জিলা পৰিবহন বিভাগে জিলাখনৰ বিভিন্ন ঠাইত কঠোৰ অভিযান আৰম্ভ কৰিছে। ডাম্পাৰৰ দৌৰাত্ম্য আৰু ই ৰিক্সা চালকৰ বেপেৰুৱা…
চেউৰী জন্ম দিয়াৰ নতুন আঁচনি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩০এপ্ৰিলঃ ৰাজ্যৰ পশপালক সকলৰ বাবে শীঘ্ৰেই এক বিশেষ আঁচনি ৰাজ্যত আৰম্ভ হ’ব৷ দুগ্ধ উৎপাদন বৃদ্ধিৰে ৰাজ্যৰ অৰ্থনৈতিক অৱস্থালৈ এক পৰিৱৰ্তন অনাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে শীঘ্ৰেই পশুপালকসকলক যোগান ধৰিব কেৱল চেউৰী…
ভৰলু,বাহিনী আৰু মৰাভৰলী নৈক বেদখলমুক্ত কৰা হ’ব
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৮এপ্ৰিলঃ ৰাজ্যৰ প্ৰাকৃতিক নলা নৰ্দমাসমূহত হোৱা বেদখল উচ্ছেদ কৰাৰ লগতে ৰাজ্যৰ কে’বাখনো নৈত হোৱা বেদখলৰ ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে৷আজি এই কথা তেজপুৰত ঘোষণা কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী অশোক সিংহলে৷…
তেজপুৰৰ গটঙাৰ এটা বিধ্বস্ত পথ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২০ এপ্ৰিলঃ ৰাজ্যৰ সকলোক্ষেত্ৰতেই উন্নয়ন হোৱাৰ বিজ্ঞাপনৰ বিপৰীতে ৰাজ্যত এনে বহু অঞ্চল আছে য’ত বহুল প্ৰচাৰিত উন্নয়নৰ সামান্যতম প্ৰভাৱো পৰা নাই৷তেজপুৰ বিধান সভা সমষ্টি অন্তৰ্গত তথা চহৰৰ কাষৰে গটঙা অঞ্চলৰ এটা পথৰ…
