Browsing Category

অৰ্থনীতি

কৃষি বিপ্লৱেৰে কৰ্মমুখী হোৱাৰ সংকল্প গ্ৰহণ নিবনুৱা সন্থাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৮ এপ্ৰিলঃ ৰাজ্যত ভয়াৱহ ভাৱে নিবনুৱাৰ সংখ্যা বাঢ়ি অহাৰ সময়তে আজি লখিমপুৰত সদৌ অসম নিবনুৱা সন্থাই সেউজ বিপ্লৱেৰে কৰ্মমুখী হোৱাৰ সংকল্প গ্ৰহণ কৰা বাৰ্তাই সকলোলৈ আনন্দৰ বতৰা কঢ়িয়াই আনিছে৷ উল্লেখ্য যে আজি…

লখিমপুৰত জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত ৪৩ কোটি টকাৰ ৰাজহ সংগ্ৰহ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৬ এপ্ৰিলঃ লখিমপুৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ে ২০২২-২৩ বিত্তীয় বৰ্ষত কাৰ্যালয়টোৰ ইতিহাসত অভিলেখ ৰচনা কৰি ৪৩ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ পূৰ্বে বিভাগটোৱে ২০২১-২২ বিত্তীয় বৰ্ষত সংগ্ৰহ কৰা…

পাৱাৰলুমত তৈয়াৰী গামোচা, মেখেলা- চাদৰ আদিৰ বিৰুদ্ধে তিনিচুকীয়াত প্ৰশাসনৰ তীব্ৰ অভিযান

 শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৬ এপ্ৰিল : তিনিচুকীয়া জিলা প্ৰশাসন আৰু তিনিচুকীয়া জিলা হস্ততাঁত ও বস্ত্ৰশিল্প বিভাগৰ যৌথ উদ্যোগত আজি তিনিচুকীয়া ৰাজহ চক্রৰ অন্তৰ্গত বজাৰ এলেকাৰ একাধিক সাজপাৰৰ দোকানত বহি:ৰাজ্যৰ পৰা আমদানিকৃত পাৱাৰলুমত…

লখিমপুৰত পাৱাৰলুমৰ বস্ত্ৰৰ বিৰুদ্ধে অভিযান

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৬ এপ্ৰিলঃ যিসময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা ৰাজ্য চৰকাৰে থলুৱা বস্ত্ৰ উদ্যোগী অথবা শিপিনীৰ মান উন্নত কৰাৰ লক্ষ্যৰে ৰাজ্যত পাৱাৰলুমৰ বস্ত্ৰ বিক্ৰী কাৰ্যত নিষিদ্ধ ঘোষণা কৰিছে তেনে সময়তে লখিমপুৰত একাংশ ব্যৱসায়ীয়ে…

কৰ ফাঁকিঃ লখিমপুৰত ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে বিক্ৰী কৰ বিভাগৰ অভিযানঃ নথি-পত্ৰ জব্দ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৬ এপ্ৰিলঃ লখিমপুৰৰ একাংশ ব্যৱসায়ীয়ে বিভিন্ন সামগ্ৰীৰ বিক্ৰীৰ ক্ষেত্ৰত জি এছ টিকে ধৰি বিভিন্ন কৰ ফাঁকি দি অহাৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে কালি সন্ধিয়া উত্তৰ লখিমপুৰ নগৰৰ এখন প্ৰতিষ্ঠিত ব্যৱসায়িক…

শক্তি বিভাগত বহুবছৰ ধৰি নিযুক্ত হৈ থকা ১২০০ অস্হায়ী কৰ্মচাৰীৰ পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ৫ এপ্ৰিল : অসম চৰকাৰৰ শক্তি বিভাগ তথা শক্তি খণ্ডৰ উত্তৰ সুৰী কোম্পানী ক্ৰমে APDCL ,AEGCL আৰু APGCL ত বহু বছৰ ধৰি স্থায়ী ভাৱে কৰ্মৰত হৈ অস্থায়ী পদত বিল ক্লাৰ্ক, মিটাৰ ৰিডাৰ, কম্পিউটাৰ অপাৰেটৰ, পিয়ন , চকীদাৰ, সহায়ক…

বজাৰত মূল্য বৃদ্ধিৰ জুইঃ চাউল দাইলৰ ব্যাপক মূল্যবৃদ্ধি

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫এপ্ৰিলঃ সকলোৰে বাবে অতি প্ৰয়োজনীয় ঔষধৰ মূল্য ১২শতাংশতকৈ অধিক বৃদ্ধি পোৱাৰ লগতে ৰাজ্যত ৰন্ধন গেছ ,বিদ্যুত মাছুল তথা পেট্ৰল আৰু ডিজেলৰ মূল্যই সৰ্বসাধাৰণক বিপদত পেলোৱাৰ সময়তে সম্প্ৰতি ৰাজ্যখনত চাউলৰ মূল্য…

লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত ই-আৱৰ্জনা ব্যৱস্থাপনাৰ কৰ্মশালাৰ সামৰণি

উত্তৰ লখিমপুৰঃ ৪ এপ্ৰিলঃ ইলেক্ট্ৰনিক আৱৰ্জনাসমূহৰ ক্ষতিকাৰকতা আৰু সেই আৱৰ্জনাসমূহ ঘৰতে পুনঃব্যৱহাৰ কৰি কৰ্মসংস্থাপন লাভৰ সম্ভাৱনাৰ ওপৰত অধিক সজাগতা সৃষ্টিৰ আহ্বানৰে আজি লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ই-আৱৰ্জনা…

মাটিমাহৰ বীজ যোগানৰ নামত অনিয়মৰ অভিযোগ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৪এপ্ৰিলঃ ৰাজ্যত উন্নত প্ৰজাতিৰ মাটিমাহৰ খেতিৰে কৃষিক্ষেত্ৰত চৰকাৰী ভাবে যুগান্তকাৰী পৰিৱৰ্তন অনাৰ লক্ষ্যৰে চৰকাৰী কৃষিবিভাগে কেৱল ২৪ লাখ ৯৮ হেজাৰ চাৰিশ ২৬টকাৰ প্ৰচাৰ পত্ৰিকা প্ৰকাশ কৰি ৰাজ্যৰ জিলাসমূহলৈ…